• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অব্ৰাহ্মণ জাতৰ সৈতে বিয়াত বহা ব্ৰাহ্মণক সমাজৰ পৰা বহিষ্কাৰৰ সিদ্ধান্ত ব্ৰাহ্মণ সমাজৰ; বিৰোধিতাৰে গুৱাহাটী উঃ ন্যায়ালয়ত আবেদন ‘ব্ৰাহ্মণ’ অধিবক্তাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 5, 2018 7:20 pm
1k
VIEWS
Share on FacebookShare on Twitter

অব্ৰাহ্মণ জাতিৰ লোকৰ সৈতে বিয়াত বহা ব্ৰাহ্মণ জাতিৰ লোকক সমাজৰ পৰা বহিষ্কাৰ কৰা হ’ব বুলি দৰং আৰু ওদালগুৰি জিলা ব্ৰাহ্মণ সমাজে জাৰি কৰা আদেশৰ বিৰুদ্ধে অধিবক্তা অনুপম শৰ্মাই দাখিল কৰা ৰাজহুৱা স্বাৰ্থজড়িত আবেদন গ্ৰহণ কৰি ৪ এপ্ৰিল বুধবাৰে উক্ত সংগঠনটো আৰু জিলাৰ উপায়ুক্তলৈ জাননী জাৰি কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে।

আদালতৰ শুনানিৰ পিছত সাংবাদিকৰে হোৱা কথা-বতৰাত অধিবক্তা শৰ্মাই জনায় যে যোৱা ২০১৭ চনতে প্ৰায় এবছৰ আগতেই তেওঁ সংশ্লিষ্ট জিলাৰ উপায়ুক্তক ব্ৰাহ্মণ সমাজৰ এই সিদ্ধান্তসমূহৰ বিষয়ে জনাইছিল কিন্তু উপায়ুক্তই কোনো ব্যৱস্থা নোলোৱা বাবে তেওঁ উচ্চ ন্যায়ালয়ত এই আবেদনখন দাখিল কৰে।

যোৱা ২০১৬ চনৰ ১৯ মাৰ্চতে এখন সভাযোগে ১৯২১ চনত প্ৰতিষ্ঠিত ব্ৰাহ্মণ সংগঠনটোৱে লোৱা এইধৰণৰ সিদ্ধান্তসমূহ অধিবক্তাজনৰ আবেদনখনৰ জৰিয়তে পোহৰলৈ আহিছে।

সভাখনত অসবৰ্ণ বিবাহত বহা লোকক ‘তৎকালে’ সমাজৰ পৰা ‘বহিষ্কাৰ’ কৰাৰ সিদ্ধান্তৰ লগতে এনে লোকৰ মাংগলিক কৰ্ম-কাণ্ডত ব্ৰাহ্মণ ৰান্ধনীকে ধৰি পুৰোহিতৰ অংশগ্ৰহণ নিষেধ কৰি আৰু এনে লোকক মাংগলিক অনুষ্ঠানলৈ নিমন্ত্ৰণ নিষিদ্ধ কৰি ব্ৰাহ্মণ সমাজে প্ৰস্তাৱ গ্ৰহণ কৰিছে।

‘মই নিজে ব্ৰাহ্মণ’ বুলি উল্লেখ কৰি আবেদনকাৰী অধিবক্তা শৰ্মাই আজিৰ দিনত এই বামুণ, কোঁচ, কলিতা আদি বিভাজন নচলে বুলি মন্তব্য কৰে।

‘সমাজৰ অভ্যন্তৰীণ, সামাজিক, ধৰ্মীয় নীতিত কুঠাৰাঘাত কৰি সমাজৰ সুনাম বিনষ্ট কৰিবলৈ এচামে সমাজৰ পৰিপন্থী কামত লিপ্ত হোৱা দেখা গৈছে। সমাজৰ বিস্তৰ ক্ষতি কৰিব পৰা তেনে বিষয়সমূহৰ ওপৰত বিস্তৃত আলোচনা কৰি এই প্ৰস্তাৱসমূহ গ্ৰহণ কৰা হৈছে’ বুলি ব্ৰাহ্মণ সমাজৰ গৃহীত প্ৰস্তাৱত কোৱা হৈছে।

Recent News

কমাৰ নাম নাই! ১ জুলাইৰ পৰা বৃদ্ধি পালে ৰে’লৰ ভাড়া; বিজ্ঞপ্তি প্ৰকাশ কৰি জনালে ৰে’ল মন্ত্ৰালয়ে

কমাৰ নাম নাই! ১ জুলাইৰ পৰা বৃদ্ধি পালে ৰে’লৰ ভাড়া; বিজ্ঞপ্তি প্ৰকাশ কৰি জনালে ৰে’ল মন্ত্ৰালয়ে

কাৰ্যপালিকাৰ ওপৰত ৰুষ্ট ন্যায়পালিকা : থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী পাটংটাৰ্ণ শ্বিনাৱাট্ৰাক নিলম্বন সাংবিধানিক আদালতৰ!

কাৰ্যপালিকাৰ ওপৰত ৰুষ্ট ন্যায়পালিকা : থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী পাটংটাৰ্ণ শ্বিনাৱাট্ৰাক নিলম্বন সাংবিধানিক আদালতৰ!

প্ৰিয়দৰ্শিনী মাট্টু কাণ্ডঃ সন্তোষ কুমাৰ সিঙৰ মুক্তিৰ অনুৰোধ পুনৰ বিবেচনা কৰিব দিল্লী উচ্চ ন্যায়ালয়ে

প্ৰিয়দৰ্শিনী মাট্টু কাণ্ডঃ সন্তোষ কুমাৰ সিঙৰ মুক্তিৰ অনুৰোধ পুনৰ বিবেচনা কৰিব দিল্লী উচ্চ ন্যায়ালয়ে

সাংসদ অজিত কুমাৰ ভূঞাৰ বিৰুদ্ধে দাখিল কৰা অভিযোগনামা ষড়যন্ত্রমূলক আৰু ৰাজনৈতিকভাৱে উদ্দেশ‍্য প্ৰণোদিত

সাংসদ অজিত কুমাৰ ভূঞাৰ বিৰুদ্ধে দাখিল কৰা অভিযোগনামা ষড়যন্ত্রমূলক আৰু ৰাজনৈতিকভাৱে উদ্দেশ‍্য প্ৰণোদিত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd