• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আলফা (স্বাঃ)ই মুক্তি দিয়া দীননাথক উদ্ধাৰ কৰিলে জয়ৰামপুৰ আৰক্ষী আৰু অসম আৰক্ষীয়ে

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
June 26, 2018 12:28 pm
100
VIEWS
Share on FacebookShare on Twitter

আলফা (স্বাঃ)-এ যোৱা ৮ জুনত অপহৰণ কৰি নিয়া দীননাথ উপাধ্যায় ওৰফে গোপালক অৱশেষত ১৮ দিনৰ মূৰত সোমবাৰে অৰুণাচলৰ চাংলাং জিলাৰ নামপুঙৰ লুংৰি বস্তিত  মুকলি কৰি দিয়ে। আৰু আজি অৰুণাচল প্ৰদেশৰ জয়ৰামপুৰ আৰক্ষী আৰু অসম আৰক্ষীৰ এটা দলে সুস্থ শৰীৰে দীননাথ উপাধ্যায়ক উদ্ধাৰ কৰে আৰু জাগুন চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা কৰোৱায়।

স্বাস্থ্য পৰীক্ষা কৰোৱাৰ পিছতে সাংবাদিকৰ প্ৰশ্লৰ উত্তৰত দীননাথে কয় যে তেওঁক আলফা (স্বা)ৰ পাঁচজনীয়া এটা দলে সোমবাৰে অৰুণাচলৰ চাংলাং জিলাৰ নামপুঙৰ লুংৰি বস্তিত মুকলি কৰি দিয়ে। দীননাথে জনোৱা অনুসৰি তেওঁক মুকলি কৰিবলৈ অহা আলফা (স্বা)ৰ দলটোত উদয় অসম, ৰূপম অসম আৰু ধন অসম আছিল আৰু বাকী কেইজনক তেওঁ চিনি নাপায়।

তৰোপৰি দীননাথে কয় যে তেওঁক ম্যানমাৰৰ এক গোপন শিবিৰত ৰাখিছিল আৰু তেওঁ খোৱা-বোৱাকে ধৰি কোনো ধৰণৰ অসুবিধা পোৱা নাছিল।

আনহাতে শেহতীয়াকৈ পোৱা তথ্য অনুসৰি দীননাথ উপাধ্যায়ৰ জাগুনৰ তিনি নং উদয়পুৰৰ বাসগৃহত বিধায়ক ভাস্কৰ শৰ্মা ফানেং চাহ বাগিচাৰ স্বত্বাধিকাৰী ৰাধা চেতিয়া উপস্থিত হৈ পৰিয়ালৰ লোকৰ সৈতে বাৰ্তালাপ কৰে।

অৱশ্যে দীননাথ উপাধ্যায়ক কি পৰিস্থিতিত আলফা (স্বা) মুকলি কৰি দিলে সেয়া বৰ্তামানো জানিব পৰা হোৱা নাই।

Recent News

বিতৰ্কৰ মাজতেই চাকৰিৰ পৰা অপসাৰণ কৰা হ’ল সৌৰ শক্তি নিগমৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ৰামেশ্বৰ প্ৰসাদ গুপ্তাক

বিতৰ্কৰ মাজতেই চাকৰিৰ পৰা অপসাৰণ কৰা হ’ল সৌৰ শক্তি নিগমৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ৰামেশ্বৰ প্ৰসাদ গুপ্তাক

পাকিস্তানৰ ভিতৰত ৭১টা আক্ৰমণৰ দায়িত্ব স্বীকাৰ বেলুচ লিবাৰেচন আৰ্মীৰ

পাকিস্তানৰ ভিতৰত ৭১টা আক্ৰমণৰ দায়িত্ব স্বীকাৰ বেলুচ লিবাৰেচন আৰ্মীৰ

দেশৰ স্বাভিমান, দেশবাসীৰ বলিদান আৰু সৈনিকৰ সন্মানৰ লগত খেলা নকৰিবলৈ নৰেন্দ্ৰ মোদীক আহব্বান হিন্দু সুৰক্ষা সেনা, অসমৰ

দেশৰ স্বাভিমান, দেশবাসীৰ বলিদান আৰু সৈনিকৰ সন্মানৰ লগত খেলা নকৰিবলৈ নৰেন্দ্ৰ মোদীক আহব্বান হিন্দু সুৰক্ষা সেনা, অসমৰ

ভাৰত-পাকিস্তানৰ অশান্তজৰ্জৰ পৰিস্থিতিৰ মাজতে বৃদ্ধি পালে দেশৰ প্ৰতিৰক্ষা বাজেট

ভাৰত-পাকিস্তানৰ অশান্তজৰ্জৰ পৰিস্থিতিৰ মাজতে বৃদ্ধি পালে দেশৰ প্ৰতিৰক্ষা বাজেট

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd