• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এন আৰ চিক লৈ ‘মমতা’ৰ ৰাজনীতি : আজি অসমত উপস্থিত হ’ব তৃণমূলৰ প্ৰতিনিধি দল

এন ই নাও নিউজ by এন ই নাও নিউজ
August 2, 2018 1:37 pm
Mamata-678x381

পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। ফাইল ফটো

100
VIEWS
Share on FacebookShare on Twitter

এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশ পোৱাৰ পাছতে প্ৰায়ভাগ ৰাষ্ট্ৰীয় সংবাদ মাধ্যম, একাংশ ৰাজনৈতিক দল আৰু নেতা বিশেষকৈ পশ্চিম বংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীয়ে অসমৰ ৪০ লাখ লোকক অন্যায়ভাৱে ‘বিদেশী’ সজাব খোজা বুলি হুলস্থুল লগোৱাৰ সময়তে আজি অসমৰ পৰিস্থিতিৰ বুজ ল’বলৈ অসমত উপস্থিত হ’ব তৃণমূল কংগ্ৰেছৰ ৮ জনীয়া প্ৰতিনিধিৰ এটা দল।

মমতাৰ নিৰ্দেশতে এন আৰ চিৰ বিৰোধীতাৰে অসমলৈ আহিবলগীয়া ৮ জনীয়া প্ৰতিনিধি দলটো প্ৰথমে শিলচৰত উপস্থিত হ’ব। প্ৰতিনিধি দলটোৱে শিলচৰৰ বিভিন্ন দল-সংগঠন আৰু ব্যক্তিৰে আলোচনাত মিলিত হ’ব বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে তৃণমূলৰ প্ৰতিনিধি দলটো শিলচৰত উপস্থিত হোৱাৰ পাছত কোনো ধৰণৰ যাতে অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে প্ৰশাসনে শিলচৰত ১৪৪ ধাৰা জাৰি কৰিছে।

জানিব পৰা মতে ৮ জনীয়া প্ৰতিনিধি দলটোৱে আজি শিলচৰত বিভিন্ন দল-সংগঠনৰ লগত মিলিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ পাছত শুকুৰবাৰ অৰ্থাৎ কাইলৈ দলটো গুৱাহাটীলৈ আহিব।

উল্লেখ্য যে অসম অশান্ত কৰাৰ উদ্দেশ্যেই আজি তৃণমূল কংগ্রেছৰ ৮জনকৈ সাংসদ অসম ভ্রমণলৈ আহিব বুলি আশংকা ব্যক্ত কৰিছে খোদ অসম আৰক্ষীয়ে৷

অসমলৈ আহিবলগীয়া সাংসদ কেইজনৰ মনোভাব অত্যন্ত নেতিবাচক বুলি অসম আৰক্ষীয়ে তথ্য লাভ কৰা বুলি অসম আৰক্ষীৰ বিশেষ শাখাৰ প্ৰধান পল্লৱ ভট্টাচাৰ্য্যই প্রকাশ কৰে। অসম আৰক্ষীয়ে সাংসদকেইজনৰ সম্পূৰ্ণ গতি-বিধিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিব বুলিও জানিবলৈ দিয়ে৷

আনহাতে, তেওঁলোকৰ অসম ভ্রমণৰ বিৰোধিতা কৰি ইতিমধ্যে অসমৰ বিভিন্ন ঠাইত মমতা বেনাৰ্জীৰ ওপৰত এজাহাৰ দিয়াৰ লগতে কেইবাটাও দল-সংগঠনে প্রতিবাদ সাব্যস্ত কৰিছে।

Recent News

মণিপুৰত আছাম ৰাইফলছৰ সৈতে মুখামুখি সংঘৰ্ষত ১০ উগ্ৰপন্থী নিহত

মণিপুৰত আছাম ৰাইফলছৰ সৈতে মুখামুখি সংঘৰ্ষত ১০ উগ্ৰপন্থী নিহত

‘অপাৰেচন সিন্দূৰ’ক ৰাজনীতিকৰণৰ অভিযোগ কংগ্ৰেছৰ!

‘অপাৰেচন সিন্দূৰ’ক ৰাজনীতিকৰণৰ অভিযোগ কংগ্ৰেছৰ!

ষ্ট্ৰবেৰী: আপোনাৰ স্বাস্থ্যৰ বাবে এক উৎকৃষ্ট ফল, জানক ইয়াৰ উপকাৰিতা

ষ্ট্ৰবেৰী: আপোনাৰ স্বাস্থ্যৰ বাবে এক উৎকৃষ্ট ফল, জানক ইয়াৰ উপকাৰিতা

বিবাহ বিচ্ছেদৰ পিছত সন্তানৰ যত্নৰ বাবে চাকৰি এৰা মাতৃক জীৱিকাৰ অধিকাৰ দিলে দিল্লী উচ্চ ন্যায়ালয়ে

বিবাহ বিচ্ছেদৰ পিছত সন্তানৰ যত্নৰ বাবে চাকৰি এৰা মাতৃক জীৱিকাৰ অধিকাৰ দিলে দিল্লী উচ্চ ন্যায়ালয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd