• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 28, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আন এজন বিধায়কৰ পদত্যাগ নাগালেণ্ড বিধানসভাৰ পৰা

এন ই নাও নিউজ by এন ই নাও নিউজ
January 21, 2018 9:06 pm
90
VIEWS
Share on FacebookShare on Twitter

নিৰ্বাচন সমাগত নাগালেণ্ডত ৰাজনৈতিক গতিবিধিৰ নতুন মোৰ দি যোৱা ২০ জানুৱাৰিত দুজনকৈ বিধায়কে চলিত বিধানসভাৰ পৰা পদত্যাগ কৰাৰ পিছত আজিও আন এজন বিধায়কে বিধান সভাৰ পৰা পদত্যাগ কৰে। এই কথাটো জানিব পৰা গৈছে নাগালেণ্ডৰ বিজেপিৰ বিধায়ক তথা ৰাজ্যখনত বিজেপিৰ নিৰ্বাচনী অভিযানৰ সহ-আহ্বায়ক মাহনলুমৌ কিকোনৰ এটা টুইটৰ পৰা।

বিধায়কজনে নিজৰ টুইটত জানিবলৈ দিয়া মতে ৰাজ্যখনৰ চলিত বিধানসভাৰ নিৰ্দলীয় বিধায়ক জেকব ঝিমমিয়ে বিধানসভাৰ পৰা পদত্যাগ কৰিছে আৰু তেওঁ বিজেপিত যোগদান কৰাটো নিশ্চিত হৈছে।

উল্লেখযোগ্য যে যোৱা ২০ জানুৱাৰিত প্ৰাক্তন মুখ্য মন্ত্ৰী আৰু ৰাজ্যখনৰ জ্যেষ্ঠ কংগ্ৰেছী নেতা কে এল চিচি আৰু এন পি এফ দলৰ বিধায়ক ভিকো য়োশ্বুৱে বিধানসভাৰ পৰা পদত্যাগ কৰিছিল।

এটা নিৰ্ভৰযোগ্য সূত্ৰই জনোৱা মতে কে এল চিচিয়ে কাইলৈ বিজেপি দলত যোগদান কৰিব। জানিব পৰা মতে তেওঁ দলটোৰ হৈ ৩২ আতৈঝু বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব। আনহাতে ভিকো য়োশ্বুৱে প্ৰতিদ্বন্দ্বিতা কৰিব দক্ষিণ আংগামি সমষ্টিৰ পৰা।

সূত্ৰটোৱে জনোৱা মতে ভিকো য়োশ্বুৱে তেওঁৰ পদত্যাগ পত্ৰ এন পি এফৰ সভাপতে ডাঃ শ্বুৰহোজেলি লেইজেইটশ্বু আৰু বিধানসভাৰ অধ্যক্ষৰ হাতত অৰ্পণ কৰিছিল। ইয়াকে ধৰি এই পৰ্য্যন্ত দুজন বিধায়কে এন পি এফৰ পৰা পদত্যাগ কৰিলে। ভিকো য়োশ্বুৰ পূৰ্বে গৃহ বিভাগৰ দায়িত্বত থকা ৱাই পেট্টনেও দলটোৰ পৰা পদত্যাগ কৰিছিল আৰু তাৰ পিছতে তেওঁ বিজেপি দলত যোগদান কৰিছিল।

Recent News

ধাৰাসাৰ বৰষুণত বিপৰ্যস্ত হিমাচল প্ৰদেশ; ভয়ংকৰ বান আৰু ভূমিস্খলনত মৃত্যুৰ সংখ্যা ১৫ জনলৈ বৃদ্ধি

ধাৰাসাৰ বৰষুণত বিপৰ্যস্ত হিমাচল প্ৰদেশ; ভয়ংকৰ বান আৰু ভূমিস্খলনত মৃত্যুৰ সংখ্যা ১৫ জনলৈ বৃদ্ধি

বিজেপিৰ আঁচনি মন্ত্ৰীৰ পৰিয়ালৰ বাবেহে, দৰিদ্ৰৰ বাবে নহয় : গৌৰৱ গগৈ

বিজেপিৰ আঁচনি মন্ত্ৰীৰ পৰিয়ালৰ বাবেহে, দৰিদ্ৰৰ বাবে নহয় : গৌৰৱ গগৈ

শেষ হোৱা নাই ভাৰত-পাকিস্তানৰ যুদ্ধ বিৰতিৰ বিতৰ্ক : আকৌ মুখ খুলিলে ট্ৰাম্পে

শেষ হোৱা নাই ভাৰত-পাকিস্তানৰ যুদ্ধ বিৰতিৰ বিতৰ্ক : আকৌ মুখ খুলিলে ট্ৰাম্পে

নতুন নিষেধাজ্ঞা! বাংলাদেশৰ পৰা স্থলপথেৰে ৯বিধ সামগ্ৰীৰ আমদানি বন্ধ কৰিলে ভাৰতে

নতুন নিষেধাজ্ঞা! বাংলাদেশৰ পৰা স্থলপথেৰে ৯বিধ সামগ্ৰীৰ আমদানি বন্ধ কৰিলে ভাৰতে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd