আজি সদৌ শিৱসাগৰ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাই শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত এক প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰে। যোৱা ৫ নৱেম্বৰ তাৰিখে যোগনীয়া গাঁৱৰ গোপাল দাস নামৰ লোকজনক শিৱসাগৰৰ নিজ বাসগৃহৰ পৰা কৌশেলেৰে মাতি নি নগাঁৱত হত্যা কৰা ঘটনাক কেন্দ্ৰ কৰি আজি অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ণ কৰে। গোপাল দাসৰ হত্যাকাৰী দুজনক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান, গোপাল দাসৰ পৰিয়ালক ২০ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান, পৰিয়ালৰ উপযুক্ত লোকক কৰ্ম সংস্থাপন দিয়া হত্যাকাণ্ডৰ লগত জৰিত আটকাধীন দুস্কৃতিকাৰীয়ে কোনো কাৰণতে জামিন প্ৰদান নকৰি ফাঁচি দিয়া আদি দাবীৰে ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী পালন কৰে সংগঠনটোৱে। সংগঠনটোৱে এক স্মাৰক পত্ৰৰ জৰিয়তে এই দাবী সমূহ উপায়ুক্তক অৱগত কৰে।
শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত অনুসূচিত জাতি ছাত্ৰ সন্থাৰ অৱস্থান ধৰ্মঘট
-
By NE NOW NEWS
- Categories: অসম
Related Content
৩ শ্ৰমিকৰ মৃত্যুৰ পিছত তিনিচুকীয়াৰ কয়লা ব্যৱসায়ীৰ ঘৰত উদ্ধাৰ ২.৯৯ কোটি টকা
By
এন ই নাও নিউজ ব্যুৰো, শিৱসাগৰ :
May 28, 2024 4:02 pm
নাছাই আৱিষ্কাৰ কৰিলে পৃথিৱীৰ দৰে এটা গ্ৰহ; বাসস্থানৰ বাবে উপযোগী হোৱাৰ সম্ভাৱনা
By
এন ই নাও নিউজ ব্যুৰো, শিৱসাগৰ :
May 28, 2024 3:25 pm
প্ৰমাণৰ অভাৱ! অভিযুক্ত ৰাম ৰহিমৰ লগতে ৪ জনক দোষমুক্ত কৰিলে আদালতে
By
এন ই নাও নিউজ ব্যুৰো, শিৱসাগৰ :
May 28, 2024 2:26 pm
কৰ্মচাৰীয়ে পোৱা নাই দৰমহা! পঞ্চায়ত-গ্ৰামোন্নয়নৰ ১৪কোটি টকাৰে ভিয়েটনামত প্ৰমোদ ভ্ৰমণ তুলিৰাম ৰংহাং আৰু সংগীবৃন্দৰ
By
এন ই নাও নিউজ ব্যুৰো, শিৱসাগৰ :
May 28, 2024 1:32 pm
অসাৰ প্ৰতিপন্ন হিমন্ত বিশ্বৰ নিবনুৱা সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি! ১৭ মাহত বৃদ্ধি ১৮ লক্ষাধিক নিবনুৱা
By
এন ই নাও নিউজ ব্যুৰো, শিৱসাগৰ :
May 28, 2024 12:55 pm
ঢেকিয়াজুলিত স্কুল বাছৰ ওপৰত বাগৰি পৰিল প্ৰকাণ্ড গছ; আহত কেইবাগৰাকী শিক্ষাৰ্থী
By
এন ই নাও নিউজ ব্যুৰো, শিৱসাগৰ :
May 28, 2024 12:49 pm