• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

স্থায়ী সঞ্চালক নিয়োগৰ দাবীত নেৰীষ্টত ৩ দিন ধৰি অৱস্থান ধৰ্মঘট

এন ই নাও নিউজ by এন ই নাও নিউজ
March 1, 2018 2:34 pm
North Eastern Regional Institute of Science and Technology
104
VIEWS
Share on FacebookShare on Twitter

অৰুণাচল প্ৰদেশত অৱস্থিত নৰ্থ ইষ্টাৰ্ণ ৰীজনেল ইনষ্টিটিউট অব ছাইন্স এণ্ড টেক্ন’লজি চমুকৈ নেৰীষ্টৰ ছাত্ৰ একতা সভাই অনুষ্ঠিত কৰি অহা অনিৰ্দিষ্ট কালীন অৱস্থান ধৰ্মঘটৰ ফলত শিক্ষানুষ্ঠানটোৰ শৈক্ষিক পৰিবেশ ব্যাহত হৈ পৰিছে।

ছাত্ৰ-ছাত্ৰী সকলে ৰাজ্যখনৰ আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠানটোত তাৎক্ষণিকভাৱে এগৰাকী স্থায়ী সঞ্চালক নিয়োগ কৰিবলৈ দাবী জনাই যোৱা ৩ দিন ধৰি উক্ত ধৰ্মঘট কাৰ্যসূচী চলাই আহিছে।

প্ৰাপ্ত তথ্য মতে কেন্দ্ৰীয় মানৱ সম্পদ বিকাশ মন্ত্ৰ্যালয়ে এতিয়ালৈকে ছাত্ৰ-ছাত্ৰী সকলে জনাই অহা দাবীৰ কোনোধৰণৰ আনুষ্ঠানিক উত্তৰ প্ৰদান কৰা নাই।

আনহাতে প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰী সকলে প্ৰতিষ্ঠানটোৰ মূল প্ৰবেশদ্বাৰখন বন্ধ কৰি দিয়াৰ লগতে ইয়াৰ ভিতৰলৈ কোনোধৰণৰ যান-বাহন প্ৰবেশ কৰিবলৈ দিয়া নাই।

তেওঁলোকে বিষয়টোৰ ক্ষেত্ৰত মানৱ সম্পদ মন্ত্ৰ্যালয়ে দেখুৱাই অহা ভুমিকাৰ তীব্ৰ বিৰোধিতা কৰাৰ লগতে অচলাৱস্থাটো দূৰ কৰাত ব্যৰ্থ হোৱা বুলি অভিযোগ উঠা ৰাজ্যিক কেন্দ্ৰীয় গৃহ মন্ত্ৰী কিৰেন ৰিজিজুৰ বিৰুদ্ধেও শ্লোগান দিয়ে।

উল্লেখযোগ্য যে, শিক্ষা প্ৰতিষ্ঠানটোত এগৰাকী স্থায়ী সঞ্চালক নিয়োগ কৰিবলৈ ছাত্ৰ-ছাত্ৰী সকলে যোৱা ৪ বছৰ ধৰি দাবী জনাই আহিছে।

আনহাতে অস্থায়ীভাৱে প্ৰতিষ্ঠানটোৰ দায়িত্বত থকা ৰাজীব গান্ধী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য টামো মিবাঙে বিষয়টোৰ মিমাংসা কৰিবলৈ বুধবাৰে প্ৰতিবাদী ছাত্ৰ-ছাত্ৰী সকলক লগ ধৰিছিল যদিও ই ফলপ্ৰসু নহ’ল।

Recent News

তিনিচুকিয়াত পুনৰ উদ্ধাৰ হ’ল আহোম যুগত নিৰ্মিত ৬০০ বছৰীয়া এটা পুৰণি পথ

তিনিচুকিয়াত পুনৰ উদ্ধাৰ হ’ল আহোম যুগত নিৰ্মিত ৬০০ বছৰীয়া এটা পুৰণি পথ

এয়াৰ ইণ্ডিয়াৰ বিৰুদ্ধে ক্ষতিপূৰণ প্ৰদানত জালিয়াতিৰ অভিযোগ! ক্ষুব্ধ ভুক্তভোগীৰ পৰিয়ালৰ

এয়াৰ ইণ্ডিয়াৰ বিৰুদ্ধে ক্ষতিপূৰণ প্ৰদানত জালিয়াতিৰ অভিযোগ! ক্ষুব্ধ ভুক্তভোগীৰ পৰিয়ালৰ

১০২ বছৰ বয়সতো চাকৰি বিচাৰিছে এইগৰাকী চিকিৎসকে; জনালে দীৰ্ঘজীৱনৰ ৰহস্য

১০২ বছৰ বয়সতো চাকৰি বিচাৰিছে এইগৰাকী চিকিৎসকে; জনালে দীৰ্ঘজীৱনৰ ৰহস্য

ক’ত গ’ল পুৰুষাংগ! অস্ত্ৰোপচাৰৰ পিছত জ্ঞান পাই হাহাকাৰ ৰোগীৰ; অসমৰ হাস্পাতালতে ঘটিল এই কাণ্ড

ক’ত গ’ল পুৰুষাংগ! অস্ত্ৰোপচাৰৰ পিছত জ্ঞান পাই হাহাকাৰ ৰোগীৰ; অসমৰ হাস্পাতালতে ঘটিল এই কাণ্ড

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd