• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব মণিপুৰ

মোদীৰ মণিপুৰ ভ্ৰমণৰ পূৰ্বে প্ৰস্তুতি সম্পৰ্কে বুজ ল’লে মুখ্য মন্ত্ৰী এন বীৰেন সিঙে

এন ই নাও নিউজ by এন ই নাও নিউজ
March 14, 2018 10:44 am
Biren-inspects-570x320
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অহা ১৬ মাৰ্চৰ দিনা ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী বিশেষ কাৰ্যসূচীৰ বাবে আহিব মণিপুৰৰ পূব ইম্ফল জিলাৰ লুৱাংছাংবামলৈ। প্ৰধান মন্ত্ৰী মোদীৰ ভ্ৰমণৰ সময়ত জিলাখনৰ নিৰাপত্তাৰ দিশ তথা জিলা প্ৰশাসনে কেনেধৰণে প্ৰস্তুতি চলায় আছে সম্পৰ্কে বুজ লোৱাৰ উদ্দেশ্যে মঙলবাৰে উক্ত অঞ্চল পৰিদৰ্শন কৰে মণিপুৰৰ মুখ্য মন্ত্ৰী এন বীৰেন সিঙে ।

পূব ইম্ফল জিলাৰ নিৰাপত্তাজনিত পৰিস্থিতি সম্পৰ্কে বুজ লৈ মুখ্য মন্ত্ৰী বীৰেন সিঙে ৰাজ্যত কোনো ধৰণৰ অসম্পূৰ্ণ আঁচনিৰ শুভাৰম্ভণি কৰা নহয় বুলি স্পষ্ট ৰূপত প্ৰকাশ কৰে।

ইয়াৰ উপৰি মুখ্য মন্ত্ৰী সিঙে এই বিষয়ত অনাহকত ৰাজনীতি নকৰিবলৈ সকলো লোককে অনুৰোধ জনাইছে।

প্রধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিভিন্ন অনুষ্ঠানৰ শুভাৰম্ভণি তথা আধাৰশিলা স্থাপনৰ উদ্দেশ্যেৰে মণিপুৰৰ পূব ইম্ফল জিলাৰ লংৱাংপকপা ক্ৰিকেট ষ্টেডিয়ামত আয়োজিত এক বিশাল সভাত অংশ গ্ৰহণ কৰিব। ষ্টেডিয়ামৰ নিৰাপত্তাৰ লগতে প্ৰস্তুতি সম্পৰ্কে মুখ্য মন্ত্ৰী বীৰেন সিঙৰ লগতে শীৰ্ষ পৰ্যায়ৰ বিষয়াৰ দলে পৰিদৰ্শন কৰে।

আনহাতে নিছু খেলপথাৰত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিমান অৱতৰণ কৰাৰ বাবে অস্থায়ীভাৱে হেলিপেড নিৰ্মাণ কৰা হৈছে। মোদীৰ বিমান অৱতৰণ কৰিবলগীয়া খেলপথাৰৰো পুংখানু পুংখভাৱে নিৰাপত্তাৰ বুজ লয় মুখ্য মন্ত্ৰীৰ লগতে শীৰ্ষ বিষয়াৰ দলটোৱে।

ইফালে নিৰ্মাণ কাৰ্য চলি থকা চিভিল সচিবালয় আৰু মন্ত্ৰীপুখৰীস্থিত ৰাণী গাইদিনলু মেম’ৰিয়েল কমপ্লেক্সৰো কাম কাজৰ খতিয়ান লোৱা পৰিলক্ষিত হয় মুখ্য মন্ত্ৰীয়ে।

প্রধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভ্ৰমণ সম্পৰ্কত মুখ্য মন্ত্ৰী এন বীৰেন সিঙে সংবাদ মাধ্যমক জানিবলৈ দি কয় যে ১৬ মাৰ্চৰ দিনা প্ৰধান মন্ত্ৰীৰ হতুৱাই ৰাজ্যখনৰ মুঠ ১৪ টা আঁচনিৰ শুভাৰম্ভণি তথা আধাৰশিলা স্থাপন কৰোৱা হ’ব।

ইয়াৰ উপৰি প্ৰধান মন্ত্ৰী মোদীয়ে মণিপুৰ বিশ্ববিদ্যালয়ত ১৬-২০ মাৰ্চলৈ অনুষ্ঠিত হ’বলগীয়া ইণ্ডিয়ান ছায়েন্স কংগ্ৰেছৰো শুভউদ্বোধন কৰিব বুলি জানিব পৰা গৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ  বিজেপিৰ!

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ বিজেপিৰ!

September 16, 2025 9:00 pm
জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

September 16, 2025 8:02 pm
ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

September 16, 2025 7:09 pm
মেঘালয়ত মন্ত্ৰীসভাৰ সালসলনি : পদত্যাগ কৰিলে ৮ গৰাকী মন্ত্ৰীয়ে

মেঘালয়ত মন্ত্ৰীসভাৰ সালসলনি : পদত্যাগ কৰিলে ৮ গৰাকী মন্ত্ৰীয়ে

September 16, 2025 5:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ  বিজেপিৰ!

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ বিজেপিৰ!

September 16, 2025 9:00 pm
জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

September 16, 2025 8:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd