• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

উত্তৰ-পূবৰ ৰাজ্যকেইখনৰ বাবে বিজেপিৰ কেন্দ্ৰীয় পৰ্য্যৱেক্ষক নিযুক্তি

এন ই নাও নিউজ by এন ই নাও নিউজ
March 4, 2018 10:09 pm
JP-Nadda-570x320
93
VIEWS
Share on FacebookShare on Twitter

শেহতীয়াকৈ ত্ৰিপুৰা নিৰ্বাচনত জয় লাভেৰে নতুন উদ্যম লাভ কৰা বিজেপিয়ে ত্ৰিপুৰা, নাগালেণ্ড আৰু মেঘালয়ৰ বাবে আজি কেন্দ্ৰীয় পৰ্য্যৱেক্ষক নিযুক্তি দিছে।

এই কথা জানিবলৈ দিয়ে দলটোৰ নেতা তথা কেবিনেট মন্ত্ৰী জে পি নন্দাই। নন্দাই কয় যে কেবিনেট মন্ত্ৰী নিতিন গাডকাৰী আৰু জুৱেল অ’ৰমাক ত্ৰিপুৰাৰ কেন্দ্ৰীয় পৰ্য্যৱেক্ষক নিযুক্তি দিয়া হৈছে।

সেইদৰে জে পি নন্দা নিজে আৰু সাধাৰণ সম্পাদক অৰুণ সিং নাগালেণ্ডৰ আৰু কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজু আৰু অলফনছ’ কান্নানথানম মেঘালয়ৰ কেন্দ্ৰীয় পৰ্য্যৱেক্ষক নিযুক্ত হৈছে।

‘বিজেপিৰ সংসদীয় পৰিষদে ত্ৰিপুৰা, নাগালেণ্ড আৰু বিজেপিৰ ভোটাৰসকলক তেওঁলোকৰ বিজেপি, ইয়াৰ মিত্ৰ আৰু বন্ধুত্বসুলভ দলবোৰৰ প্ৰতি দিয়া সমৰ্থনৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে।’ এটা প্ৰেছ বিজ্ঞপ্তিত এইদৰে কয় নন্দাই।

তেওঁ কয় যে ত্ৰিপুৰাৰ বিধানসভা নিৰ্বাচন আছিল আটাইতকৈ তাৎপৰ্য্যপূৰ্ণ। ৰাজ্যখনৰ নিৰ্বাচনত বিজেপি আৰু আই পি এফ টিয়ে দুই-তৃতীয়াংশ সংখ্যাগৰিষ্ঠতা লাভ কৰিছে।

তেওঁ কয় যে ত্ৰিপুৰাত হিংসাৰ ৰাজনীতিৰ বিপৰীতে গণতন্ত্ৰৰ শক্তিৰ জয় হ’ল।
তেওঁ কয় যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এন ডি এৰ চৰকাৰে উত্তৰ-পূবৰ ৰাজ্যকেইখনৰ উন্নয়নৰ বাবে অক্লান্তভাৱে কাম কৰি আছে। ‘দলটোৱে নিজকে উত্তৰ-পূবৰ ৰাজ্যকেইখনৰ মানুহৰ সেৱা কৰিবলৈ উৎসৰ্গা কৰিছে, যাৰ বাবে ইয়াৰ ৰাইজে দলটো আৰু মিত্ৰ দলবোৰক জনাদেশ দিছে। এই জনাদেশ শান্তি, সুস্থিৰতা আৰু বিকাশৰ স্বাৰ্থত। ভোটাৰসকলে উত্তৰ-পূবক ৰাষ্ট্ৰীয় বিকাশ কাৰ্য্যসূচীৰ অংশ হিচাপে গ্ৰহণ কৰি ভোট দিছে।’ এইদৰে কয় নন্দাই।

Recent News

শৰীৰত মেগনেছিয়ামৰ অভাৱ নেকি? কি কৰিব লাগে জানি লওক

শৰীৰত মেগনেছিয়ামৰ অভাৱ নেকি? কি কৰিব লাগে জানি লওক

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ দ্বাদশ প্ৰতিষ্ঠা দিৱস পালন: নতুন উপাচাৰ্যৰ দায়িত্ব গ্ৰহণ, মুখপত্ৰ দাপোণ উন্মোচন

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ দ্বাদশ প্ৰতিষ্ঠা দিৱস পালন: নতুন উপাচাৰ্যৰ দায়িত্ব গ্ৰহণ, মুখপত্ৰ দাপোণ উন্মোচন

ৰাইজৰ দলত বৃহৎ যোগদান কার্যসূচী: তৃণমূল কংগ্ৰেছৰ সদ্য পদত্যাগী ৰাজ্যিক সভাপতি ৰমেন চন্দ্ৰ বৰঠাকুৰে যোগ দিলে ৰাইজৰ দলত

ৰাইজৰ দলত বৃহৎ যোগদান কার্যসূচী: তৃণমূল কংগ্ৰেছৰ সদ্য পদত্যাগী ৰাজ্যিক সভাপতি ৰমেন চন্দ্ৰ বৰঠাকুৰে যোগ দিলে ৰাইজৰ দলত

দিনযোৰা কাৰ্যসূচীৰে ৰাজীৱ ভৱনত পৰ্যালোচনা সভাপতি গৌৰৱ গগৈৰ : প্ৰকৃতাৰ্থত ‘জাতি জনগণনা’ কৰিবলৈ চৰকাৰক আহ্বান

দিনযোৰা কাৰ্যসূচীৰে ৰাজীৱ ভৱনত পৰ্যালোচনা সভাপতি গৌৰৱ গগৈৰ : প্ৰকৃতাৰ্থত ‘জাতি জনগণনা’ কৰিবলৈ চৰকাৰক আহ্বান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd