• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আজি অসমৰ অন্যতম জনগোষ্ঠী দেউৰীসকলৰ বিহু ইবাঁক বিচু

এন ই নাও নিউজ by এন ই নাও নিউজ
April 18, 2018 11:20 am
Deori_bihu
1.1k
VIEWS
Share on FacebookShare on Twitter

আজি বহাগৰ প্রথমটো বুধবাৰ। বহাগৰ আৰম্ভণিতে  অসমৰ আন আন জনগোষ্ঠীবিলাকে বসন্ত উৎসৱ পালন কৰাৰ দৰে অন্যতম বৃহৎ জনগোষ্ঠী দেউৰীসকলেও পৰম্পৰা আৰু ঐতিহ্য চেতনাৰ মাজেৰে  বসন্ত উৎসৱ পালন কৰে আজিৰ দিনটোতে। এই উৎসৱক সম্প্ৰদায়টোৰ মাজত ‘ইবাঁকু বিচু’ বুলি কোৱা হয়।

এই উৎসৱত দেউৰীসকলৰ প্ৰতিটো খেল বা ফৈদৰ দেৱালয়ত সমূহীয়াকৈ এই বিহুৰ পূজা পতা হয়। ইয়াক বহাগ বিহুৰ পূজা উৎসৱ বুলিও কোৱা দেখা যায়। এই পূজা দুটা ভাগত হয়। এটা পৰিয়াল ভিত্তিক আৰু আনটো সামূহিক। প্ৰথমটোক সুবচনী পূজা বা ঘৰদেও পূজা আৰু দ্বিতীয়টোক দেওশাল বা দেৱালয়ৰ পূজা বোলে। পৰিয়ালত পতা পূজাত ঘৰৰ মুৰব্বীজনে পৰিয়ালৰ পূৰ্বপুৰুষ অৰ্থাৎ মৃতকসকলক উদ্দেশ্য কৰি খাদ্যাদি আগ বঢ়ায়।

DeuriBihu_Secondary_2
মাজুলীৰ এখন গাৱঁত দেউৰী বিহুত বোকাখেল খেলা দেখা গৈছে। ফটো : মিণ্ট খাটনিয়াৰ। ( ১৮ এপ্ৰিল, ২০১৮)

পূজাৰ উপৰি মহিলা সকলে কণী যুঁজ খেলাৰ উপৰি বোকা খেলত ভাগ লয়। ডেকা-গাভৰুৱে মিলি ঘৰে ঘৰে বিহু গায়। ঘৰে ঘৰে বিহু গোৱাৰ শেষত মুকলি পথাৰত গৈ বিহু উৰুৱায় বা বিহুক বিদায় জনায়।

উৎসৱৰ সময়ছোৱাত ইজনে সিজনৰ ঘৰলৈ গৈ শুভেচ্ছা দিয়াৰ লগতে কাজি আৰু চুঁজে খোৱাৰ পৰ্ব আৰম্ভ কৰে।

আনহাতে আজিৰ দিনটোতে নতুনকৈ যৌৱনপ্ৰাপ্ত কিশোৰসকলক চুৰিয়া পিন্ধোৱা হয়। ১৩-১৪ বছৰীয়া ছোৱালীবিলাককো একেদৰে গাত কাপোৰ দিয়া হয়। ইয়াৰ জৰিয়তেই তেওঁলোকক ডেকা-গাভৰু বুলি স্বীকৃতি দিয়া হয়।

Recent News

কৰ্পোৰেট লুণ্ঠনৰ বাবে ৰাজ্যৰ থলুৱাক উচ্ছেদ আৰু চৰকাৰৰ সাম্প্ৰদায়িক বৰ্বৰতাৰ বিৰুদ্ধে বাওঁ দলসমূহৰ প্ৰতিবাদ

কৰ্পোৰেট লুণ্ঠনৰ বাবে ৰাজ্যৰ থলুৱাক উচ্ছেদ আৰু চৰকাৰৰ সাম্প্ৰদায়িক বৰ্বৰতাৰ বিৰুদ্ধে বাওঁ দলসমূহৰ প্ৰতিবাদ

ভাৰতৰ বিৰুদ্ধে ড্ৰ’ৰে আৰম্ভ, অষ্ট্ৰেলিয়াক পৰাজিত কৰি শেষ; ২৭ বছৰৰ অপেক্ষাৰ অৱসান দক্ষিণ আফ্ৰিকাৰ

ভাৰতৰ বিৰুদ্ধে ড্ৰ’ৰে আৰম্ভ, অষ্ট্ৰেলিয়াক পৰাজিত কৰি শেষ; ২৭ বছৰৰ অপেক্ষাৰ অৱসান দক্ষিণ আফ্ৰিকাৰ

চুলি সৰাৰ পৰা পৰিত্ৰাণ পোৱাৰ কেইটামান সহজ উপায়!

চুলি সৰাৰ পৰা পৰিত্ৰাণ পোৱাৰ কেইটামান সহজ উপায়!

তিনি শতাধিক লোকৰ উপস্থিতিৰে আমবাৰী-দীঘলীপুখুৰী অঞ্চলৰ বৃক্ষ ধ্বংসৰ বিৰুদ্ধে মানৱ শৃংখল কাৰ্যসূচীৰ সফল ৰূপায়ণ

তিনি শতাধিক লোকৰ উপস্থিতিৰে আমবাৰী-দীঘলীপুখুৰী অঞ্চলৰ বৃক্ষ ধ্বংসৰ বিৰুদ্ধে মানৱ শৃংখল কাৰ্যসূচীৰ সফল ৰূপায়ণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd