• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

উচ্চ ৰক্তচাপত ভুগি এইচ্ছ পি চি-ডিৰ মুৰব্বী আৰু য়ু পি এফৰ অধ্যক্ষ লালৰোপুই ফামহইটেৰ দেহাৱসান

ছাংজুৱালা মাৰ by ছাংজুৱালা মাৰ
May 22, 2018 4:43 pm
Lalropui Famhoite
103
VIEWS
Share on FacebookShare on Twitter

উচ্চ ৰক্তচাপজনিত কাৰণত এইচ্ছ পি চি-ডিৰ মুৰব্বী আৰু য়ু পি এফৰ অধ্যক্ষ লালৰোপুই ফামহইটেৰ দেহাৱসান হৈছে বুলি জানিব পৰা গৈছে।সোমবাৰে ইম্ফলত নিশা প্ৰায় ১১-০০ মান  বজাত তেওঁৰ দেহাৱসান হয়।

অসম, মণিপুৰ আৰু উত্তৰ মিজোৰামত এইচ্ছ পি চি-ডিৰ সাংগঠিক ভেটি সুদৃঢ় কৰা ৰোপুইক সোমবাৰে আবেলি উচ্চ ৰক্তচাপে আক্ৰান্ত কৰিছিল আৰু তেওঁ তাৰ পাছত অজ্ঞান হৈ পৰে।ততালিকে তেওঁক চুৰাচান্দপুৰৰ পৰা পৰা ইম্ফলৰ ছাগলবান্দত থকা মাডাৰ’ছ কেয়াৰ হস্পিটাললৈ লৈ অহা হয় আৰু চিকিৎসালয় গৈ পোৱাৰ লগে লগে তেওঁক জৰুৰীকালীনভাৱে আই চি য়ুত ভৰ্তি কৰোৱা হয়।

এক বিশ্বস্ত সূত্ৰত প্ৰকাশ যে য়ুনাইটেড পিপ্‌ল’ছ ফ্ৰণ্টৰ বেনাৰত চুৰাচান্দপুৰৰ জনজাতি চৰমপমন্থী সংগঠনসমূহৰ নেতৃত্বত থকা মাৰ সম্প্ৰদায়ৰ এই চৰমপন্থী নেতাগৰাকীৰ মৃত্যু হয়। সোমবাৰে নিশাই নেতাগৰাকীৰ নিস্প্ৰাণ দেহ চুৰাচান্দপুৰৰ সমীপৱৰ্তী ছৈকত গাঁওলৈ লৈ অনা হয় আৰু আজি গীৰ্জাত তেওঁৰ অন্তেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়। মিজোৰামৰ গৃহ মন্ত্ৰী আৰ লালজিৰলিয়ানাই আজি প্ৰেৰণ কৰা এটা শোকবাৰ্তাত কয় যে লালৰোপুই আছিল নিজৰ কৰ্তৃত্বত এগৰাকী নেতা আৰু তেওঁৰ মৃত্যুৱে মাৰ আন্দোলনত এটা ডাঙৰ ক্ষতি কৰিলে।

Recent News

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

শিক্ষাবিদ উদয়াদিত্য ভৰালীৰ বিয়োগত চিপিআই(এম)ৰ শোক প্ৰকাশ

শিক্ষাবিদ উদয়াদিত্য ভৰালীৰ বিয়োগত চিপিআই(এম)ৰ শোক প্ৰকাশ

সমকামী সম্পৰ্কৰ ভয়াবহ পৰিণতি! শীতল পানীয়ত বিষ মিহলাই হত্যা নাবালক সংগীক

সমকামী সম্পৰ্কৰ ভয়াবহ পৰিণতি! শীতল পানীয়ত বিষ মিহলাই হত্যা নাবালক সংগীক

ভাৰতত নিষিদ্ধ ৰয়টাৰৰ এক্স একাউণ্ট! এই সন্দৰ্ভত কি ক’লে কেন্দ্ৰীয় চৰকাৰে

ভাৰতত নিষিদ্ধ ৰয়টাৰৰ এক্স একাউণ্ট! এই সন্দৰ্ভত কি ক’লে কেন্দ্ৰীয় চৰকাৰে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd