• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কর্কটৰ সজাগতা বৃদ্ধিৰ লক্ষ্যৰে কাইলৈ শিলচৰৰ পৰা আৰম্ভ হ’ব বাইক ৰেলী

এনই নাও নিউজ by এনই নাও নিউজ
March 11, 2018 1:02 pm
Bikers
122
VIEWS
Share on FacebookShare on Twitter

সম্প্ৰতি সমগ্ৰ বিশ্বতে মাৰাত্মক ৰূপ ধাৰণ কৰা কৰ্কট ৰোগ সন্দৰ্ভত জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধিৰ উদ্দ্যেশে কাইলৈ শিলচৰৰ পৰা আৰম্ভ হ’ব এক বাইক ৰেলীৰ।

টাটা ট্ৰাষ্ট আৰু কাচাৰ কেন্সাৰ হস্পিতালৰ যৌথ প্ৰচেষ্টা তথা ভয়চ অৱ টবাকু ভিক্টিম-নেশ্যনেল কেন্সাৰ গ্ৰীডৰ সহযোগিতাত কাইলৈৰ পৰা আৰম্ভ হ’বলগীয়া এই বাইক ৰেলীয়ে উত্তৰ পূবৰ ৭খন ৰাজ্যক সামৰি ল’ব বুলি প্ৰকাশ কৰিছে উদ্যোক্তাসকলে।

১১ দিনীয়া এই বাইক ৰেলীত চিকিৎসক তথা কৰ্কটৰ বিশেষজ্ঞসকলে অংশ্ৰগ্ৰহণ কৰি জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধিৰ প্ৰয়াস কৰিব।

উল্লেখ্য যে কাইলৈ শিলচৰ পৰা আৰম্ভ হ’বলগীয়া এই বাইক ৰেলী শ্বিলং, গুৱাহাটী, তেজপুৰ, ইটানগৰ, ডিব্ৰুগড়, কহিমা, ইম্ফল, আইজল, আগৰতলা হৈ পুনৰ শিলচৰত সমাপ্ত হ’ব। এই ‘ৰাইড এণ্ড ৰান’ ৰেলীত মুঠ ২১০০ কিলোমিটাৰ দূৰত্ব সামৰি লোৱা হ’ব।

আনহাতে এই ৰেলীৰ অংশ হিচাপে গুৱাহাটী, ডিব্ৰুগড়, তেজপুৰ, শিলচৰৰ চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থী-নাৰ্ছ সকলৰ বাবে কৰ্কটৰ গৱেষণা আদি সন্দৰ্ভত বিস্তৃত আলোচনা কৰা হ’ব।

এই বাইক ৰেলীৰ সময়ছোৱাত উত্তৰ পূবৰ বিভিন্ন চহৰ-গাঁৱৰ লোকৰ মাজত কৰ্কট ৰোগ সন্দৰ্ভত সজাগতা বৃদ্ধি কৰাৰ উদ্দ্যেশ্য ভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিব চালক-আৰোহী সকলে।

 

Recent News

অসমকে ধৰি দেশৰ ৮ ৰাজ্যত পাকিস্তানৰ চোৰাংচোৱাৰ বিৰুদ্ধে NIAৰ বৃহৎ অভিযান

অসমকে ধৰি দেশৰ ৮ ৰাজ্যত পাকিস্তানৰ চোৰাংচোৱাৰ বিৰুদ্ধে NIAৰ বৃহৎ অভিযান

ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বানে! হিমন্ত বিশ্ব শৰ্মাক অসমৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ আহ্বান গৃহমন্ত্ৰী অমিত শ্বাহৰ

ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বানে! হিমন্ত বিশ্ব শৰ্মাক অসমৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ আহ্বান গৃহমন্ত্ৰী অমিত শ্বাহৰ

“বিশ্বাস কৰা মা-দেউতা, তোমালোকেই মোৰ পৃথিৱী”, সামাজিক মাধ্যমত হৃদয় বিদাৰক পোষ্ট ‘ত্যাজপুত্ৰ’ তেজ প্ৰতাপৰ

“বিশ্বাস কৰা মা-দেউতা, তোমালোকেই মোৰ পৃথিৱী”, সামাজিক মাধ্যমত হৃদয় বিদাৰক পোষ্ট ‘ত্যাজপুত্ৰ’ তেজ প্ৰতাপৰ

কলিয়াবৰত অস্ত্ৰসহ গ্ৰেপ্তাৰ ডকাইতৰ দল : ডকাইতি কৰি ঘূৰি অহাৰ সময়তে কৰায়ত্ত কৰে আৰক্ষীয়ে

কলিয়াবৰত অস্ত্ৰসহ গ্ৰেপ্তাৰ ডকাইতৰ দল : ডকাইতি কৰি ঘূৰি অহাৰ সময়তে কৰায়ত্ত কৰে আৰক্ষীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd