• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আগাঠা ছাংমাৰ অভিযোগ সাংসদৰ দায়িত্ব সম্পৰ্কে অৱগত নহয় বিলিকিড ছাংমা

ছাইদুল খান by ছাইদুল খান
February 18, 2018 7:44 pm
Agatha sangma
83
VIEWS
Share on FacebookShare on Twitter

গাৰো পাহাৰৰ পৰা লোকসভা সাংসদ হিচাপে থকা সময়খিনিত একো কাম নকৰিলে বুলি বিজেপিৰ প্ৰাৰ্থী বিলিকিড এ ছাংমায়ে তোলা অভিযোগৰ বিৰুদ্ধে দক্ষিণ তুৰা সমষ্টিৰ এন পি পিৰ প্ৰাৰ্থী তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী আগাঠা কে ছাংমা জাঙুৰ খাই উঠিছে।

বিজেপি প্ৰাৰ্থী তথা তেওঁৰ প্ৰতিদন্দী গৰাকীক ওভতি ধৰি আগাঠায়ে কয়, ‘মোৰ সন্মানীয় প্ৰতিদন্দী গৰাকীয়ে এগৰাকী সাংসদ বা এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীৰ দায়িত্ব কি তাক বুজাত বিফল হৈছে। ৰাজ্যখনৰ এখন মন্ত্ৰী হিচাপে মোৰ দায়িত্ব আৰু অৱদান সম্পৰ্কত গাৰো পাহাৰৰ লোকসকল ভালকৈয়ে অৱগত।’

তেওঁ কয় যে য়ু পি এ চৰকাৰৰ দিনত এজন ৰাজ্যিক মন্ত্ৰী হিচাপে তেওঁ উত্তৰ-পূব তথা মেঘালয়ৰ লগতে দেশৰ বিভিন্ন স্থানত গ্ৰাম্য উন্নয়নৰ বিভিন্ন পদক্ষেপ লৈছিল।

গ্ৰামীণ বিকাশ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰীৰ দায়িত্বত থাকোতে ভূ জল নিষ্কাশন সম্পৰ্কীয় তেওঁ কৰা কামৰ কথা উল্লেখ কৰি তেওঁ লগতে কয়, ‘এই ক্ষেত্ৰত আৰু বহু পদক্ষেপ লোৱাৰ প্ৰয়োজন আছে, এই ক্ষেত্ৰত প্ৰয়োজনীয় পৰামৰ্শ পালে জল সংৰক্ষণৰ কাৰ্যসূচীক মোৰ সমষ্টিৰ লগতে সমগ্ৰ ৰাজ্যখনত আগবঢ়াই নিব পাৰিম বুলি মই প্ৰতিশ্ৰুতিবদ্ধ।’

আসন্ন নিৰ্বাচনটোক যথেষ্ট গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰি আগাঠায়ে কয়, ‘মই মোৰ প্ৰতিদন্দী গৰাকীৰ সৈতে কোনো ধৰণৰ বিতৰ্কত যাব খোজা নাই। কিন্তু সকলোকে মই এইটো স্পষ্ট কৰিব খোজো যে মোৰ সমষ্টি তথা ৰাজ্যখনৰ বাবে মোৰ এটা সপোন আছে আৰু এই উদ্দেশ্যে নিৰ্বাচনত প্ৰতিদন্দীতাত অৱতীৰ্ণ হৈছো।’

Recent News

অসমত ভূমি হস্তান্তৰক লৈ আটছুৰ তীব্ৰ প্ৰতিবাদ: সাংবিধানিক সুৰক্ষাৰ উলংঘন আৰু জনজাতীয় অধিকাৰৰ হৰণৰ অভিযোগ

অসমত ভূমি হস্তান্তৰক লৈ আটছুৰ তীব্ৰ প্ৰতিবাদ: সাংবিধানিক সুৰক্ষাৰ উলংঘন আৰু জনজাতীয় অধিকাৰৰ হৰণৰ অভিযোগ

ঘৰলৈ ঘূৰি আহিল অপাৰেশ্যন সিন্দুৰৰ সময়ত আহত অসমৰ জোৱান : উষ্ম আদৰণি গাঁওবাসীৰ

ঘৰলৈ ঘূৰি আহিল অপাৰেশ্যন সিন্দুৰৰ সময়ত আহত অসমৰ জোৱান : উষ্ম আদৰণি গাঁওবাসীৰ

তামিলনাডুৰ শিক্ষা পুঁজিৰ দাবী: জৰুৰী শুনানি অস্বীকাৰ কৰিলে উচ্চতম ন্যায়ালয়ে

তামিলনাডুৰ শিক্ষা পুঁজিৰ দাবী: জৰুৰী শুনানি অস্বীকাৰ কৰিলে উচ্চতম ন্যায়ালয়ে

কেৰালাৰ উপকূলত ছিংগাপুৰৰ জাহাজত বিস্ফোৰণ! খবৰ পোৱাৰ পিছতে ততাতৈয়াকৈ উপস্থিত হয় ভাৰতীয় যুদ্ধজাহাজ, প্ৰেৰণ কৰা হৈছে নৌসেনাৰ বিমানো

কেৰালাৰ উপকূলত ছিংগাপুৰৰ জাহাজত বিস্ফোৰণ! খবৰ পোৱাৰ পিছতে ততাতৈয়াকৈ উপস্থিত হয় ভাৰতীয় যুদ্ধজাহাজ, প্ৰেৰণ কৰা হৈছে নৌসেনাৰ বিমানো

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd