• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ইম্ফলৰ ডি এম মহাবিদ্যালয় চৌহদত পঞ্চম ৰাজ্যিক একুৱাৰিয়াম প্ৰদৰ্শনী আৰু পুষ্পমেলা আৰম্ভ

সভাপতি ছামম by সভাপতি ছামম
March 20, 2018 9:34 pm
flower show in imphal
97
VIEWS
Share on FacebookShare on Twitter

ইম্ফলৰ ডি এম মহাবিদ্যালয় চৌহদত থকা মণিপুৰ বিজ্ঞান একুৱাৰিয়ামত পঞ্চম ৰাজ্যিক পৰ্যায়ৰ একুৱাৰিয়াম আৰু পুষ্প প্ৰদৰ্শনী আৰম্ভ হৈছে।

এই প্ৰদৰ্শনীৰ উদ্দেশ্য হৈছে বিভিন্ন মাছৰ প্ৰজাতিৰ চৰিত্ৰ অধ্যয়ন কৰা, ৰাজ্যখনৰ মাছ সংৰক্ষণ কৰা আৰু জনসাধাৰণক স্থানীয় মাছৰ প্ৰজাতিসমূহৰ সন্দৰ্ভত সচেতন কৰা আৰু ৰাইজৰ অৱসৰ বিনোদনৰ ব্যৱস্থা কৰা।

দেওবাৰে মণিপুৰৰ উপ মুখ্য মন্ত্ৰী য়ুমনাম জয়কুমাৰে পাঁচ দিন ধৰি চলি থাকিবলগীয়া প্ৰদৰ্শনী আৰু পুষ্প প্ৰদৰ্শনীখন আনুষ্ঠানিকভাৱে মুকলি কৰে। ২৪ মাৰ্চত এই প্ৰদৰ্শনীখনৰ সামৰণি পৰিব।

অনুষ্ঠানটোত বক্তব্য ৰাখি উপ মুখ্য মন্ত্ৰীজনে কয় যে মণিপুৰ ছাইন্স এণ্ড টেকন’লজি কাউঞ্চিলে স্থানীয় আৰু আমদানিকৃত মাছ পালনৰ বিষয়ে ৰাইজক সচেতন কৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপ খুব সুন্দৰ আৰু ইয়ে স্থানীয় বিৰল আৰু বিলুপ্তপ্ৰায় মাছৰ প্ৰজাতিসমূহ সংৰক্ষণ আৰু জনপ্ৰিয় কৰাৰ ক্ষেত্ৰত সহায়ক হ’ব।

তেওঁ কয়, ‘বাসভূমি ধ্বংস কৰি পেলোৱা বাবে বহুতো স্থানীয় প্ৰজাতিৰ ফুল আৰু জীৱ-জন্তু আজি দেখা নোপোৱা হৈ আহিছে’।

ফুল খেতি সম্পৰ্কে জয়কুমাৰে কয় যে এই অভিৰুচিয়ে মানুহক দুঃচিন্তা মুক্ত কৰে আৰু আনন্দ দিয়ে। আমি বিৰাট পৰিমাণে ফুলৰ বাগিচা পাতিব নোৱাৰোঁ যদিও নিজৰ ঘৰৰ বাগিচাত ফুলৰ বাগিচা পাতিব পাৰোঁ। ইয়ে আমাৰ মন সতেজ কৰি তুলিব।‘

মণিপুৰ ছাইন্স এণ্ড টেকন’লজি কাউঞ্চিলৰ সঞ্চালক থ সুৰেন্দ্ৰনাথে জানিবলৈ দিছে প্ৰতিদিন দিনৰ ১১ বজাত এই প্ৰদৰ্শনীখন ৰাইজৰ বাবে মুকলি কৰা হ’ব আৰু নিশা ৭ বজাত বন্ধ কৰা হ’ব। এই প্ৰদৰ্শনীখন ২৪ মাৰ্চলৈকে চলি থাকিব।

উল্লেখ্য যে মণিপুৰ ছাইন্স একুৰিয়ামত ২৫ বিধ স্থানীয় আৰু আমদানিকৃত মাছৰ প্ৰজাতি পোহা হৈছে।

Recent News

পাৰমাণৱিক অস্ত্ৰভাণ্ডাৰত পাকিস্তানক অতিক্ৰম কৰিলে ভাৰতে, ৮টা ৱাৰহেড যোগ হ’ল ভাৰতৰ : ষ্টকহোম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ প্ৰতিবেদন

পাৰমাণৱিক অস্ত্ৰভাণ্ডাৰত পাকিস্তানক অতিক্ৰম কৰিলে ভাৰতে, ৮টা ৱাৰহেড যোগ হ’ল ভাৰতৰ : ষ্টকহোম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ প্ৰতিবেদন

বেদখলকাৰীৰ কৱলত ঐতিহাসিক হাবুঙ! দখলীকৃত ভূমি উদ্ধাৰৰ দাবী সচেতন ৰাইজৰ

বেদখলকাৰীৰ কৱলত ঐতিহাসিক হাবুঙ! দখলীকৃত ভূমি উদ্ধাৰৰ দাবী সচেতন ৰাইজৰ

গোৱালপাৰৰ উচ্ছেদ অভিযানক অমানৱীয় আখ্যা; বিকল্প ব্যৱস্থা নকৰালৈকে অভিযান বন্ধ ৰখাৰ দাবী DYFIৰ

গোৱালপাৰৰ উচ্ছেদ অভিযানক অমানৱীয় আখ্যা; বিকল্প ব্যৱস্থা নকৰালৈকে অভিযান বন্ধ ৰখাৰ দাবী DYFIৰ

১৩ হাজাৰ কোটি টকাৰ ব্যয়! আগন্তুক লোকপিয়লত দেশবাসীয়ে মুখামুখি হ’ব ছটা নতুন প্ৰশ্নৰ

১৩ হাজাৰ কোটি টকাৰ ব্যয়! আগন্তুক লোকপিয়লত দেশবাসীয়ে মুখামুখি হ’ব ছটা নতুন প্ৰশ্নৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd