অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ বিষয়ববীয়াই জনোৱা অনুসৰি ২০১৮ চনৰ অসম উচ্চতৰ মাধ্যমিক পৰীক্ষা ২৩ ফেব্ৰুৱাৰীৰৰ পৰা ২২ মাৰ্চলৈকে অনুষ্ঠিত হ’ব। সম্পূৰ্ণ ইলেক্ট্ৰনিক নিৰীক্ষণৰ অধীনত মুঠ ৮২৬ টা কেন্দ্ৰত পৰীক্ষা সমূহ অনুষ্ঠিত হ’ব। পৰীক্ষা কেন্দ্ৰ সমূহত চি চি টিভি কেমেৰা সংলগ্ন কৰা হ’ব। অসমৰ বিভিন্ন সংবেদনশীল এলেকাৰ ২১ টা কেন্দ্ৰত ভ্ৰাম্যমাণ পৰিদৰ্শনকাৰী নিয়োগ কৰা হ’ব। বাণিজ্য, কলা আৰু বিজ্ঞান শাখা মিলাই প্ৰায় ২৬০০০০ হাজাৰ পৰীক্ষাৰ্থী অৱতীৰ্ণ হ’ব লগীয়া এইবাৰৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ব্যৱহাৰিক পৰীক্ষা সমূহ ৫ জানুৱাৰীৰ পৰা ৩০ জানুৱাৰীলৈ অনুষ্ঠিত হ’ব। জানুৱাৰী মাহৰ প্ৰথম সপ্তাহৰ ভিতৰতে পৰীক্ষাৰ্থীসকলৰ প্ৰৱেশ পত্ৰ সমূহ প্ৰেৰণ কৰা হ’ব।
২৩ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ অসম উচ্চতৰ মাধ্যমিক পৰীক্ষা
-
By NE NOW NEWS
- Categories: অসম
Related Content
মোডীক মুখামুখি বিতৰ্কলৈ নিমন্ত্ৰণ জনাই ৰাহুল ক’লে, `মই সাজু, মোডীজী মান্তি নহ’ব’
By
এন ই নাও নিউজ
May 12, 2024 9:16 am
IPL 2024: বৰ্ষাবিঘ্নিত মেচত ইডেনত সেমেকিল মুম্বাই; প্লে অফ নিশ্চিত কৰিলে কলকাতা নাইট ৰাইডাৰ্ছে
By
এন ই নাও নিউজ
May 12, 2024 8:09 am
"এই বছৰেই মোৰ শেষ", ইডেনত ৰোহিতৰ ভিডিঅ'ই সূচনা কৰিলে নতুন বিতৰ্কৰ
By
এন ই নাও নিউজ
May 11, 2024 2:54 pm
টাৰ্গেট বহুত! প্ৰতিমাহে ৪,৫০০লিটাৰ বিলাতী সুৰা আৰু ৩,৩১০ লিটাৰ বীয়েৰ কৰিব লাগিব বিক্ৰী
By
এন ই নাও নিউজ
May 11, 2024 2:39 pm
চাঞ্চল্যকৰ! ৪ বছৰীয়া কন্যা সন্তানক এৰি আলফালৈ গ’ল তিনিচুকীয়াৰ দম্পতী
By
এন ই নাও নিউজ
May 11, 2024 12:32 pm
মাত্ৰ ২ ছেন্টমিটাৰৰ বাবে থমকিল নীৰজ চোপ্ৰা; পেৰিচ অলিম্পিকৰ পূৰ্বে ডোহাত কি ঘটিল?
By
এন ই নাও নিউজ
May 11, 2024 12:08 pm