• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

যোৰহাটত উপস্থিত হোৱা ‘ছুপাৰ ডান্সাৰ’ৰ চূড়ান্ত প্ৰতিযোগী বিশালক বিপুল আদৰণি

স্মিতা ভট্টাচাৰ্য by স্মিতা ভট্টাচাৰ্য
March 9, 2018 9:19 am
Super-Dancer-Bishap-570x320

ছুপাৰ ডান্সাৰ বিশাল শৰ্মা

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৰহাটত বৃহস্পতিবাৰে বিশাল শৰ্মাক এবাৰ চাবলৈ ৰোৰিয়া বিমান বন্দৰৰ পৰা ডুলিয়াগাঁৱলৈ ৰাইজৰ লানি নলগা শাৰী দেখিবলৈ পোৱা গ’ল।

চনী টিভিত চলি থকা ৰিয়েলিটি শ্ব’ ছুপাৰ ডান্সাৰৰ এগৰাকী চূড়ান্ত পৰ্যায়ৰ প্ৰতিযোগী দুদিনৰ বাবে ঘৰলৈ উভতি অহা বিশালক নায়কোচিত আদৰণি জনোৱা হয়।

গড়মূৰ জাতীয় বিদ্যালয়ৰ এগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰ বিশালে ২০১৭ ৰ আগষ্টৰ পৰাই দৰ্শকক মুগ্ধ কৰি আহিছে আৰু ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ বিজয়ৰ বাবে এক শক্তিশালী প্ৰতিযোগী হিচাপে বিবেচিত হৈছে।

ল’ৰাজনৰ লগত অহা তেওঁৰ প্ৰশিক্ষক বৈভৱ জোডীয়ে কয় যে প্ৰতিযোগিতা হ’ব বিশাল আৰু আৰু আন এগৰাকী অসমৰ সন্তান আকাশ থাপাৰ মাজত। আন প্ৰতিযোগী কেইগৰাকী আছিল চগুণ সিং, আকাশ মিত্ৰ আৰু মুচকান শৰ্মা।

ঘৰ আৰু বিদ্যালয়ত চনী টিভিয়ে বিশালৰ জীৱনৰ বিভিন্ন দিশৰ শ্বট গ্ৰহণ কৰে।

প্ৰথমতে তেওঁক গড়মূৰৰ ডুলিয়া গাঁৱৰ ঘৰলৈ লৈ যোৱা হয় আৰু তেওঁৰ প্ৰিয় খাদ্য  খীৰ খাই থকা ছবি লোৱাৰ পিঠত বিদ্যালয়খনলৈ যোৱা হয় য’ত তেওঁ বিদ্যালয়ৰ বিহু দলৰ সৈতে বিহুনৃত্যত অংশ লয়।

ইয়াৰ পিছতে বৈভৱ আৰু বিশালে বিদ্যালয়খনত সজাই তোলা মঞ্চত নৃত্যৰ কিছু ঝলক তথা ষ্টান্ট প্ৰদৰ্শ কৰে। ‘’ এয়া সঁচাকৈয়ে টিভিত দেখুওৱাৰ দৰে আচৰিত আৰু অন্তৰ চুই যোৱা প্ৰদৰ্শন,’’-বিদ্যালয়খনৰ অধ্যক্ষ সান্তনা শৰ্মাই কয়।

Super-Dancer-Bishal...1-768x480
যোৰহাটত ছুপাৰ ডান্সাৰ বিশাল শৰ্মাক আদৰণি

বিশালৰ পিতৃ-মাতৃৰ তিনিটা সন্তান আৰু দুটা গাই গৰু পুহি সংসাৰ চলাই আছে। কোনোমতে সংসাৰ চলাই থকা তেওঁলোকৰ ৭ লাখ টকাৰ ঋণ আছে।

এগৰাকী মদপী ব্যক্তি বিশালৰ দেউতাকে প্ৰায়েই তেওঁৰ ল’ৰা ছোৱালী আৰু পত্নীক মাৰধৰ কৰে। তেওঁ বিগত সাত মাহ ধৰি বিশালৰ অভিভাৱক হিচাপে মুম্বাইত আছে। ঘৰত তেওঁৰ পত্নী আৰু দুই কন্যা সন্তান থাকে। ইয়াৰে এগৰাকীয়ে এই বছৰ উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছে। তেওঁলোকৰ ভৱিষ্যতৰ বাবে এতিয়া বিশালেই একমাত্ৰ আশাৰ থল,’’-তেওঁ কয়।

সান্তনা শৰ্মাই কয় যে তেওঁ বিশালৰ মাকৰ কাৰণে এটা আয়াৰ চাকৰি যোগাৰ কৰি দিবলৈ সক্ষম হৈছিল।

সকলো শিক্ষকে মিলি তেওঁলোকৰ অত্যাৱশ্যকীয়  চাউল, শাক পাচলি, ৰন্ধন তেল আদি সামগ্ৰী যোগাৰ কৰি দিছিল যাতে পৰিয়ালটো ইয়াত বৰ্তি থাকিব পাৰে। বিশালক ভোট দিবৰ বাবে দৰ্শকে ছনা টিভিৰ এপ টো ডাউনলোড কৰি ল’ব পাৰে। অহা ১৮ মাৰ্চত চূড়ান্ত প্ৰতিযোগিতাখন অনুষ্ঠিত হ’ব।

স্মিতা ভট্টাচাৰ্য

স্মিতা ভট্টাচাৰ্য

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd