• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 28, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কোনো দলেই সুবিধা কৰিব নোৱাৰিলে : নৰ্থ-ইষ্ট য়ুনাইটেড আৰু গোৱাৰ খেল ড্ৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 4, 2018 10:26 pm
North_East
139
VIEWS
Share on FacebookShare on Twitter

আই এছ এলৰ আজিৰ এখন গুৰুত্বপূৰ্ণ খেলত নৰ্থ-ইষ্ট য়ুনাইটেড আৰু গোৱা এফ চিয়ে ২-২ত ড্ৰ খেলে। তালিকাৰ শেষৰ ফালে অৱস্থান লোৱা দুয়োটা দলৰ বাবেই আজি জয় গুৰুত্বপূৰ্ণ আছিল। গোৱাৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত হোৱা খেলখনত ঘৰুৱা দলটোৱে নৰ্থ-ইষ্ট য়ুনাইটেডৰ ওপৰত যথেষ্ট চাপ সৃষ্টি কৰিছিল যদিও ভ্ৰমণকাৰী দলটোৱে সেয়া প্ৰাণপণে প্ৰতিৰোধ কৰে।

তীব্ৰ প্ৰতিদ্বন্দ্বিতামূলক খেলখনত ৪২ মিনিটত প্ৰথমে গোৱাই অগ্ৰগতি লাভ কৰে। তেওঁলোকৰ হৈ গ’লটো দিছিল মান্দাৰ ৰাও দেশায়ে। কিন্তু সেই উল্লাস বেছি দেৰি থাকিবলৈ নাপাওঁতেই ৪৫ মিনিটত নৰ্থ-ইষ্টৰ মাৰ্চিঅ’ ডি ছুজাই সমতা স্থাপন কৰে।

একেদৰে দ্বিতীয় অৰ্ধতো গোৱাই পুনৰ অগ্ৰগতি লয়। খেলৰ ৫৩ মিনিটত এইবাৰ গ’ল দিয়ে ফেৰান ক’ৰ’মিনাছে।  তেওঁৰ গ’ল এইটোকে ধৰি প্ৰতিযোগিতাখনত ১৩ টালৈ বৃদ্ধি হয়।

তীব্ৰ চাপত পৰা নৰ্থ-ইষ্টে সৰ্ব শক্তিৰে যুঁজি দি গৈছিল আৰু শেষত ৭০ মিনিটত পুনৰ সমতা স্থাপন কৰে। এইবাৰ বৰ্জেছে দিয়া এটা সুযোগৰ সদ্ব্যৱহাৰ কৰে জনে। ইয়াৰ জৰিয়তে নৰ্থ-ইষ্টে সমতা স্থাপন কৰে।

উল্লেখযোগ্য যে আজি দুয়োটা দলৰে এইখন ১২ সংখ্যক খেল আছিল। দুয়োটা দলে তালিকাৰ ওপৰৰ ফালে যাবলৈ সংগ্ৰাম কৰি আছে।

Recent News

বিজেপিৰ আঁচনি মন্ত্ৰীৰ পৰিয়ালৰ বাবেহে, দৰিদ্ৰৰ বাবে নহয় : গৌৰৱ গগৈ

বিজেপিৰ আঁচনি মন্ত্ৰীৰ পৰিয়ালৰ বাবেহে, দৰিদ্ৰৰ বাবে নহয় : গৌৰৱ গগৈ

শেষ হোৱা নাই ভাৰত-পাকিস্তানৰ যুদ্ধ বিৰতিৰ বিতৰ্ক : আকৌ মুখ খুলিলে ট্ৰাম্পে

শেষ হোৱা নাই ভাৰত-পাকিস্তানৰ যুদ্ধ বিৰতিৰ বিতৰ্ক : আকৌ মুখ খুলিলে ট্ৰাম্পে

নতুন নিষেধাজ্ঞা! বাংলাদেশৰ পৰা স্থলপথেৰে ৯বিধ সামগ্ৰীৰ আমদানি বন্ধ কৰিলে ভাৰতে

নতুন নিষেধাজ্ঞা! বাংলাদেশৰ পৰা স্থলপথেৰে ৯বিধ সামগ্ৰীৰ আমদানি বন্ধ কৰিলে ভাৰতে

জয়ন্ত মল্লৰ বিৰুদ্ধে সৰৱ গুৱাহাটী প্ৰেছ ক্লাৱ : সাংবাদিকক অপমান কৰা কাৰ্যক তীব্ৰ গৰিহণা

জয়ন্ত মল্লৰ বিৰুদ্ধে সৰৱ গুৱাহাটী প্ৰেছ ক্লাৱ : সাংবাদিকক অপমান কৰা কাৰ্যক তীব্ৰ গৰিহণা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd