• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

স্বচ্ছ ভাৰত অভিযানৰ অধীনত ইন’ভেটিভ ই-মটৰ্চৰ শুভাৰম্ভণি

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
December 25, 2017 5:01 pm
148
VIEWS
Share on FacebookShare on Twitter

২০২০ চনৰ ভিতৰত অতি কমেও ৫ কোটি দুচকীয়া ইলেক্ট্ৰনিক বাহন মুকলি কৰাৰ উদ্দেশ্যে কালি সন্ধিয়া মহানগৰীৰৰ হোটেল হৰ্নবিলত নেচনেল টানৱাল ই ভেৰিকেলে বিভিন্ন আৰ্হিৰ ইলেক্ট্ৰিক দুচকীয়া বাহনৰ শুভাৰম্ভ কৰে। এই ইলেক্ট্ৰিক মটৰচাইকেলৰ শুভাৰম্ভণি কৰে টানৱাল ই ভেৰিকেলৰ পৰিচালক অমিত কুমাৰ মালিয়ে।

এই প্ৰচেষ্টাৰ আঁৰৰ ব্যক্তি চৈফুল ইছলাম কাজিয়ে এক সংবাদমেলৰ জৰিয়তে জানিবলৈ দিয়া অনুসৰি তেওঁলোকে এই প্ৰচেষ্টাৰ জিৰয়তে ৮০ শতাংশ পৰ্যন্ত ফচিল ইন্ধনৰ ব্যৱহাৰ হ্ৰাস কৰিব। ভাৰতৰ অংগ হিচাপে উত্তৰ পূৰ্বাঞ্চলক সেউজীয়া কৰি ৰখাতো সকলোৰে দায়িত্ব। সেয়েহে ২০২০ চনলৈ ইলেক্ট্ৰনিক ম’বিলিটি মিছনৰ দ্বাৰা প্ৰায় এক মিলিয়ন টন ইন্ধন (যাৰ মূল্য প্ৰায় ১০০০ কোটি)ৰ ৰাহি কৰিবলৈ এই ইলেক্ট্ৰনিক বাহনৰ মুকলি কৰা হৈছে বুলি চৈফুল ইছলাম কাজিয়ে জানিবলৈ দিয়ে। লগতে তেওঁ সংবাদমাধ্যমক উল্লেখ কৰা অনুসৰি এই বাহন চলাবলৈ কোনো ধৰণৰ বাহন অনুজ্ঞাপত্ৰৰ প্ৰয়োজন নহয়।

https://youtu.be/wOhd3fi9jps

এই বাহন সমূহ সম্পূৰ্ণ প্ৰদূষণমুক্ত আৰু কোনো ধৰণৰ পঞ্জীয়নৰ প্ৰয়োজন নাই। জানিব পৰা মতে অটমেটিভ ৰিচাৰ্ছ এছ’চিয়েচন অব ইণ্ডিয়াই এই দুচকীয়া বাহন সমূহক ৰোড পাৰ্মিছন প্ৰদান কৰিছে।

Recent News

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

ভাৰত-পাকিস্তান সংঘাতৰ মাজতে চীনৰ সামৰিক প্ৰযুক্তিৰ গুৰুত্বপূৰ্ণ পৰীক্ষণ

ভাৰত-পাকিস্তান সংঘাতৰ মাজতে চীনৰ সামৰিক প্ৰযুক্তিৰ গুৰুত্বপূৰ্ণ পৰীক্ষণ

মাতৃ দিৱসৰ দিনাই গুৱাহাটীত মাতৃ সমাজক লজ্জানত কৰা ঘটনা : পৰকীয়া প্ৰেমৰ বাবেই ১০ বছৰীয়া সন্তানক হত্যা কৰি ট্ৰলীত ভৰালে মাতৃয়ে

মাতৃ দিৱসৰ দিনাই গুৱাহাটীত মাতৃ সমাজক লজ্জানত কৰা ঘটনা : পৰকীয়া প্ৰেমৰ বাবেই ১০ বছৰীয়া সন্তানক হত্যা কৰি ট্ৰলীত ভৰালে মাতৃয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd