• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শেহতীয়া পৰিস্থিতিৰ বাবে ডিব্ৰুগড় লেকাইত ১৪৪ নং ধাৰা জাৰি

 ধৰণী গগৈ by ধৰণী গগৈ
December 30, 2017 9:11 am
118
VIEWS
Share on FacebookShare on Twitter

ডিব্ৰুগড় জিলাৰ অতিৰিক্ত জিলা দণ্ডাধীশে আজি এক নিৰ্দ্দেশ যোগেদি সদৰ সমীপৰ লেকাই এলেকাত জাৱৰজোঁথৰ নিষ্কাষন ব্যৱস্থাপনা প্ৰকল্পৰ কাম-কাজক কেন্দ্ৰ কৰি চলি থকা শেহতীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আৰু ৰাজহুৱা শান্তি শৃংখলা অটুত ৰখাৰ স্বাৰ্থত লেকাই,  এন চি এল গ্ৰান্ট আৰু ঘোঁৰামৰাত কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰিছে । ভাৰতীয় ফৌজদাৰী আইনৰ ১৪৪ নং ধাৰাৰ অধীনত জাৰি কৰা নিষেধাজ্ঞা মৰ্মে উক্ত তিনিওটা এলেকাত তৎকালীনভাৱে বলবৎ হোৱাকৈ পাঁচজন বা তাতোধিক ব্যক্তি অকৰ্তৃত্বশীল ভাবে সমবেত হোৱা, ৰাজহুৱা সমদল উলিওৱা,  যিকোনো ধৰণৰ প্ৰদৰ্শন,  ধৰ্ণা,  শ্লোগান দিয়া, পুত্তলিকা দাহ, চহিদ বেদী নিৰ্মাণ,  পদপথ বা পথৰ দাঁতিত কোনো কাৰণ নোহোৱাকৈ এক গোট হোৱা আদিৰ ক্ষেত্ৰত স্পষ্ট নিষেধাজ্ঞা আৰোপ কৰিছে ।

উল্লেখযোগ্য যে লেকাইৰ শেহতীয়া পৰিস্থিতিৰ ফলত বৰ্তমান চলি থকা জাৱৰ নিষ্কাশন ব্যৱস্থাপনা প্ৰকল্পৰ কামত কিছু ঋণাত্মক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছিল। সেয়েহে বিত্তীয় লোকচান, ৰাজহুৱা সম্পত্তি ক্ষতি আৰু যিকোনো ধৰণৰ আইন-শৃংখলাজনিত পৰিস্থিতি এৰাই চলাৰ স্বাৰ্থতে প্ৰশাসনে এই নিষেধাজ্ঞা জাৰি কৰিছে। নিষেধাজ্ঞা উলংঘা কৰা ব্যক্তিৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ ১৮৮ নং ধাৰাৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰিব বুলি অতিৰিক্ত জিলা দণ্ডাধীশে জানিবলৈ দিছে। অৱশ্যে এই প্ৰকল্পটোত কাম কৰি থকা ব্যক্তিৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় বুলিও উল্লেখ কৰে।

Recent News

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd