• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

স্পোৰ্টছ অথৰিটী অৱ অৰুণাচলৰ বিভিন্ন পদত খেল পৃষ্ঠভূমিৰ লগত জড়িত ব্যক্তিক নিয়োগৰ দাবী অৰুণাচল অলিম্পিক এছ’চিয়েশ্যনৰ  

এন ই নাও নিউজ by এন ই নাও নিউজ
May 1, 2018 12:36 pm
arunachal-sports-570x320
119
VIEWS
Share on FacebookShare on Twitter

সোমবাৰে ইটানগৰত অনুষ্ঠিত হৈ যায় অৰুণাচল অলিম্পিক এছ’চিয়েশ্যনৰ বাৰ্ষিক সাধাৰণ সভা। সভাত সন্থাটোৱে ৰাজধানী চহৰত নিৰ্মীয়মান ইণ্ডোৰ ষ্টেডিয়াম সমূহৰ কাম কাজ নিৰ্ধাৰিত সময়তকৈ আগতে সম্পূৰ্ণ হোৱাৰ বাবে জোৰ প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

এই বৈঠকত সন্থাটোৱে চৰকাৰক প্ৰেৰণ কৰিবলগীয়া ক্ৰীড়া ক্ষেত্ৰৰ সমস্যাৱলীৰ লগতে বিভিন্ন প্ৰস্তাৱ সম্পৰ্কত বিশদভাৱে আলোচনা কৰা হয়।

বৈঠকত মূলতঃ স্পোৰ্টছ অথৰিটী অৱ অৰুণাচলৰ অধ্যক্ষ তথা উপাধ্যক্ষৰ পদত খেল পৃষ্ঠভূমিৰ লগত জড়িত থকা কোনো ব্যক্তিক নিয়োগ কৰা, চৰকাৰী চাকৰিত ক্ৰীড়াৰ বাবে সংৰক্ষিত পদ সমূহত শিক্ষাগত অৰ্হতা হ্ৰাস কৰা, ৰাজ্য চৰকাৰে বছৰি অৰুণাচল অলিম্পিক এছ’চিয়েশ্যনক প্ৰদান কৰি অহা ১ কোটি টকাৰ বিপৰীতে বছৰি ২.৫ কোটি প্ৰদান কৰা আদি বিষয়ত গভীৰ আলোচনা কৰে।

ইফালে সভাত উপস্থিত থকা অধিকাংশই কয় যে ক্ৰীড়া ক্ষেত্ৰৰ লগত জড়িত নথকা তথা ক্ৰীড়া সম্পৰ্কে সম্পূৰ্ণ জ্ঞান নথকা ব্যক্তিয়ে স্পোৰ্টছ অথৰিটী অৱ অৰুণাচলৰ বিষয়বাব ল’লে ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰৰ উন্নয়ন সম্ভৱ নহয়।

অৰুণাচল অলিম্পিক এছ’চিয়েশ্যনৰ বাৰ্ষিক সাধাৰণ সভাতে স্পোৰ্টছ অথৰিটী অৱ অৰুণাচলৰ প্ৰাক্তন উপাধ্যক্ষ গেছী ড’কে সম্পৰ্কতো আলোচনা কৰা হয়।

উল্লেখ্য যে অৰুণাচলৰ ক্ৰীড়া ক্ষেত্ৰত আটাইতকৈ দীৰ্ঘকাল জড়িত হৈ থকা ব্যক্তি জনেই হৈছে ড’কে। স্পোৰ্টছ অথৰিটী অৱ অৰুণাচলৰ উপাধ্যক্ষৰ পদত নিয়োজিত হোৱাৰ পূৰ্বে ড’কে একেৰাহে ২৫ বছৰ কাল অৰুণাচল প্ৰদেশ ফুটবল এছ’চিয়েশ্যনৰ সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

বাৰ্ষিক সাধাৰণ সভাখনত ৰাজ্যখনৰ বিভিন্ন জিলা সমূহৰ সভাপতি সম্পাদককে ধৰি ৰাজ্যিক পৰ্যায়ৰ ক্ৰীড়া সংগঠন সমূহৰ প্ৰতিনিধি সকল উপস্থিত থাকে।

Recent News

ভাৰতীয় বংশোদ্ভৱ মহিলা চিকিৎসকৰ বিৰুদ্ধে ৪ বছৰীয়া কন্যাক হত্যা কৰাৰ অভিযোগ!

ভাৰতীয় বংশোদ্ভৱ মহিলা চিকিৎসকৰ বিৰুদ্ধে ৪ বছৰীয়া কন্যাক হত্যা কৰাৰ অভিযোগ!

লণ্ডনৰ পাৰ্টিত এটা ফ্ৰেমতে মালিয়া-মোডী; গান জুৰিলে ‘আই ডিড ইট মাই ৱে’, দেখি ক্ষুব্ধ ভাৰতীয়

লণ্ডনৰ পাৰ্টিত এটা ফ্ৰেমতে মালিয়া-মোডী; গান জুৰিলে ‘আই ডিড ইট মাই ৱে’, দেখি ক্ষুব্ধ ভাৰতীয়

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd