• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

উচটনিমূলক মন্তব্য : বাঙালী বুদ্ধিজীৱী তপোধীৰ ভট্টাচাৰ্যৰ বিৰুদ্ধে গোচৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 9, 2018 7:17 am
Tapodhir-Bhattacharjee-1-570x320
129
VIEWS
Share on FacebookShare on Twitter

কলকাতাৰ পৰা প্ৰকাশিত এখন আগশাৰীৰ বাংলা  দৈনিক কাকতত উচটনিমূলক প্ৰৱন্ধ লিখি বিতৰ্কৰ মাজলৈ অহা বাঙালী বুদ্ধিজীৱী তথা অসম বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য তপোধীৰ ভট্টাচাৰ্যৰ বিৰুদ্ধে দিচপুৰ থানাত এটা অভিযোগ দাখিল কৰা হৈছে।

মানস কলিতা নামৰ ব্যক্তি এজনে ভট্টাচাৰ্যৰ বিৰুদ্ধে সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱা উচটনিমূলক মন্তব্য আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ বিৰুদ্ধে বিৰূপ মত প্ৰকাশ কৰাৰ অভিযোগ তুলি এই গোচৰ দাখিল কৰিছে।

উল্লেখযোগ্য যে কলকাতা আৰু শিলচৰৰ পৰা প্ৰকাশিত আজকাল নামৰ কাকতখনত ৩ জুলাইৰ সম্পাদকীয় পৃষ্ঠাত প্ৰকাশ পোৱা  ‘অসমে বাঙালিৰ শৰশয্যা’ শীৰ্ষক লেখাটোতো এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াটোৰ প্ৰেক্ষাপট ব্যৱহাৰ কৰি অসমীয়া আৰু অসমৰ বাঙালীসকলৰ মাজত বিদ্বেষ বিয়পোৱাৰ চেষ্টা  দেখা গৈছে বুদ্ধিজীৱীজনক।

তেওঁ লেখাটোত অসমত বাঙালীসকল অসমীয়া আধিপত্যবাদৰ বলি হৈছে বুলি অভিযোগ কৰিছে। তেওঁ লগতে এন আৰ চিখনক অসমত থকা বাঙালীসকলৰ বিৰুদ্ধে পৰিকল্পিত ষড়যন্ত্ৰ বুলি কৈ ইয়াক বাঙালীসকলৰ বাবে শৰশয্যা বুলি অভিহিত কৰিছে।

কেৱল সেয়ে নহয়, তেওঁ ব্ৰহ্মপুত্ৰ উপত্যকাৰ বিভিন্ন ঠাইত বাঙালি-বিদ্বেষৰ কদৰ্য্য সংঘবদ্ধ চেহেৰা উন্মত্ত উত্তেজনা প্ৰকাশ পোৱা বুলিও দাবী কৰে।

ভট্টাচাৰ্য্যৰ এই বিভিন্ন উচটনিমূলক বক্তব্য আৰু বিদ্বেষ ভৰা লেখাটোক লৈ ৰাজ্যখনৰ সৰ্বত্ৰে চৰ্চা হৈছে। ছ’চিয়েল মিডিয়াৰ লগতে ইলেক্ট্ৰনিক সংবাদ মাধ্যমতো বিভিন্নজনে লেখকজনক কঠোৰ ভাষাৰে সমালোচনা কৰা দেখা গৈছে।

তেওঁৰ এনে মন্তব্য তথা উচটনিমূলক ভাষ্যই ৰাজ্যখনত বিদ্বেষ বিয়পোৱাৰ সম্ভাৱনা আছে। জানিব পৰা মতে দিচপুৰ থানাত এতিয়াও গোচৰটো পঞ্জীয়ন কৰা হোৱা নাই।

 

Recent News

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ সময়ত বিহাৰৰ ভোটাৰ তালিকাত ধৰা পৰিল বহু বিদেশী নাগৰিকঃ সূত্ৰৰ দাবী

নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ সময়ত বিহাৰৰ ভোটাৰ তালিকাত ধৰা পৰিল বহু বিদেশী নাগৰিকঃ সূত্ৰৰ দাবী

প্ৰসিদ্ধ অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান; দুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

প্ৰসিদ্ধ অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান; দুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

ম্যানমাৰস্থিত আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ ড্ৰোণ আক্ৰমণ : লেফটেনেণ্ট জেনেৰেল নয়ন অসমৰ লগতে কেইবাগৰাকীও কেডাৰ নিহত!

ম্যানমাৰস্থিত আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ ড্ৰোণ আক্ৰমণ : লেফটেনেণ্ট জেনেৰেল নয়ন অসমৰ লগতে কেইবাগৰাকীও কেডাৰ নিহত!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd