• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব মেঘালয়

মেঘালয়: ছংছাক সমষ্টিৰ পৰা প্ৰতিদ্বণ্ডিতা আগবঢ়োৱাৰ সম্ভাৱণা কনৰাড ছাংমাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 5, 2018 9:24 am
Conrad-Sangma

কনৰাড কে ছাংমা

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নেশ্যনেল পিপলছ পাৰ্টী চমুকৈ এনপিপিৰ মৰব্বী তথা মুখ্য মন্ত্ৰী পদৰ প্ৰাৰ্থী কনৰাড ছাংমাই মুখ্য মন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিলে পিছলৈ কোনো সমষ্টিৰ পৰা বিধানসভালৈ মনোনীত হৈ আহিব লাগিব। সেয়ে ছাংমাই মেঘালয়ৰ গাৰো পাহাৰৰ ছংছাক সমষ্টিৰ পৰা প্ৰতিদ্বণ্ডিতা আগবঢ়োৱাৰ সম্ভাৱণাই এতিয়া গা কৰি উঠিছে।

যোৱাটো কাৰ্যকালৰ মুখ্য মন্ত্ৰী মুকুল ছাংমাই বিগত বিধানসভা নিৰ্বাচনত ছংছাক আৰু আমপাটী এই দুটা সমষ্টিৰ পৰা প্ৰতিদ্বণ্ডিতা কৰি জয়লাভ কৰিছিল। সেয়ে মকুল ছাংমাই ইয়াৰে যিকোনো এটা সমষ্টিৰ পৰা পদত্যাগ কৰিব লাগিব আৰু পদত্যাগ কৰা সমষ্টিটোত উপ নিৰ্বাচন অনুষ্ঠিত হ’ব। এক শুত্ৰই প্ৰকাশ কৰা অনুসৰি ছাংমাই ছংছাক বিধানসভা সমষ্টিৰ পদটো ত্যাগ কৰিব।

উল্লেখ্য যে ৪০ বছৰীয়া কনৰাড বৰ্তমান টুৰা লোকসভা সমষ্টিৰ সাংসদ ৰূপে কাৰ্যনিৰ্বাহ কৰি আছে আৰু তেওঁ ২০১৮ মেঘালয় বিধানসভা নিৰ্বাচনত প্ৰতিদ্বণ্ডিতা আগবঢ়োৱা নাছিল।

ইফালে দেওবাৰে সন্ধিয়া ৰাজ্যখনৰ ৰাজ্যপাল গংগা প্ৰসাদক সাক্ষাত কৰি ৩৪ জন বিধায়কৰ সমৰ্থনৰে এনপিপিৰ নেতৃত্বত চৰকাৰ গঠন কৰাৰ দাবী তোলে এনপিপিৰ নেতা কনৰাড ছাংমাই। ৰাজ্যখনত বুধবাৰে নতুন চৰকাৰে শপত গ্ৰহণ কৰিব।

মেঘালয় বিধানসভা নিৰ্বাচনৰ ফলাফল অনুসৰি কংগ্ৰেছে ২১ খন আসন লাভ কৰিছে আৰু ইয়াৰ বিপৰীতে এনপিপিয়ে লাভ কৰিছে ১৯ খন আসন।

আনহাতে ইয়াৰ পূৰ্বৰ নিৰ্বাচনত এখনো আসন নোপোৱা বিজেপিয়ে এইবাৰৰ নিৰ্বাচনত দুখন আসন লাভ কৰিবলৈ সক্ষম হয়। তদুপৰি ইউডিপিয়ে ৬ খন আসন আৰু ইয়াৰ মিত্ৰজোঁটৰ দল এইচএছপিডিপিয়ে দুখন আসন দখল কৰে।

পিপলছ ডেম’ক্ৰেটিক ফ্ৰণ্ট চমুকৈ পিডিএফে ৪ খন আসন, নেশ্যনেলিষ্ট কংগ্ৰেছ পাৰ্টী আৰু কেএইচএনএএম দলে একোখনকৈ আসন লাভ কৰাৰ লগতে অন্য তিনিজন নিৰ্দলীয় প্ৰাৰ্থীয়েও নিৰ্বাচনত জয়যুক্ত হয়।

উল্লেখণীয় যে যোৱা শণিবাৰে মেঘালয়ৰ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পিছতেই বিজেপিয়ে এখন অকংগ্ৰেছী চৰকাৰ গঠন কৰাৰ স্বাৰ্থত এনপিপি আৰু ইউডিপিক মিত্ৰতা কৰিবলৈ প্ৰস্থাব আগবঢ়াই।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচন আয়োগৰ পক্ষপাতিত্বৰ অভিযোগ ইণ্ডিয়া মিত্ৰজোঁটৰ! লোকসভা ভংগৰ দাবী

নিৰ্বাচন আয়োগৰ পক্ষপাতিত্বৰ অভিযোগ ইণ্ডিয়া মিত্ৰজোঁটৰ! লোকসভা ভংগৰ দাবী

August 18, 2025 9:30 pm
বিজেপি শাসিত ওড়িশাত পুনৰ নাবালিকাক দলবদ্ধ ধ*ৰ্ষ*ণ! আৰক্ষীৰ জালত ৩ অভিযুক্ত

বিজেপি শাসিত ওড়িশাত পুনৰ নাবালিকাক দলবদ্ধ ধ*ৰ্ষ*ণ! আৰক্ষীৰ জালত ৩ অভিযুক্ত

August 18, 2025 8:50 pm
সাংবাদিকৰ মৌলিক কৰ্তব্যক সমৰ্থন উচ্চ ন্যায়ালয়ৰ! খাৰিজ কৰিলে কংকন বৰঠাকুৰৰ বিৰুদ্ধে থকা গোচৰ

সাংবাদিকৰ মৌলিক কৰ্তব্যক সমৰ্থন উচ্চ ন্যায়ালয়ৰ! খাৰিজ কৰিলে কংকন বৰঠাকুৰৰ বিৰুদ্ধে থকা গোচৰ

August 18, 2025 8:17 pm
কোন হ’ব বিৰোধী দলৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী? বিৰোধী মিত্ৰজোঁটৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীক লৈ জল্পনা-কল্পনা

কোন হ’ব বিৰোধী দলৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী? বিৰোধী মিত্ৰজোঁটৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীক লৈ জল্পনা-কল্পনা

August 18, 2025 7:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচন আয়োগৰ পক্ষপাতিত্বৰ অভিযোগ ইণ্ডিয়া মিত্ৰজোঁটৰ! লোকসভা ভংগৰ দাবী

নিৰ্বাচন আয়োগৰ পক্ষপাতিত্বৰ অভিযোগ ইণ্ডিয়া মিত্ৰজোঁটৰ! লোকসভা ভংগৰ দাবী

August 18, 2025 9:30 pm
বিজেপি শাসিত ওড়িশাত পুনৰ নাবালিকাক দলবদ্ধ ধ*ৰ্ষ*ণ! আৰক্ষীৰ জালত ৩ অভিযুক্ত

বিজেপি শাসিত ওড়িশাত পুনৰ নাবালিকাক দলবদ্ধ ধ*ৰ্ষ*ণ! আৰক্ষীৰ জালত ৩ অভিযুক্ত

August 18, 2025 8:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd