• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 24, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অবৈধ অনুপ্ৰৱেশকাৰীৰ পৰা পৰিত্ৰাণ পাবলৈ মিজোৰাম চৰকাৰৰ নতুন পদক্ষেপ গ্ৰহণ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 22, 2017 11:58 am
133
VIEWS
Share on FacebookShare on Twitter

দিনক দিনে বৃদ্ধি পোৱা বাংলাদেশী নাগৰিকৰ অনুপ্ৰৱেশৰ সমস্যা কিদৰে সমাধান কৰিব পাৰি তাৰ বাবে মিজোৰাম চৰকাৰৰ উদ্যোগত শীৰ্ষ পুলিচ বিষয়া, সীমা সুৰক্ষা বলৰ প্ৰতিনিধি আৰু নাগৰিক সমাজৰ নেতাৰ লগত এক আলোচনাত মিলিত হয়। তথ্যহীন অনুপ্ৰৱেশকাৰী অবৈধ বাংলাদেশীক চিনাক্ত কৰি বহিস্কাৰ কৰাৰ বাবে জিলা পৰ্যায়ৰ বিশেষ তাস্ক ফ’ৰ্ছ কমিটি গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

অনুপ্ৰৱেশকাৰী সমস্যাৰ পৰা কিদৰে উপশম পাব পাৰি সেই বিষয়ে দক্ষিণ মিজোৰামৰ লুংলিত, জিলা উপায়ুক্ত বেঞ্জামিন লালজামাৰ নেতৃত্বত কমিটিখনে আলোচনা কৰে বুলি চৰকাৰী সূত্ৰই জানিব দিয়ে। এই আলোচনাতে সীমান্ত অঞ্চল সমূহত জন্মৰ পঞ্জীয়ন আৰু ঠিকনাৰ প্ৰমাণ পত্ৰ দিওতে যাতে কোনো বিদেশীৰে নাম আৰু ঠিকনা অন্তৰ্ভক্ত নহয় তাৰ প্ৰতি বিশেষ ভাবে লক্ষ্য ৰাখিবলৈ কৰ্তৃপক্ষক আহ্বান জনায়। ইয়াৰ উপৰি অবৈধ অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰি বহিস্কাৰৰ বাবে সৰ্বোত প্ৰকাৰৰ প্ৰয়াস কৰাৰ আদেশ দিয়ে।

বাংলাদেশী নাগৰিক মূলত চাকমা সম্প্ৰদায়ৰ লোকে মিজোৰামত বিভিন্ন সমস্যাৰ উদ্ভৱ কৰিছে বুলিও জনায়। লক্ষ্যণীয় যে মিজোৰামৰ ৩১৮ কিলোমিটাৰ আন্ত:ৰাষ্ট্ৰীয় সীমা বাংলাদেশৰ লগত আছে।

মিজোৰামৰ থলুৱা লোকৰ হৈ কাম কৰি থকা বিভিন্ন দল-সংগঠন তথা এন জি অই বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ সমস্যা সমাধানৰ বাবে সময়ে সময়ে কেন্দ্ৰীয় চৰকাৰক বাৰম্বাৰ অনুৰোধ কৰাৰ পিছতো একো সমাধান সূত্ৰ উলিয়াব পৰা নাই বুলি ক্ষেদ প্ৰকাশ কৰে।

Recent News

বৃক্ক বিকল হ’লে শৰীৰে দিয়ে এই সংকেতসমূহ! আওকাণ কৰিলে হ’ব বিপদ

বৃক্ক বিকল হ’লে শৰীৰে দিয়ে এই সংকেতসমূহ! আওকাণ কৰিলে হ’ব বিপদ

NBA Raising Star Leuge: ভাৰতীয় দলত স্থান লাভ অসমৰ জীয়ৰী ৰুমী কোঁৱৰ

NBA Raising Star Leuge: ভাৰতীয় দলত স্থান লাভ অসমৰ জীয়ৰী ৰুমী কোঁৱৰ

কৃত্ৰিম বানৰ কবলত শিৱসাগৰত: জলমগ্ন ঐতিহাসিক ৰংঘৰ চৌহদো

কৃত্ৰিম বানৰ কবলত শিৱসাগৰত: জলমগ্ন ঐতিহাসিক ৰংঘৰ চৌহদো

লামডিং–বদৰপুৰ ৰে’লপথত ভূমিস্খলনৰ বাবে যাত্ৰাত ব্যাঘাত! এনএইচএআইৰ তদন্ত আৰম্ভ

লামডিং–বদৰপুৰ ৰে’লপথত ভূমিস্খলনৰ বাবে যাত্ৰাত ব্যাঘাত! এনএইচএআইৰ তদন্ত আৰম্ভ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd