• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 24, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাহুল গান্ধী, জয়ৰাম ৰমেশ, কানহাইয়া কুমাৰকে ধৰি ১০ জন কংগ্ৰেছ নেতাক চমন জাৰি অসম আৰক্ষীৰ CID বিভাগৰ

by
February 19, 2024 7:02 pm
353
VIEWS
Share on FacebookShare on Twitter

সোমবাৰে উত্তৰ প্ৰদেশত ভাৰত জোডো ন্যায় যাত্ৰাত ব্যস্ত হৈ থকাৰ সময়তে কংগ্ৰেছ নেতা ৰাহুল গান্ধীলৈ চমন জাৰি কৰিছে অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগে ।

খবৰ অনুসৰি কংগ্ৰেছৰ সাংসদগৰাকীক অহা ২৩ ফেব্ৰুৱাৰী (বৃহস্পতিবাৰ) গুৱাহাটীৰ উলুবাৰীস্থিত তেওঁলোকৰ কাৰ্যালয়ত চি আই ডিৰ সন্মুখত হাজিৰ হ’বলৈ কোৱা হৈছে।

ৰাহুল গান্ধীৰ লগতে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা দলৰ যোগাযোগ বিভাগৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশ, কে চি ভেনুগোপাল, অসমৰ এ আই চি চিৰ ভাৰপ্ৰাপ্ত বিষয়া জিতেন্দ্ৰ সিং আলৱাৰকো চি আই ডিৰ সন্মুখত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে।

ইয়াৰ উপৰিও যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি বি ভি শ্ৰীনিবাস, আৰু এন এছ ইউ আইৰ প্ৰভাৰী কানহাইয়া কুমাৰকো চমন জাৰি কৰা হয়।

তদুপৰি অসম কংগ্ৰেছৰ মুৰব্বী ভূপেন বৰা, লোকসভাৰ সাংসদ গৌৰৱ গগৈ আৰু অসম বিধানসভাৰ বিৰোধী নেতা দেৱব্ৰত শইকীয়াকো চি আই ডিৰ সন্মুখত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে।

তদুপৰি কংগ্ৰেছৰ বিধায়ক জাকিৰ হুছেইন ছিকদাৰ আৰু ৰমেন শৰ্মাকো গুৱাহাটীত চি আই ডিৰ সন্মুখত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে।

উল্লেখ্য যে চলিত বৰ্ষৰ ১৮ জানুৱাৰীৰ পৰা অসমত আৰম্ভ হোৱা ভাৰত জোডো ন্যায় যাত্ৰাৰ সময়ত আৰক্ষীৰ বেৰিকেট ভাঙি দিয়াৰ অভিযোগত CID এ এই চমন জাৰি কৰিছে। 

কংগ্ৰেছৰ ৰাজ্য আৰু ৰাষ্ট্ৰীয় এই সকলো নেতাক ২৩ ফেব্ৰুৱাৰীৰ পুৱা ১১:৩০ বজাত গুৱাহাটীৰ চি আই ডিৰ কাৰ্যালয়ত উপস্থিত থাকিবলৈ নিৰ্দেশ দিছে।

Recent News

বন্দী বিনিময়ৰ মাজতে ৰাছিয়াৰ ক্ষেপণাস্ত্ৰই ক্ষত-বিক্ষত কৰিছে ইউক্ৰেইন!

বন্দী বিনিময়ৰ মাজতে ৰাছিয়াৰ ক্ষেপণাস্ত্ৰই ক্ষত-বিক্ষত কৰিছে ইউক্ৰেইন!

‘সিন্দূৰ দান শিবিৰ’! মোদীক লৈ ব্যংগ জনপ্ৰিয় অভিনেতা প্ৰকাশ ৰাজৰ

‘সিন্দূৰ দান শিবিৰ’! মোদীক লৈ ব্যংগ জনপ্ৰিয় অভিনেতা প্ৰকাশ ৰাজৰ

পদত্যাগ কৰিব মহম্মদ ইউনুছে! পুনৰ ৰাজনৈতিক অস্থিৰতাৰ মাজলৈ গতি কৰিব নেকি বাংলাদেশ

পদত্যাগ কৰিব মহম্মদ ইউনুছে! পুনৰ ৰাজনৈতিক অস্থিৰতাৰ মাজলৈ গতি কৰিব নেকি বাংলাদেশ

১৯ বাৰ নেপাল হৈ অথবা খোজকাঢ়ি পাকিস্তানলৈ গৈছিল গৌৰৱ গগৈৰ পত্নী! মুখ্যমন্ত্ৰীৰ বিস্ফোৰক অভিযোগ

১৯ বাৰ নেপাল হৈ অথবা খোজকাঢ়ি পাকিস্তানলৈ গৈছিল গৌৰৱ গগৈৰ পত্নী! মুখ্যমন্ত্ৰীৰ বিস্ফোৰক অভিযোগ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd