• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আজি পৰ্যন্ত উভতি অহা নাই অধিগ্ৰহণ কৰা চিটিবাছ: ৩ মাৰ্চত উভতাৰ সম্ভাৱনা

এন ই নাও নিউজ by এন ই নাও নিউজ
March 1, 2018 8:07 am
guwahati city bus
171
VIEWS
Share on FacebookShare on Twitter

চুবুৰীয়া ৰাজ্যৰ নিৰ্বাচনৰ বাবে অধিগ্ৰহণ কৰা চিটিবাছ সমূহ আজি পৰ্যন্ত উভতি নহা কাৰ্যই স্বাভাৱিকতে যাত্ৰীসকলৰ মাজত এক জটিলতাৰ সৃষ্টি কৰিছে। চিটিবাছ নাটনিৰ ফলত বিগত পোন্ধৰ দিন ধৰি মহানগৰীৰ যাত্ৰীয়ে সীমাহীন দুৰ্ভোগ ভুগিবলগীয়া হৈছে।

নাগালেণ্ড আৰু মেঘালয় বিধানসভা নিৰ্বাচন যোৱা ২৭ ফেব্ৰুৱাৰিতে অনুষ্ঠিত হৈ যায়। তাৰ পিছতো আজিলৈকে অধিগ্ৰহণ কৰা চিটিবাছ সমূহ মুকলি কৰি নিদিয়াৰ বাবে মহানগৰীৰ হাজাৰ হাজাৰ যাত্ৰী ভীষণ আহুকালত পৰা পৰিলক্ষিত হৈছে।

উল্লেখ্য যে চুবুৰীয়া ৰাজ্য দুখনৰ নিৰ্বাচনৰ বাবে অসমৰ পৰা সৰু বৰ গাড়ী প্ৰায় ৩৪০০ খন অধিগ্ৰহণ কৰা হৈছিল। ইয়াৰে প্ৰায় ৩৫০ খনেই গুৱাহাটীত চলাচল কৰা চিটবাছ।

মন কৰিবলগীয়া যে চিটিবাছ নাটনি সম্পৰ্কত মহানগৰীৰ কিছু কিছু যাত্ৰীয়ে ৰাজ্যখনৰ পৰিবহন বিভাগকে দোষাৰূপ কৰা দেখা যায়। কি কাৰণত যাত্ৰীৰ সুবিধাৰ কথা চিন্তা নকৰি এনেদৰে অসমৰ পৰা অন্য ৰাজ্যলৈ বাছ সমূহ প্ৰেৰণ কৰিছে সেয়া এক ডাঙৰ প্ৰশ্ন বুলি ক্ষোভ উজাৰে একাংশ দুৰ্ভোগ ভোগা যাত্ৰীয়ে।

ইফালে অহা ৩ মাৰ্চৰ ভিতৰত অধিগ্ৰহণ কৰা বাহনসমূহ গুৱাহাটী ঘূৰি অহাৰ সম্ভাৱনা আছে বুলি গুৱাহাটী পৰিবহণ সংস্থাৰ কৰ্মকৰ্তাই আমাক জানিবলৈ দিয়ে।

সেয়া যিয়েই নহওক মুঠৰ ওপৰত চিটিবাছৰ অভাৱে মহানগৰবাসীক জুৰুলা কৰা পৰিলক্ষিত হৈছে।

Recent News

ভাৰতত হ্ৰাস পাইছে দৰিদ্ৰতাৰ হাৰ : যোৱা এটা দশকত ২৭.১ শতাংশৰ পৰা ৫.৩ শতাংশলৈ হ্ৰাস পাইছে দৰিদ্ৰতা

ভাৰতত হ্ৰাস পাইছে দৰিদ্ৰতাৰ হাৰ : যোৱা এটা দশকত ২৭.১ শতাংশৰ পৰা ৫.৩ শতাংশলৈ হ্ৰাস পাইছে দৰিদ্ৰতা

উৰাজাহাজৰ যাত্ৰীৰ কাণ্ড : মহিলাৰ সমুখতে প্ৰকাশ্যে হস্তমৈথুন উন্মাদ পুৰুষৰ

উৰাজাহাজৰ যাত্ৰীৰ কাণ্ড : মহিলাৰ সমুখতে প্ৰকাশ্যে হস্তমৈথুন উন্মাদ পুৰুষৰ

Googleত নিযুক্তি লাভ শিৱসাগৰৰ কন্যা প্ৰত্যাশা কলিতাৰ

Googleত নিযুক্তি লাভ শিৱসাগৰৰ কন্যা প্ৰত্যাশা কলিতাৰ

দুঃসাহসিক অভিযানৰ কৰুণ পৰিহাস! জিপলাইনিঙৰ ৰচী চিঙি ৩০ ফুট দ খাৱৈত পৰিল ১০ বছৰীয়া নাবালিকা

দুঃসাহসিক অভিযানৰ কৰুণ পৰিহাস! জিপলাইনিঙৰ ৰচী চিঙি ৩০ ফুট দ খাৱৈত পৰিল ১০ বছৰীয়া নাবালিকা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd