• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অতিৰিক্ত ৰাষ্ট্ৰীয় নিৰাপত্তা পৰামৰ্শদাতা পদত শ্বিলংত জন্মগ্ৰহন কৰা ৰাজিন্দৰ খান্না

এন ই নাও নিউজ by এন ই নাও নিউজ
January 4, 2018 8:45 am
ৰাজিন্দৰ খান্না
155
VIEWS
Share on FacebookShare on Twitter

শ্বিলংত জন্মগ্ৰহন কৰা ৰাজিন্দৰ খান্নাক ভাৰতৰ অতিৰিক্ত ৰাষ্ট্ৰীয় নিৰাপত্তা পৰামৰ্শদাতা হিচাপে নিয়োগ কৰা হৈছে। ভাৰতৰ চোৰাংচোৱা বিভাগৰ(RAW) প্ৰাক্তন প্ৰধান খান্নাৰ উত্তৰ-পূৱৰ উপৰি থাইলেণ্ড আৰু ম্যানমাৰতো সেৱা আগবঢ়োৱাৰ এক দীৰ্ঘ দিনিয়া অভিজ্ঞতা আছে। ১৯৭৮ চনত ভাৰতৰ চোৰাংচোৱা বিভাগ (RAW)ত গৱেষণা আৰু বিশ্লেষণ বিষয়া হিচাপে যোগদান কৰা প্ৰাক্তন প্ৰধান গৰাকীয়ে বহুকেইটা সন্ত্ৰাসবাদ প্ৰতিৰোধি অপাৰেশ্যনত নেতৃত্ব প্ৰদান কৰিছিল। লক্ষ্যনীয় যে প্ৰাক্তন ভাৰতীয় বৈদেশিক সেৱা বিষয়া অৰবিন্দ গুপ্তায়ে ২০১৭ চনৰ আগষ্টত অতিৰিক্ত ৰাষ্ট্ৰীয় নিৰাপত্তা পৰামৰ্শদাতা পদটোৰ পৰা অৱসৰ লোৱাত উক্ত পদটো ইমান দিনে খালী হৈ আছিল। প্ৰধানমন্ত্ৰী মোদিৰ অধ্যক্ষতাত থকা ৰাষ্ট্ৰীয় নিৰাপত্তা কাউঞ্চিল হৈছে সকলো আভ্যন্তৰিক তথা বৈদেশিক নিৰাপত্তা সম্পৰ্কিত বিষয়ৰ শীৰ্ষ স্থানীয় সংস্থা। প্ৰাক্তন আই পি এছ বিষয়া তথা ইণ্টেলিজেন্স ব্যুৰোৰ প্ৰধান হিচাপে অৱসৰ গ্ৰহন কৰা অজিত দ’ভালে বৰ্তমান উক্ত কাউঞ্চিলটোৰ সচিবৰ দায়িত্বত আছে। উল্লেখযোগ্য যে এইবাৰে পোন প্ৰথমবাৰৰ কাৰনে ৰাষ্ট্ৰীয় নিৰাপত্তা পৰামৰ্শদাতা তথা অতিৰিক্ত ৰাষ্ট্ৰীয় নিৰাপত্তা পৰামৰ্শদাতা দুইটা পদতে চোৰাংচোৱা সংস্থাৰ পৰা অহা ব্যক্তি নিযুক্ত হৈছে।

 

Recent News

নিজে পঢ়ি অহা শিক্ষা প্ৰতিষ্ঠানলৈ মুকেশ আম্বানীৰ ১৫১ কোটি টকাৰ অনুদান…

নিজে পঢ়ি অহা শিক্ষা প্ৰতিষ্ঠানলৈ মুকেশ আম্বানীৰ ১৫১ কোটি টকাৰ অনুদান…

উদ্বোধনৰ আগতেই পানীকৃত হ’ল ৯৮ কোটি টকাৰ ৰাজহুৱা পানী যোগান প্ৰকল্প : জাহ গ’ল ডিব্ৰু নদীত

উদ্বোধনৰ আগতেই পানীকৃত হ’ল ৯৮ কোটি টকাৰ ৰাজহুৱা পানী যোগান প্ৰকল্প : জাহ গ’ল ডিব্ৰু নদীত

আইচিইউত ভৰ্তি মহিলাক টোপনিৰ বেজী দি ধৰ্ষণ চিকিৎসা কৰ্মীৰ : ঘটনাক গাপ দিয়া চেষ্টা হাস্পাতাল কৰ্তৃপক্ষৰ

আইচিইউত ভৰ্তি মহিলাক টোপনিৰ বেজী দি ধৰ্ষণ চিকিৎসা কৰ্মীৰ : ঘটনাক গাপ দিয়া চেষ্টা হাস্পাতাল কৰ্তৃপক্ষৰ

NEET PG 2025: ৩ আগষ্টত এটা শ্বিফটত অনুষ্ঠিত হ’ব পৰীক্ষা

NEET PG 2025: ৩ আগষ্টত এটা শ্বিফটত অনুষ্ঠিত হ’ব পৰীক্ষা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd