• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমত বন্যপ্ৰাণী-মানুহৰ সংঘাত ৰোধৰ বাবে ব্যৱহাৰ হ’ব অভিনৱ প্ৰযুক্তি

এন ই নাও নিউজ by এন ই নাও নিউজ
March 16, 2018 2:12 pm
asian-elephants.jpg
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যত বন্যপ্ৰাণী-মানুহৰ মাজত বৰ্ধিত সংঘাত ৰোধৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ তৎপৰ হৈছে বন বিভাগ।

সেই অনুসৰি অসমৰ বন বিভাগে আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ কৰি বিভিন্ন বনাঞ্চলৰ হাতী অহা-যোৱা কৰা বাটত ছেন্সৰযুক্ত প্ৰতিবন্ধক স্থাপনৰ উদ্যোগ গ্ৰহণ কৰিছে।লগতে হাতী অহাৰ তথ্য বন বিভাগে স্থানীয় ৰাইজৰ লগত আদান-প্ৰদান কৰি সংঘাত পৰিহাৰ কৰিবলৈ চেষ্টা কৰিব।

উল্লেখযোগ্য যে অসম বিধানসভাত যোৱা বৃহস্পতিবাৰে বনমন্ত্ৰী প্ৰমীলাৰাণী ব্ৰক্ষ্মই এই বিষয়ে সদৰী কৰি লগতে কয় যে ভৱিষ্যতে যাতে বন্যপ্ৰাণী-মানুহৰ সংঘাতৰ পৰা হোৱা ক্ষতি ৰোধ কৰিব পৰা যায় তাৰ বাবে সৌৰ শক্তিচালিত বৈদ্যুতিক বেৰৰ ব্যৱস্থা কৰা হৈছে।

বনমন্ত্ৰী প্ৰমীলাৰাণী ব্ৰক্ষ্মই লগতে সদনত উল্লেখ কৰে যে বন্যপ্ৰাণী-মানুহৰ সংঘাতৰ বাবে ২০১৬-১৭ বৰ্ষত প্ৰায় ১,৭৫২টা গৃহৰ ক্ষতি হোৱাৰ উপৰি ১,২০৮টা পৰিয়ালৰ ৬৩৪,৬০ হেক্টৰ বিঘা কৃষিভূমি বিনষ্ট হৈছে।

ইয়াৰ বিপৰীতে ২০১৭-১৮ বৰ্ষত ১,৭৯৪টা গৃহ বিধ্বস্ত হোৱাৰ উপৰি ২,১৯৪টা পৰিয়ালৰ প্ৰায় ১২৪৬,১০ হেক্টৰ কৃষিভূমি বিনষ্ট হৈছে।

আনহাতে বন্যপ্ৰাণী-মানুহৰ সংঘাত ৰোধৰ বাবে ৰাজ্যৰ প্ৰতিটো এলিফেণ্ট কৰিড’ৰত আৰক্ষী, ৰাজহ গাঁৱৰ প্ৰতিনিধি, বন বিভাগ, গড়কাপ্টানী বিভাগ, এপিডিচিএল, ৰেলৱে, অঞ্চল বিশেষৰ উপায়ুক্ত আৰু স্বেচ্ছাসেৱী সংগঠনৰ প্ৰতিনিধিক লৈ একোখনকৈ সমিতি গঠন কৰা হ’ব বুলিও সদনক অৱগত কৰে বনমন্ত্ৰী গৰাকীয়ে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সাংবাদিকৰ মৌলিক কৰ্তব্যক সমৰ্থন উচ্চ ন্যায়ালয়ৰ! খাৰিজ কৰিলে কংকন বৰঠাকুৰৰ বিৰুদ্ধে থকা গোচৰ

সাংবাদিকৰ মৌলিক কৰ্তব্যক সমৰ্থন উচ্চ ন্যায়ালয়ৰ! খাৰিজ কৰিলে কংকন বৰঠাকুৰৰ বিৰুদ্ধে থকা গোচৰ

August 18, 2025 8:17 pm
কোন হ’ব বিৰোধী দলৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী? বিৰোধী মিত্ৰজোঁটৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীক লৈ জল্পনা-কল্পনা

কোন হ’ব বিৰোধী দলৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী? বিৰোধী মিত্ৰজোঁটৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীক লৈ জল্পনা-কল্পনা

August 18, 2025 7:55 pm
ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ এআই ফ্ৰেমৱৰ্ক সম্পৰ্কে উদ্বেগ প্ৰকাশ অল ইণ্ডিয়া বেংক অফিচাৰ্ছ কনফেডাৰেচনৰ

ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ এআই ফ্ৰেমৱৰ্ক সম্পৰ্কে উদ্বেগ প্ৰকাশ অল ইণ্ডিয়া বেংক অফিচাৰ্ছ কনফেডাৰেচনৰ

August 18, 2025 7:55 pm
এফালে উচ্ছেদ আন ফালে হাজাৰ বিঘা মাটি বহিৰাগত কোম্পানীক প্ৰদান! “অসমৰ প্রতি ইঞ্চি মাটি বেদখলকাৰীৰ পৰা মুক্ত হ’ব- মুখ্য মন্ত্ৰীৰ দাবী

এফালে উচ্ছেদ আন ফালে হাজাৰ বিঘা মাটি বহিৰাগত কোম্পানীক প্ৰদান! “অসমৰ প্রতি ইঞ্চি মাটি বেদখলকাৰীৰ পৰা মুক্ত হ’ব- মুখ্য মন্ত্ৰীৰ দাবী

August 18, 2025 6:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাংবাদিকৰ মৌলিক কৰ্তব্যক সমৰ্থন উচ্চ ন্যায়ালয়ৰ! খাৰিজ কৰিলে কংকন বৰঠাকুৰৰ বিৰুদ্ধে থকা গোচৰ

সাংবাদিকৰ মৌলিক কৰ্তব্যক সমৰ্থন উচ্চ ন্যায়ালয়ৰ! খাৰিজ কৰিলে কংকন বৰঠাকুৰৰ বিৰুদ্ধে থকা গোচৰ

August 18, 2025 8:17 pm
কোন হ’ব বিৰোধী দলৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী? বিৰোধী মিত্ৰজোঁটৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীক লৈ জল্পনা-কল্পনা

কোন হ’ব বিৰোধী দলৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী? বিৰোধী মিত্ৰজোঁটৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীক লৈ জল্পনা-কল্পনা

August 18, 2025 7:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd