• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কোকৰাঝাৰত ১০ৰ পৰা ২০ মাৰ্চলৈ অনুষ্ঠিত হ’ব ৰাষ্ট্ৰীয় জনজাতীয় গ্ৰন্থ উৎসৱ

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
February 26, 2018 8:50 pm
266
VIEWS
Share on FacebookShare on Twitter

কোকৰাঝাৰত অহা ১০ৰ পৰা ২০ মাৰ্চলৈ বডো ৰাইতাৰ্চ একাদেমি- এ আয়োজন কৰিছে ৰাষ্ট্ৰীয় জনজাতীয় গ্ৰন্থ উৎসৱ।

বডো ৰাইতাৰ্চ একাদেমিৰ সভাপতি ৰাজেন বসুমতাৰীয়ে আজি কোকৰাঝাৰত ঘোষণা কৰা মতে কোকৰাঝাৰৰ বডোফা কমপ্লেক্সত অনুষ্ঠিত হ’ব এই গ্ৰন্থ উৎসৱ তথা বডোলেণ্ড গ্ৰন্থ আৰু বাণিজ্য মেলা।

নেশ্বনেল বুক ট্ৰাস্তৰ সহযোগিতাত আৰু বি টি চি প্ৰশাসনৰ সহায়ত বডো ৰাইটাৰ্চ একাদেমিয়ে এই উৎসৱ আয়োজন কৰিছে।

উৎসৱটোক লৈ আয়োজক একাদেমি আৰু Society for Agro Society and Eco Development নামৰ এক আন্তঃৰাষ্ট্ৰীয় স্বেচ্ছাসেৱী সংস্থাৰ মাজত আজি এক চুক্তিও স্বাক্ষৰিত হয়।

একাদেমিয়ে বডো লেখকসকলক প্ৰতি বছৰে প্ৰদান কৰি অহা আশাৰাণী মচাহাৰি সাহিত্য বঁটা এই বছৰ আগবঢ়োৱা হ’ব বিজনীৰ সাহিত্যিক ধীৰ্জু জ্যোতি বসুমতাৰীক।

‘Aabarini Jiuni Scash’ নামৰ কবিতা পুথিৰ বাবে তেওঁলৈ এই সন্মান আগবঢ়োৱা হৈছে।

উৎসৱটোত ইণ্ড’নেছিয়া, বাংলাদেশ, ভূটান আৰু জেপানৰ অতিথিয়েও ভাগ ল’ব।

আয়োজকসকলে জনোৱা মতে উৎসৱথলীত জনজাতীয় খাদ্য মেলাও অনুষ্ঠিত হ’ব।

Recent News

ৰাজ্যপাল-ৰাষ্ট্ৰপতিৰ বিধেয়কত সন্মতি প্ৰদানৰ সময়সীমা! উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠৰ ব্যাখ্যা…

ৰাজ্যপাল-ৰাষ্ট্ৰপতিৰ বিধেয়কত সন্মতি প্ৰদানৰ সময়সীমা! উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠৰ ব্যাখ্যা…

ঋণৰ বোজা সহিব নোৱাৰি সৰ্বনাশী কাণ্ড : তিনি সন্তানক বিহ খুৱাই হত্যা কৰি পিতৃ-মাতৃয়েও ল’লে চৰম সিদ্ধান্ত

ঋণৰ বোজা সহিব নোৱাৰি সৰ্বনাশী কাণ্ড : তিনি সন্তানক বিহ খুৱাই হত্যা কৰি পিতৃ-মাতৃয়েও ল’লে চৰম সিদ্ধান্ত

৩২০০ কোটি টকাৰ আবকাৰী দুৰ্নীতি! অন্ধ্ৰত গ্ৰেপ্তাৰ জগন ৰেড্ডীৰ দলৰ সাংসদ

৩২০০ কোটি টকাৰ আবকাৰী দুৰ্নীতি! অন্ধ্ৰত গ্ৰেপ্তাৰ জগন ৰেড্ডীৰ দলৰ সাংসদ

অসমৰ বানপানীক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণাৰ দাবী! সীমান্ত উত্তেজনা সমাধানৰ পৰামৰ্শ চিপিআইৰ

অসমৰ বানপানীক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণাৰ দাবী! সীমান্ত উত্তেজনা সমাধানৰ পৰামৰ্শ চিপিআইৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd