• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 28, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কাশ্মীৰৰ শ্ৰীনগৰৰ হোটেলৰ পৰা এগৰাকী স্থানীয় ছোৱালীৰ সৈতে আটক মেজৰ লিটুল গগৈ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 23, 2018 5:44 pm
gogoi_630_630

ফাইল ফটো, মেজৰ লিটুল গগৈ। উৎস : আউটলুক

238
VIEWS
Share on FacebookShare on Twitter

যোৱা বছৰ  তেওঁৰ সেনাৰ জীপত এগৰাকী লোকক মানৱ ঢাল হিচাপে ব্যৱহাৰ কৰাৰ অভিযোগত বাতৰিৰ শিৰোণাম দখল কৰা মেজৰ লিটুল গগৈক শ্ৰীনগৰৰ এখন হোটেলৰ পৰা এগৰাকী স্থানীয় ছোৱালীৰ সৈতে আজি আৰক্ষীয়ে আটক কৰিছে। ৰাষ্ট্ৰীয় আলোচনী আউটলুকৰ ৱেবছাইটত প্ৰকাশিত এই বাতৰিয়ে ইতিমধ্যে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

আৰক্ষী সূত্ৰই জনোৱা মতে কেন্দ্ৰীয় কাশ্মীৰৰ বাডগাম অঞ্চলত নিযুক্ত হৈ থকা গগৈৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া গ্ৰহণ কৰা হৈছে। আৰক্ষীৰ মুখপাত্ৰই জানিব দিয়া মতে ৰাতিপুৱা প্ৰায় ১১ বজাত হোটেল গ্ৰেণ্ড মমতাৰ পৰা হোটেলখনত উদ্ভৱ হোৱা উত্তপ্ত বাদ-বিবাদৰ বাবে খানয়াৰ আৰক্ষী থানালৈ এটা ফোনকল আহিছিল।

আৰক্ষীৰ সূত্ৰই কয় যে এগৰাকী লোকৰ সৈতে এটি নাবালিকা ছোৱালী মেজৰ গৰাকীক লগ ধৰিবলৈ আহিছিল। মেজৰ গৰাকীয়ে ইতিমধ্যে হোটেলৰ পৰা বিদায় লোৱাৰ বাবে ‘চেক ইন’ কৰিছিল। হোটেলৰ মেনেজাৰ গৰাকীয়ে ছোৱালীজনীক কোঠাটোলৈ যাবলৈ অনুমতি দিয়া নাছিল আৰু তাক লৈ বাক্-বিতণ্ডাৰ সৃষ্টি হৈছিল।

ইয়াৰ পিছত আৰক্ষীয়ে হোটেলখনলৈ এটা বাহিনী পঠিয়াই দিছিল আৰু তেওঁলোকে তাত গৈ দেখিছিল যে ‘বাডগামৰ সমীৰ আহমেদ নামৰ লোকগৰাকীৰ সৈতে এগৰাকী মহিলা’ কোনোবা ব্যক্তিক লগ ধৰিবলৈ আহিছে। কিন্তু হোটেলৰ পৰিচাৰিকাই তেওঁলোকক ব্যক্তগৰাকীক লগ ধৰিবলৈ অনুমতি দিয়া নাছিল।

সূত্ৰসমূহে জানিব দিয়া মতে আৰক্ষীৰ দলটোৱে ঘটনাস্থলীত উপস্থিত হৈ আটাইকেইজন লোককে থানালৈ লৈ আনিছিল। তেওঁলোকে জানিব পাৰিছিল যে ছোৱালীজনীয়ে এগৰাকী সেনা বিষয়াক লগ ধৰিবলৈ আহিছিল।

আৰক্ষীয়ে সেনা বিষয়াগৰাকীৰ নথিপত্ৰ আৰু পৰিচয় সংগ্ৰহ কৰিছে। আৰক্ষীয়ে সেনা বিষয়াগৰাকীকৰ ভাষ্য ৰেকৰ্ডিং কৰাৰ পিছত বিষয়াগৰাকীক যাবলৈ দিয়ে।

 

Recent News

ডিব্ৰুগড়ত উন্মুক্ত টেংকীত পৰি মৃত্যু এটি ৭ বছৰীয়া শিশুৰ

ডিব্ৰুগড়ত উন্মুক্ত টেংকীত পৰি মৃত্যু এটি ৭ বছৰীয়া শিশুৰ

উত্তৰ-পূব ভাৰতত আটাইতকৈ কম গালি-গালাজৰ ভাষা ব্যৱহাৰ কৰা হয়; সবাৰো আগত দিল্লী

উত্তৰ-পূব ভাৰতত আটাইতকৈ কম গালি-গালাজৰ ভাষা ব্যৱহাৰ কৰা হয়; সবাৰো আগত দিল্লী

জাডেজা-ৱাশ্বিংটনৰ অদমনীয় যুঁজ, অনবদ্য শতক; মানচেষ্টাৰত মৰ্যাদাৰে খেলখন ড্ৰ’ কৰিলে ভাৰতে

জাডেজা-ৱাশ্বিংটনৰ অদমনীয় যুঁজ, অনবদ্য শতক; মানচেষ্টাৰত মৰ্যাদাৰে খেলখন ড্ৰ’ কৰিলে ভাৰতে

হাঁহি-মাতি থকা মানেই ভালে থকা নহয়! ‘টক্সিক পজিটিভিটি’ কি জানেনে?

হাঁহি-মাতি থকা মানেই ভালে থকা নহয়! ‘টক্সিক পজিটিভিটি’ কি জানেনে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd