NORTHEAST NOW (Assamese)

অনিমা গুহ গুৰুতৰভাৱে অসুস্থ

November 22, 2017 12:15 pm · এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী :

অসমৰ এগৰাকী সুলেখিকা, অশীতিপৰ অনিমা গুহ গুৰুতৰভাৱে অসুস্থ হোৱাৰ বাতৰি পোৱা গৈছে। সম্প্ৰতি গুৱাহাটীৰ আৰ্য হস্পিটেলৰ আই চি য়ুত লেখিকাগৰাকীক চিকিৎসা আগ বঢ়াই থকা হৈছে।

Related News