৩১ জুলাই, ২০১৮ত প্ৰকাশ পাব ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ খচৰা

অসম

অসমত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ খচৰা প্ৰকাশৰ পূৰ্বঘোষিত দিন আছিল ৩১ ডিচেম্বৰ। এতিয়া এই খচৰা প্ৰকাশৰ চূড়ান্ত দিন হ’ল অহা বষৰ্ৰ ৩১ জুলাই । উচ্চতম ন্যায়ালয়ক এই কথা  জনালে গৃহ দপ্তৰে। ৩১ জুলাইত এন আৰ চিৰ খচৰা প্ৰকাশৰ অনুমতি বিচাৰি গৃহ মন্ত্ৰালয়ে আৱেদন জনাইছে উচ্চতম ন্যায়ালয়ৰ ওচৰত।