• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এন আৰ চি: অসমৰ বাঙালীয়ে আপত্তি কৰা নাই; মমতা ক’বলৈ কোন, প্ৰশ্ন আপৰ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
August 2, 2018 9:13 pm
aap on mamata and nrc in assam
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এন আৰ চিক লৈ অসমৰ বাঙালীয়ে আপত্তি নকৰাৰ পিছতো দেশজুৰি অপপ্ৰচাৰ কৰা পশ্চিম বংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক এইবাৰ উভটি ধৰিছে আম আদমি পাৰ্তিয়ে।

‘এন আৰ চিক লৈ অসমৰ বাঙালীয়ে কোনো আপত্তি কৰা নাই, তেনেস্থলত মমতা বেনাৰ্জীয়ে আপত্তি কৰাৰ কোনো অধিকাৰ নাই। যদি অসমৰ বাঙালীয়ে আপত্তি দৰ্শালেহেঁতেন, তেতিয়া কথা সুকীয়া আছিল,’ মমতা ‘ক’বলৈ কোন’ বুলি প্ৰশ্ন কৰি আজি ২ জুলাইত মন্তব্য আম আদমি পাৰ্টিৰ অসমৰ সমন্বয়ক ড০ ভবেন চৌধুৰীয়ে।

বেনাৰ্জীৰ যদি সঁচাকৈয়ে বাঙালী-প্ৰীতি আছে, তেন্তে তেওঁক অসমৰ পৰা পৰীক্ষণৰ বাবে পশ্চিম বঙ্গলৈ পঠোৱা নথি-পত্ৰসমূহ সোনকালে পঠিয়াবলৈ পৰামৰ্শ দিছে আপে।

‘এন আৰ চিৰ কামত বিধি-পথালি দিয়াতকৈ মমতা বেনাৰ্জীৰ সঁচাকৈয়ে যদি বাঙালী-প্ৰীতি আছে, তেওঁ অসমৰ পৰা পৰীক্ষণৰ বাবে পশ্চিম বঙ্গলৈ পঠোৱা এক লক্ষাধিক নথিৰ তথ্য সোনকালে পঠিয়াওক,’ আপৰ আহ্বান।

মমতা বেনাৰ্জীয়ে ‘ৰাজনৈতিক মুনাফা আদায়ৰ চেষ্টা চলোৱা’ বুলিও আম আদমি পাৰ্টিৰ নেতাজনে মন্তব্য কৰে।

এন আৰ চি সন্দৰ্ভত আম আদমি পাৰ্টিৰ সাংসদে বিৰূপ মন্তব্য কৰা বুলি উত্থাপিত অভিযোগ অস্বীকাৰ কৰি তেওঁ কয় ‘এজনো বিদেশীৰ নাম এন আৰ চিত সন্নিবিষ্ট হ’ব নালাগে আৰু এজনো ভাৰতীয়ৰ নাম এন আৰ চিৰ পৰা বাদ পৰিব নালাগে।’

আনহাতে এন আৰ চিৰ কৃতিত্ব কোনো ৰাজনৈতিক দলে ল’ব নোৱাৰে বুলিও মন্তব্য কৰে চৌধুৰীয়ে। ‘যোৱা ২৯ জুলাইত মুখ্য মন্ত্ৰীৰ সৰ্বদলীয় বৈঠকত এই কৃতিত্ব কেৱল উচ্চতম ন্যায়ালয়কহে দিয়া হৈছে,’ মন্তব্য চৌধুৰীৰ।

চূড়ান্ত এন আৰ চি প্ৰকাশ হোৱাৰ পাছত চিনাক্ত হোৱা বিদেশীৰ জীৱিকা নিৰ্বাহৰ সুবিধা ভাৰতেই প্ৰদান কৰিব লাগিব বুলিও চৌধুৰীয়ে মত প্ৰকাশ কৰে। ‘সেইসকল লোকক আন কোনো দেশে গ্ৰহণ কৰিব বুলি নাভাবো। গতিকে ভাৰতেই ইয়াৰ ব্যৱস্থা কৰিব লাগিব,’ নেতাজনৰ মত।

ইপিনে এন আৰ চিৰ ভিত্তি বছৰ ১৯৫১ চনহে হ’ব লাগে বুলি দাবী কৰাসকলে এন আৰ চিত বাধা দিব খুজিছে বুলি ড০ চৌধুৰীয়ে মত প্ৰকাশ কৰে। ‘এন আৰ চি প্ৰক্ৰিয়াত বিধি-পথালি দিব বিচৰাসকলেহে এই দাবী কৰি আছে,’ ‘এয়া সম্পূৰ্ণ উচ্চতম ন্যায়ালয়ৰ ওপৰত নিৰ্ভৰ কৰিব’ বুলি উল্লেখ কৰি চৌধুৰীৰ মন্তব্য।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

September 14, 2025 9:30 pm
ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

September 14, 2025 8:30 pm
জন্মদিন উদযাপন কৰিবলৈ মাতি ১২ বছৰীয়া কিশোৰীৰ সৈতে অসৎ কাৰ্যত লিপ্ত দুই যুৱক

জন্মদিন উদযাপন কৰিবলৈ মাতি ১২ বছৰীয়া কিশোৰীৰ সৈতে অসৎ কাৰ্যত লিপ্ত দুই যুৱক

September 14, 2025 7:03 pm
৫.৯ প্ৰাবল্যৰ ভূমিকম্পই জুকাৰি গ’ল উত্তৰ-পূব ভাৰত

৫.৯ প্ৰাবল্যৰ ভূমিকম্পই জুকাৰি গ’ল উত্তৰ-পূব ভাৰত

September 14, 2025 5:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

September 14, 2025 9:30 pm
ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

September 14, 2025 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd