• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, August 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অহা ২৮ ফেব্ৰুৱাৰীৰ পৰা বৰপেটা সত্ৰত পাঁচদিনীয়াকৈ অনুষ্ঠিত হ’ব দৌল মহোৎসৱ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 26, 2018 4:05 pm
Holi-570x320

প্ৰতিনিধিত্বমূলক ফটো

493
VIEWS
Share on FacebookShare on Twitter

অহা ২৮ ফেব্ৰুৱাৰীৰ পৰা ৪ মাৰ্চলৈকে পাঁচদিনীয়া কাৰ্যসূচীৰে বৰপেটা সত্ৰত শ্ৰী শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱৰ ব্যাপক প্ৰস্তুতি চলিছে।

প্ৰচাৰ, সাংস্কৃতিক বিভাগ, আতিথ্য আৰু অভ্যৰ্থনাকে ধৰি মুঠতে ১৭ খন উপ সমিতি গঠন কৰা হৈছে। তেওঁলোকে মহোৎসৱখনি সাফল্যমণ্ডিত কৰি তুলিবলৈ পূৰ্ণ গতিত কাম কাজ চলাই আছে। মহোৎসৱখনি সম্পূৰ্ণ সত্ৰীয়া ৰীতি আৰু পৰম্পৰাৰে অনুষ্ঠিত কৰা হ’ব।

এই বছৰ দৌল মহোৎসৱৰ প্ৰথম দিনা বহ্নোৎসৱ বা গন্ধৰ্ৱ যাত্ৰা পালন কৰা হ’ব।

দৈনিক দুপৰীয়া প্ৰসংগৰ পিছত দৌল গোৱিন্দ আৰু কলীয়া গোঁহাইক মণিকূট বা ভাঁজঘৰৰ পৰা গায়ন বায়নৰ সৈতে পূব দূৱাৰেদি বাহিৰলৈ উলিয়াই অনা হয়।

দুয়োটা মূৰ্তিকে মঠৰ সন্মুখভাগত ৰখা হ’ব। দুয়োটাকে সন্ধিয়া মেজিৰ চাৰিওফালে সাতবাৰকৈ প্ৰদক্ষিণ কৰোৱা হ’ব আৰু তাৰপিছত দৌলত উঠাব। সেই সন্ধিয়া স্থানীয় শিল্পীৰ দ্বাৰা হিলৈ-ফটকাৰ প্ৰদৰ্শন কৰা হ’ব।

মাৰ্চৰ ১, ২ আৰু ৩ তাৰিখে ভৰ দৌল উদযাপন কৰিব। পুৰুষ আৰু মহিলা ভকতসকলৰ দ্বাৰা পুৱাৰ নিয়মীয়া প্ৰসংগৰ পিছতে আটাইকেইদিন ‘’জগমোহন গৃহ’’ত ভাগৱত পাঠ, ভোজন ব্যৱহাৰ, ঘোষা কীৰ্তন আৰু ব্যাস কীৰ্তন অনুষ্ঠিত হ’ব।

সত্ৰৰ বুঢ়া সত্ৰীয়াই ভৰ দৌলৰ প্ৰথম দিনা ফাকুৰে প্ৰাৰ্থনা আগবঢ়াব আৰু তাৰপিছতে এই দুদিনত আন ভকতসকলে এই সেৱা আগবঢ়াব।

যদিও বহ্নোৎসৱৰ পৰা দৌলৰ সময়খিনিত মূৰ্তি দুটা সলনি কৰা অৱস্থাতে থাকিব, কিন্তু ২ মাৰ্চৰ গধূলি ১০ বজাৰ পিছত উত্তৰ ফাল্গুনী নক্ষত্ৰৰ সময়ছোৱাত ঘটা কিছু জ্যোতিষ শাস্ত্ৰৰ ক্ৰিয়াৰ বাবে তেওঁলোকক ‘’জগমোহন গৃহ’’লৈ লৈ যোৱা হ’ব।

মহোৎসৱৰ শেষৰ দিনা অৰ্থাৎ ৪ মাৰ্চত ফাকুৱা বা বৰপেটাৰ বিখ্যাত সুঁৱেৰি উৎসৱ উদযাপন কৰা হ’ব।

দৌল মহোৎসৱৰ চাৰিওটা দিনতে বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। অহা ২৮ ফেব্ৰুৱাৰীত গন্ধযাত্ৰাৰ দিনাই ৰাজ্যিক পৰ্যায়ত এটা হোলী গীত প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।

 

Recent News

১৮ মাহৰ বিবাহ, ভৰণ-পোষণৰ বাবদ মহিলাৰ ১২ কোটি টকাৰ দাবীক নস্যাৎ উচ্চতম ন্যায়ালয়ৰ

১৮ মাহৰ বিবাহ, ভৰণ-পোষণৰ বাবদ মহিলাৰ ১২ কোটি টকাৰ দাবীক নস্যাৎ উচ্চতম ন্যায়ালয়ৰ

মৰ্মান্তিক! ২৫টা ৰাস্তাৰ কুকুৰক গুলীয়াই হত্যা, ভাইৰেল ভিডিঅ’ দেখি স্তম্ভিত সকলো

মৰ্মান্তিক! ২৫টা ৰাস্তাৰ কুকুৰক গুলীয়াই হত্যা, ভাইৰেল ভিডিঅ’ দেখি স্তম্ভিত সকলো

‘দোষী সাব্যস্ত নহ’লেও অভিযুক্তক দিনৰ পিছত দিন জিম্মাত ৰাখিছে’; ইডিক ভর্ৎসনা উচ্চতম ন্যায়ালয়ৰ

‘দোষী সাব্যস্ত নহ’লেও অভিযুক্তক দিনৰ পিছত দিন জিম্মাত ৰাখিছে’; ইডিক ভর্ৎসনা উচ্চতম ন্যায়ালয়ৰ

‘ট্ৰাম্পে আমাৰ দেশখনক ঠাট্টা কৰিছে’, উদ্ধৱ থাকৰেৰ পৰামৰ্শ, এজন ‘শক্তিশালী প্ৰধানমন্ত্ৰী লাগে’

‘ট্ৰাম্পে আমাৰ দেশখনক ঠাট্টা কৰিছে’, উদ্ধৱ থাকৰেৰ পৰামৰ্শ, এজন ‘শক্তিশালী প্ৰধানমন্ত্ৰী লাগে’

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd