• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসুস্থ শিল্পী দীপালী বৰঠাকুৰলৈ মুখ্য মন্ত্ৰীৰ ১ লাখ টকাৰ সাহায্য

এন ই নাও নিউজ by এন ই নাও নিউজ
March 12, 2018 10:37 pm
DipaliBorthakur
167
VIEWS
Share on FacebookShare on Twitter

বৰ্তমান অসুস্থতাত ভুগি থকা অসমৰ যশস্বী কণ্ঠশিল্পী, অসমৰ নাইটিংগেল খ্যাত দীপালী বৰঠাকুৰলৈ মুখ্য মন্ত্ৰীয়ে আজি ১ লাখ টকাৰ সাহায্য আগ বঢ়ায়।

আজি শিল্পীগৰাকীৰ ঘৰলৈ গৈ মুখ্য মন্ত্ৰীজনৰ প্ৰেছ উপদেষ্টা হৃষিকেশ গোস্বামীয়ে মুখ্য মন্ত্ৰীৰ হৈ এই ১ লাখ টকাৰ চে’ক প্ৰদান কৰে শিল্পীগৰাকীৰ স্বামী অসমৰ প্ৰখ্যাত চিত্ৰশিল্পী নীলপৱন বৰুৱাক। লগতে গোস্বামীয়ে শিল্পীগৰাকীৰ স্বাস্থ্যৰ বুজ লয় আৰু আশু আৰোগ্য কামনা কৰে। এই লাখ টকা মুখ্য মন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা দিয়া বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে যোৱা কিছু দিনৰ পৰা অসুস্থতাত ভুগি দীপালী বৰঠাকুৰ মহানগৰীৰ নেইমকেয়াৰ নামৰ ব্যক্তিগতখণ্ডৰ চিকিৎসালয়খনত চিকিৎসাধীন হৈ আছিল।

অসমৰ সংগীত জগতত ভোতাতৰাৰ দৰে জিলিকি থকা কোকিলকণ্ঠী শিল্পীগৰাকীৰ অসুস্থতাত তেওঁৰ অসংখ্য গুণমুগ্ধৰ লগতে শিল্পীসমাজ উদ্বিগ্ন হৈ পৰা দেখা গৈছিল। উল্লেখ কৰিব পাৰি যে নৱম শ্ৰেণীত পঢ়ি থাকোতেই ‘বন্ধু সময় পালে আমাৰ ফালে এবাৰ আহি যাবা।’ৰ দৰে জনপ্ৰিয় গীতত কণ্ঠদান কৰিছিল শিল্পীগৰাকীয়ে, যিটো আজিও সমানে জনপ্ৰিয় হৈ আছে।

কেলজ পঢ়ি থকাৰ সময়তে বিৰল মটৰ নিউৰন (Motor Neuron) ৰোগত আক্ৰান্ত হোৱা দীপালী বৰঠাকুৰে তেতিয়াৰ পৰা গান গাব নোৱৰা হয়। এই ৰোগত আক্ৰান্ত অৱস্থাতেই শিল্পীগৰাকীৰ ১৯৭৬ চনত অসমৰ আন এজন খ্যাতিমান ব্যক্তি চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ লগত বিবাহ হৈছিল।

তেওঁ কণ্ঠদান কৰা আন কেইটামান জনপ্ৰিয় গীত হ’ল ‘সোণৰ খাৰু নালাগে মোক বিয়াৰ বাবে আই’, ‘জোনধনে জোনালীতে’, ‘কণমান বৰশীৰে চিপ’, ‘চেনাই মই যাওঁ দেই’ আদি।

Recent News

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd