• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মৌছিনৰাম সমষ্টিটো বিকশিত কৰাৰ বাবে মেঘালয় চৰকাৰক আহ্বান সমাজকৰ্মীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 14, 2018 10:22 am
Mawsynram-570x320
150
VIEWS
Share on FacebookShare on Twitter

মৌছিনৰাম উন্নয়ন খণ্ড তথা বিধানসভা সমষ্টিৰ এগৰাকী সমাজকৰ্মী বানছাই মাৰবানিয়াঙে শুকুৰবাৰে সমষ্ঠিটোৰ বিভিন্ন সমস্যাৱলী আলোচনা কৰি ইয়াৰ আন্তঃগাঁথনি উন্নত কৰি অঞ্চলটোক বিকাশৰ দিশলৈ লৈ যোৱাৰ বাবে এখন সংবাদ বিজ্ঞপ্তিযোগে মেঘালয় চৰকাৰক আহ্বান জনাইছে।

সংবাদ বিজ্ঞপ্তিটোত তেওঁ কৈছে যে মৌছিনৰাম উন্নয়ন খণ্ডৰ ভিতৰুৱা এলেকাসমূহত সঠিক নিয়োগৰ সুবিধা নাই আৰু গ্ৰাম্য এলেকাসমূহত শিক্ষিত নিবনুৱাৰ সংখ্যা বাঢ়ি আহিছে।

তেওঁ আৰু অভিযোগ কৰিছে যে উন্নয়ন খণ্ড কাৰ্যালয়ৰ কৰ্মচাৰীসকলে যখাসময়ত কাৰ্যালয়ত উপস্থিত নাথাকে আৰু সপ্তাহত মাত্ৰ এবাৰ কাৰ্যালয়লৈ আহে।

মৌছিনৰাম উন্নয়ন খণ্ডক অসামৰিক মহকুমালৈ উন্নীত কৰাৰ ওপৰত জোৰ দি মাৰবানিয়াঙে কৈছে যে ১৬৬ খন গাওঁ থকা মেঘালয় মৌছিনৰামৰ বাসিন্দাই প্ৰয়োজনত চৰকাৰী হস্তক্ষেপ লাভ কৰিবলৈ সক্ষম হ‘ব।

পথ যোগাযোগৰ ক্ষেত্ৰত তেওঁ কয় যে মৌফ্‌লাং-বালাট পথটো অতিশীঘ্ৰেই দ্বি-পথযুক্ত ৰাষ্ট্ৰীয় ঘাইপথলৈ উন্নীত কৰিব লাগে আৰু মৌছিনৰাম-ৰাইংকু সীমান্ত পথটোও উন্নত কৰিব লাগে মানু আৰু বয়বস্ত অনা-নিয়াৰ সুবিধা কৰিব লাগে।

নিবনুৱা সমস্যাটোৰ সৈতে মোকাবিলা কৰাৰ বাবে তেওঁ বিশ্বৰ সৰ্বাধিক বৰষুণ দিয়া ঠাই হিচাপে বিখ্যাত আৰু লাইতছহুমত থকা বিশ্বৰ দীৰ্ঘতম বালিশিলৰ গুহাটো অৱস্থিত মৌছিনৰামক এটা পৰ্যটন কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে চৰকাৰক পৰামৰ্শ আগবঢ়ায়।

Recent News

মাটি-ভেটিৰ সুৰক্ষাৰ কথা পাহৰি আদানিৰ স্বাৰ্থত খিলঞ্জীয়াৰ মাটি কাঢ়িব বিচাৰিছে চৰকাৰে

মাটি-ভেটিৰ সুৰক্ষাৰ কথা পাহৰি আদানিৰ স্বাৰ্থত খিলঞ্জীয়াৰ মাটি কাঢ়িব বিচাৰিছে চৰকাৰে

ধুবুৰী আৱৰ্ত্ত ভৱনৰ বাহিৰত ৰহস্যজনক দেৱাল লিখন! দেশবিৰোধী শক্তিৰ হাত থকাৰ সন্দেহ

ধুবুৰী আৱৰ্ত্ত ভৱনৰ বাহিৰত ৰহস্যজনক দেৱাল লিখন! দেশবিৰোধী শক্তিৰ হাত থকাৰ সন্দেহ

থাৰ্মেল পাওৱাৰ প্ৰকল্পৰ নামত আদানী গ্রুপক প্ৰদান বিটিআৰৰ শ শ বিঘা ভূমি : তীব্ৰ গৰিহণা এবছুৰ

থাৰ্মেল পাওৱাৰ প্ৰকল্পৰ নামত আদানী গ্রুপক প্ৰদান বিটিআৰৰ শ শ বিঘা ভূমি : তীব্ৰ গৰিহণা এবছুৰ

আমি এক তৃতীয় বিশ্ব যুদ্ধৰ ফালে গতি কৰি আছোঁ নেকি?

আমি এক তৃতীয় বিশ্ব যুদ্ধৰ ফালে গতি কৰি আছোঁ নেকি?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd