• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আন্দোলনকাৰী ছাত্ৰৰ ওপৰত আৰক্ষীৰ বৰ্বৰতাৰ বিৰুদ্ধে হোমিঅ’ কলেজত তলাবন্ধ কাৰ্যসূচী

এন ই নাও নিউজ by এন ই নাও নিউজ
March 3, 2018 9:25 am
Homiopethic Students Union Protest
94
VIEWS
Share on FacebookShare on Twitter

অসম বিধানসভাৰ অধিৱেশন চলি থকাৰ সময়তে সদৌ অসম হোমিঅ’পেথিক ছাত্ৰ সন্থাকে ধৰি হোমিঅ’পেথিক চিকিৎসকৰ তিনিটা সংগঠনে দিছপুৰ লাষ্টগেটত গ্ৰহণ কৰা গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচীত আৰক্ষীয়ে বৰ্বৰোচিতভাৱে লাঠীচালনা কৰাৰ প্ৰতিবাদত ৰাজ্যখনৰ তিনিওখন হোমিঅ’পেথিক কলেজত শুকুৰবাৰে হোমিঅ’পেথিক কনিষ্ঠ চিকিৎসক সন্থাই ক’লা দিৱস পালন কৰাৰ লগতে জোঁৰ সমদল উলিয়ায়।

নগাঁৱতো হোমিঅ’পেথিক কলেজৰ ছাত্ৰ-ছাত্ৰীসকলে কলেজখনৰ পৰা লক্ষ্মীনগৰ চাৰিআলি হৈ নগাঁও চহৰত এক জোঁৰ সমদল উলিযায়।

জোঁৰ সমদলত  জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ইমজামামুল হক, উপ-সভাপতি নজমুল হুছেইনৰ লগতে জিলা সমিতিৰ ভালেসংখ্যক সদস্যই অংশগ্ৰহণ কৰে।

জোঁৰ সমদলত অংশগ্ৰহণ কৰি অসম কনিষ্ঠ হোমিঅ’পেথিক চিকিৎসক সন্থাৰ সভাপতি নেৱাজ শ্বৰিফে দিছপুৰৰ ঘটনাত ক্ষোভ প্ৰকাশ কৰি কয় যে আমাৰ প্ৰাপ্য অধিকাৰ দিয়াৰ বিপৰীতে চৰকাৰে আমাৰ ওপৰত অত্যাচাৰহে চলালে।

আনহাতে,  দিছপুৰ ঘটনাৰ প্ৰতিবাদত সদৌ অসম হোমিঅ’পেথিক ছাত্ৰ সন্থাই শনিবাৰৰ পৰা ৰাজ্যৰ তিনিওখন হোমিঅ’পেথিক কলেজতে তলা বন্ধ কাৰ্যসূচী ৰূপায়ণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

যোৱা ২৮ ফেব্‌ৰুৱাৰীত দিছপুৰ লাষ্টগেটত শান্তিপূৰ্ণভাৱে ধর্মঘটৰ কাৰ্যসূচী গ্ৰহণ কৰা অসম  হোমিঅ’পেথিক চিকিৎসক সন্থাৰ সদস্যসকলৰ ওপৰত আৰক্ষীয়ে  কৰা লাঠীচলানাত ৫০ জনৰো অধিক হোমিঅ’পেথিক চিকিৎসক আহত হৈছিল।

Recent News

পুনেৰ ইন্দ্ৰায়নী নদীত দলং ভাঙি কমেও ৬ জনৰ মৃত্যু, বহু পৰ্যটক নিৰুদ্দেশ

পুনেৰ ইন্দ্ৰায়নী নদীত দলং ভাঙি কমেও ৬ জনৰ মৃত্যু, বহু পৰ্যটক নিৰুদ্দেশ

মধ্যপ্ৰদেশতো অব্যাহত মাওবাদ নিধন অভিযান : সেনাৰ গুলীত নিহত ৪ মাওবাদী সদস্য

মধ্যপ্ৰদেশতো অব্যাহত মাওবাদ নিধন অভিযান : সেনাৰ গুলীত নিহত ৪ মাওবাদী সদস্য

ভাৰতত হ্ৰাস পাইছে দৰিদ্ৰতাৰ হাৰ : যোৱা এটা দশকত ২৭.১ শতাংশৰ পৰা ৫.৩ শতাংশলৈ হ্ৰাস পাইছে দৰিদ্ৰতা

ভাৰতত হ্ৰাস পাইছে দৰিদ্ৰতাৰ হাৰ : যোৱা এটা দশকত ২৭.১ শতাংশৰ পৰা ৫.৩ শতাংশলৈ হ্ৰাস পাইছে দৰিদ্ৰতা

উৰাজাহাজৰ যাত্ৰীৰ কাণ্ড : মহিলাৰ সমুখতে প্ৰকাশ্যে হস্তমৈথুন উন্মাদ পুৰুষৰ

উৰাজাহাজৰ যাত্ৰীৰ কাণ্ড : মহিলাৰ সমুখতে প্ৰকাশ্যে হস্তমৈথুন উন্মাদ পুৰুষৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd