• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এন আৰ চি কেন্দ্ৰত এইবাৰ মহিলাক অশ্লীল প্ৰস্তাৱ; আটক বিষয়া

এন ই নাও নিউজ by এন ই নাও নিউজ
May 24, 2018 5:57 pm
এন আৰ চি
98
VIEWS
Share on FacebookShare on Twitter

এন আৰ চিৰ নথি-পত্ৰ পৰীক্ষণৰ পূৰ্ণ গতিত চলি থকাৰ সময়তে ধুবুৰী জিলাত এইবাৰ সংঘটিত হৈছে এগৰাকী মহিলাক এন আৰ চিৰ নথি-পত্ৰ পৰীক্ষণৰ নামত অশ্লীল প্ৰস্তাৱ দিয়াৰ ঘটনা।

প্ৰাপ্ত তথ্য মতে ধুবুৰী জিলাৰ গৌৰীপুৰৰ বাসিন্দা আকবৰ আলীৰ পুত্ৰ মফিদুল ইছলাম তথা চাপগড় হাইস্কুলৰ সহকাৰী শিক্ষক বৰ্তমান এন আৰ চিৰ বিষয়া হিচাপে নিয়োজিত হৈ আছে।

উল্লেখযোগ্য যে ধুবুৰী জিলাৰ অমিনেৰ চৰৰ এগৰাকী মহিলাই এন আৰ চিৰ নথি-পত্ৰ পৰীক্ষণৰ বাবে জাননী লাভ কৰে। ফলত মহিলা গৰাকী গৌৰীপুৰৰ পাব্লিক লাইব্ৰেৰীৰ এনএছকে কেন্দ্ৰ অৰ্থাৎ এন আৰ চিৰ সেৱা কেন্দ্ৰত নথি-পত্ৰ পৰীক্ষণৰ বাবে উপস্থিত হয়। কিন্তু মহিলা গৰাকী উপস্থিত হোৱাৰ লগে লগে শিক্ষকগৰাকী তথা এন আৰ চিৰ বিষয়া গৰাকীয়ে মহিলাগৰাকীক এন আৰ চিৰ পৰীক্ষণৰ নামত অশ্লীল প্ৰস্তাৱ দিয়ে।

মহিলা গৰাকীয়ে উত্থাপিত কৰা অভিযোগ অনুসৰি নথি-পত্ৰত সন্নিবিষ্ট কৰা মোবাইল নম্বৰ সংগ্ৰহ কৰি শিক্ষক গৰাকীয়ে মহিলা গৰাকীক কেইবাদিন ধৰি অশ্লীল প্ৰস্তাৱ দি আহিছিল।

তাৰোপৰি শিক্ষক গৰাকীয়ে ফোনযোগে মহিলা গৰাকীৰ লগত যোগাযোগ কৰি এন আৰ চিৰ কথা কৈ আজি ধুবুৰী চহৰৰ নিউঘাটলৈ মাতি আনি মহিলা গৰাকীক বলপূৰ্বক ভাৱে এখন অটোত উঠাই লৈ যাবলৈ চেষ্টা কৰে।

ফলত এই ঘটনাক কেন্দ্ৰ কৰি নিউঘাটত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় আৰু ৰাইজে শিক্ষক গৰাকীক আটক কৰি উত্তম-মধ্যম সোধাই আৰক্ষীক চমজাই দিয়ে।

লগতে মহিলা গৰাকীয়ে শিক্ষক তথা এন আৰ চিৰ বিষয়াজনৰ বিৰুদ্ধে ধুবুৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰাত ধুবুৰী আৰক্ষীয়ে এন আৰ চিৰ বিষয়া গৰাকীৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰি লম্পট শিক্ষক গৰাকী তথা এন আৰ চিৰ বিষয়া গৰাকীক আটক কৰে।

Recent News

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd