• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

উত্তৰ পূৰ্বাঞ্চলত ভ্ৰাম্যমান বিমান চিকিৎসা সেৱাৰ পৰিকল্পনা কেন্দ্ৰীয় চৰকাৰৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 1, 2018 5:38 pm
97
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ দুৰ্গম এলেকা সমূহত ভ্ৰাম্যমান বিমান চিকিৎসা সেৱা আগবঢ়োৱাৰ পৰিকল্পনা কৰিছে। জানিব পৰা অনুসৰি চৰকাৰে অঞ্চলটোত এনে দুটা চিকিৎসা কেন্দ্ৰ শুভাৰম্ভ কৰাৰ বাবে ৮০-১০০ কোটি টকা আবন্তন কৰাৰ সিদ্ধান্ত লৈছে। শ্বিলং আৰু ইম্ফলৰ পৰা চলিব লগীয়া প্ৰস্তাৱিত চিকিৎসা কেন্দ্ৰ দুটাই অসমৰ বাহিৰে উত্তৰ- পূবৰ সকলো ৰাজ্যতেই সেৱা প্ৰদান কৰিব।

প্ৰকল্পটোৰ সম্পৰ্কে এক চৰকাৰী বিবৃতিত কোৱা হৈছে যে -‘ভ্ৰাম্যমান বিমান চিকিৎসা সেৱা প্ৰদানৰ বাবে অনুৰোধ জনোৱা পৱন হন্স প্ৰস্তাৱিত আঁচনি খনৰ প্ৰথমখন সভাত উপস্থিত থকাৰ লগতে উক্ত পৰিকল্পনাটোকো ই প্ৰশংসা কৰে’। পৱন হন্সে তৈয়াৰ কৰা প্ৰকল্প প্ৰতিবেদন অনুসৰি অঞ্চলটোৰ ৬ খন ৰাজ্যত দুখন হেলিক’প্তাৰৰ দ্বাৰা চলিব লগীয়া ভ্ৰাম্যমান বিমান চিকিৎসা সেৱাৰ বাবে প্ৰত্যেক মাহে ১.৮৭ কোটি টকাৰ প্ৰয়োজন হ’ব বুলি অনুমান কৰা হৈছে।

উল্লেখযোগ্য যে দুৰ্ঘটনা, ভূমিস্খলন, ভূমিকম্প তথা বানপানী আদিত তৎকালীন চিকিৎসা সেৱা প্ৰদানৰ উপৰি হেলিকপ্তাৰ দুখনে দুৰ্গম স্থানৰ ৰোগী সকলক নগৰৰ চিকিৎসালয়লৈ আনিবলৈ বিমান এম্বুলেঞ্চ হিচাপেও কাম কৰিব।

 

 

Recent News

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd