• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

লোকসভাত অনুষ্ঠিত অৰিয়েণ্টেশ্যন প্ৰগ্ৰেমত  মেঘালয়ৰ বিধায়কৰ অংশগ্ৰহণ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 1, 2018 5:31 pm
IMG-20180801-WA0022
92
VIEWS
Share on FacebookShare on Twitter

মেঘালয়ৰ প্ৰায় ৪০গৰাকী বিধায়কে নতুন দিল্লীত এটা অৰিয়েণ্টেশ্যন প্ৰগ্ৰামত অংশগ্ৰহণ কৰাৰ বাবে বাহৰ পাতি আছে। আজি ১ আগষ্টৰ পৰা আৰম্ভ হোৱা এই কাৰ্যসুচীটো আগষ্টৰ ৩ তাৰিখলৈ চলিব।

দশম মেঘালয় বিধানসভাৰ প্ৰথমবাৰৰ বাবে নিৰ্বাচিত হোৱা সদস্যসকলৰ বাবে লোকসভাত অনুষ্ঠিত হোৱা কাৰ্যসূচীটো সংসদীয় অধ্যয়ন আৰু প্ৰশিক্ষণ ব্যুৰ’ই (Bureau of Parliamentary Studies and Training) আয়োজন কৰিছে।

মেঘালয় বিধানসভাৰ অধ্যক্ষ ড০ ডংকুপাৰ ৰয়ৰ নেতৃত্বত ৰাজ্যখনৰ বিধানসভাৰ কেইগৰাকীমান প্ৰবীণ সদস্যৰ সৈতে বিধায়কসকলে সংসদ বৱনত অনুষ্ঠিত এই কাৰ্যসূচীটোত অংশগ্ৰহণ কৰিছিল।

এই কাৰ্যসূচীটোত অংশগ্ৰহণ কৰা কেইগৰাকীমান নৱ নিৰ্বাচিত বিধায়কৰ মাজত প্ৰথমবাৰৰ বাবে মন্ত্ৰীত্ব লাভ কৰা হেমলেটছন ডহলিং আৰু ছামলিন মালঙিয়াং আদি কেইগৰাকীমান  মন্ত্ৰীও আছে।

সূত্ৰই জনোৱা মতে পূৰ্বৰ মুখ্য মন্ত্ৰী তথা দশম মেঘালয় বিধানসভাৰ বৰ্তমানৰ বিৰোধী দলৰ নেতা ড০ মুকুল ছাংমাও নতুন দিল্লীত বাহৰ পাতি আছে।

Recent News

যৌন আতিশয্যৰ গোচৰত অভিনেতা বিজয় ৰাজক দোষমুক্ত ঘোষণা আদালতৰ

যৌন আতিশয্যৰ গোচৰত অভিনেতা বিজয় ৰাজক দোষমুক্ত ঘোষণা আদালতৰ

লক্ষাধিক লোকৰ অন্তিম শ্ৰদ্ধাৰে বিশ্বৰ ‘আটাইতকৈ দৰিদ্ৰ ৰাষ্ট্ৰপতি’ মুজিকাৰ শেষবিদায়

লক্ষাধিক লোকৰ অন্তিম শ্ৰদ্ধাৰে বিশ্বৰ ‘আটাইতকৈ দৰিদ্ৰ ৰাষ্ট্ৰপতি’ মুজিকাৰ শেষবিদায়

তুৰস্কৰ পাকিস্তানক সমৰ্থনঃ দুটাকৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সৈতে থকা তুৰ্কীৰ সংস্থাৰ চুক্তি বাতিল আদানী গ্ৰুপৰ

তুৰস্কৰ পাকিস্তানক সমৰ্থনঃ দুটাকৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সৈতে থকা তুৰ্কীৰ সংস্থাৰ চুক্তি বাতিল আদানী গ্ৰুপৰ

৫ হাজাৰ পাকিস্তানী ভিক্ষাৰীক বিতাড়ণ ছৌদি আৰবৰ; পাকিস্তানী মন্ত্ৰীয়েই দিলে লজ্জাজনক তথ্য

৫ হাজাৰ পাকিস্তানী ভিক্ষাৰীক বিতাড়ণ ছৌদি আৰবৰ; পাকিস্তানী মন্ত্ৰীয়েই দিলে লজ্জাজনক তথ্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd