সমগ্ৰ অসমতে অসম আন্দোলনৰ চহিদ দিৱস উদযাপন কৰাৰ সমান্তৰালভাৱে শিৱসাগৰৰ ডিমৌতো কালি আছুৰ ডিমৌ আঞ্চলিকৰ দ্বাৰা চহিদ দিৱস পালন কৰা হয়। এই উদ্দেশ্যে লোৱা কাৰ্য্যসূচীত সন্ধিয়া ৫.৩০ বজাত ডিমৌ আঞ্চলিক ছাত্ৰ সন্থাই ডিমৌ মহাবিদ্যালয় চৌহদৰ চহিদ বেদীত বন্তি প্ৰজ্বলন কৰি চহিদ সকলক সোঁৱৰে । অনুষ্ঠানত উপস্থিত থাকে ডিমৌ আঞ্চলিক ছাত্র সন্থাৰ সম্পাদক গৌতম বড়া সভাপতি দীপাংকৰ প্ৰতিম চেতিয়া আৰু শিৱসাগৰ জিলা ছাত্র সন্থাৰ কাৰ্যকৰী সদস্য আদিত্য শৰ্মা আৰু ডিমৌ আছুৰ বিষয় ববীয়াসকল।
শিৱসাগৰৰ ডিমৌত আছুৰ উদ্যোগত চহিদ দিৱস পালন
-
By NE NOW NEWS
- Categories: অসম
Related Content
পান্নুন হত্যাৰ ষড়যন্ত্ৰত ভাৰতৰ প্ৰাক্তন RAW ৰ বিষয়াৰ বিৰুদ্ধে আনুষ্ঠানিকভাৱে অভিযোগ উত্থাপন কৰিলে আমেৰিকাই
By
এন ই নাও নিউজ
October 18, 2024 8:11 am
শিক্ষক সমাজক বন্ধা শ্ৰমিকৰ দৰে ব্যৱহাৰ কৰিছে চৰকাৰেঃ ডি ৱাই এফ আই
By
এন ই নাও নিউজ
October 17, 2024 9:16 pm
এইবাৰ অসমত ৰেল দুৰ্ঘটনা! লোকমান্য তিলক এক্সপ্ৰেছৰ ৮টা ডবা লাইনচ্যুত
By
এন ই নাও নিউজ
October 17, 2024 8:27 pm
উচ্চতম ন্যায়ালয়ৰ ৰায়লৈ আপৰ ৰাজ্যিক সভাপতিৰ আদৰণি ; ঐতিহাসিক ৰায় আখ্যা দিলে মনোজ ধানোৱাৰে
By
এন ই নাও নিউজ
October 17, 2024 6:33 pm
নিউজিলেণ্ডৰ বিৰুদ্ধে মাত্ৰ ৪৬ ৰানতে অল আউট ভাৰত; শূন্যতে উভতিল ৫ জনকৈ বেটছমেন
By
এন ই নাও নিউজ
October 17, 2024 2:31 pm
সুৰা নিষিদ্ধ বিহাৰ! উৎসৱৰ সময়ত বিষাক্ত সুৰা সেৱন কৰি ২০ জন লোকৰ মৃত্যু; চিকিৎসালয়ত ভৰ্তি বহুতো
By
এন ই নাও নিউজ
October 17, 2024 1:09 pm