• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসমত তৃণমূল নিশ্চিহ্ন হোৱাৰ পথত!! ৰাজ্যিক সভাপতিৰ পিছত ৰাজ্যিক সাঃ সম্পাদক হৰেকৃষ্ণ গগৈৰ দলত্যাগ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 3, 2018 11:47 pm
Mamata-678x381
108
VIEWS
Share on FacebookShare on Twitter

অসমত চলি থকা এন আৰ চি প্ৰক্ৰিয়াক লৈ ৰাজনীতিৰ নামত সাম্প্ৰদায়িক উচটনি দিয়া তথা বাঙালীসকলৰ বিৰুদ্ধে এই প্ৰক্ৰিয়াটোক ষড়যন্ত্ৰ আখ্যা দিয়া তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জীৰ স্থিতি ক্ষুব্ধ হৈ পৰিছে দলটোৰ অসম ৰাজ্যিক শাখা।

উল্লেখযোগ্য যে ২ জুলাইত পশ্চিম বংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীয়ে ৰাজ্যিক নেতৃত্বৰ বাধালৈ কাণ নিদি অসমলৈ দলটোৰ প্ৰতিনিধি প্ৰেৰণ কৰা আৰু অসম বিৰোধী স্থিতি লোৱা বাবে দলটোৰ অসমৰ সভাপতি দীপেন পাঠকে দলত্যাগ কৰিছিল।

ইয়াৰ পিছতো দলটোত ক্ষোভৰ চোক অব্যাহত থাকে। আজি দলটোৰ ৰাজ্যিক সাধাৰণ সম্পাদক হৰেকৃষ্ণ গগৈয়েও ‘দলত্যাগ কৰিম’ বুলি সংবাদ মাধ্যমৰ আগত ঘোষণা কৰিছে।

আনহাতে মহিলা তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভানেত্ৰী বিবুলয়া গগৈয়েও পদত্যাগ কৰাৰ কথা কৈছে।

উল্লেখযোগ্য যে ৰাজ্যিক সাধাৰণ সম্পাদক হৰেকৃষ্ণ গগৈ দলটোৰ এজন পুৰণি কৰ্মী আৰু তেওঁ দলীয় টিকটত ২০১১ চনত নাজিৰা সমষ্টিৰ পৰা বিধানসভাত প্ৰতিদ্বন্দ্বিতা কৰিছিল। ইফালে মহিলা তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভানেত্ৰী বিবুলয়া গগৈয়েও ২০১৪ চনৰ যোৰহাট লোকসভা সমষ্টিৰ পৰা দলীয় টিকটত প্ৰতিদ্বন্দ্বিতা কৰিছিল।

আমালৈ অহা সংবাদ মতে, সমগ্ৰ ৰাজ্যখনতে দলটোৰ কৰ্মীসকলৰ মাজত নেতৃত্বৰ বিৰুদ্ধে ক্ষোভৰ সৃষ্টি হৈছে। বহুতো জিলা কমিটীয়ে সমূহীয়া পদত্যাগৰ বাবে সাজু হৈছে। অসমৰ জাতীয় স্বাৰ্থক সকলোৱে অগ্ৰাধিকাৰ দি মমতাৰ অসম আৰু অসমীয়া বিৰোধী স্থিতিক সমালোচনা কৰাৰ লগতে দল ত্যাগ কৰাৰ সংকল্প লৈছে। ফলত ৰাজ্যখনত তৃণমূল কংগ্ৰেছৰ ভৱিষ্যৎ প্ৰায় আন্ধাৰৰ দিশত।

Recent News

পঞ্চায়তত নিৰ্বাচিত প্ৰতিনিধিক অভিনন্দন, ৰাইজকো কৃতজ্ঞতা ভূপেন বৰাৰ

পঞ্চায়তত নিৰ্বাচিত প্ৰতিনিধিক অভিনন্দন, ৰাইজকো কৃতজ্ঞতা ভূপেন বৰাৰ

ট্ৰাম্পক উত্তৰ নিদিলে মোদীৰ ইমান তেজস্বী ভাষণৰ অৰ্থ কি থাকিল?

ট্ৰাম্পক উত্তৰ নিদিলে মোদীৰ ইমান তেজস্বী ভাষণৰ অৰ্থ কি থাকিল?

অৱসৰ ললে মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই : বিদায়ী ভাষণত দি গ’ল হৃদয়স্পৰ্শী বাৰ্তা

অৱসৰ ললে মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই : বিদায়ী ভাষণত দি গ’ল হৃদয়স্পৰ্শী বাৰ্তা

কৰ্ণেল ছ’ফিয়া কুৰেশ্বীক ‘পাকিস্তানীৰ ভগ্নী’ আখ্যা বিজেপি মন্ত্ৰী বিজয় শ্বাহৰ!

কৰ্ণেল ছ’ফিয়া কুৰেশ্বীক ‘পাকিস্তানীৰ ভগ্নী’ আখ্যা বিজেপি মন্ত্ৰী বিজয় শ্বাহৰ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd