• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

খোৱাপানীৰ যোগান নাই : জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ ভাৰত-ভূটান সীমান্তৰ গাওঁবাসীৰ

চাজিদ খান by চাজিদ খান
February 22, 2018 10:43 pm
People-of-Kalikhola-village-along-Indo-Bhutan-border-in-Udalguri-district-stage-protest.-570x320

ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৰ কালিখোলা গাঁৱৰ ৰাইজে প্ৰতিবাদ জনোৱাৰ মুহূৰ্ত

121
VIEWS
Share on FacebookShare on Twitter

উপযুক্ত খোৱা পানীৰ নাটনিৰ বাবে ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৰ কালিখোলা গাওঁৰ বাসিন্দা সকলে অসম চৰকাৰৰ বিৰুদ্ধে এক প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে।

গাওঁবাসীয়ে হাতে হাতে প্লে’কাৰ্ড লৈ আৰু শ্ল’গান দি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ৰাজ্যিক মন্ত্ৰী ৰিহন দৈমাৰীৰ বিৰুদ্ধে প্ৰতিবাদ সাৱ্যস্ত কৰে। উল্লেখ্য যে মন্ত্ৰী ৰিহন দৈমাৰীৰ ঘৰ ওদালগুৰি জিলাত।

ডেকা আৰু বয়সীয়া সকলোধৰণৰ প্ৰতিবাদকাৰীসকলে পানীৰ পাত্ৰ হাতত লৈ বৃহস্পতিবাৰে বৃহৎ সংখ্যাত ওলাই আহে আৰু গাওঁবাসীৰ প্ৰতি চৰকাৰৰ অৱহেলাৰ প্ৰতিবাদ কৰে। বাসিন্দাসকলে চৰকাৰক গাওঁবাসীৰ বাবে উপযুক্ত খোৱা পানীৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়।

পানেৰী বিধানসভা সমষ্টি আৰু বিটিচিৰ ননৈ ছাৰফাং সমষ্টিৰ অন্তৰ্গত কালিখোলা গাঁৱত জানিব পৰা মতে খোৱাপানী যোগানৰ এখন আঁচনি আগবঢ়োৱা হৈছিল যদিও মাত্ৰ চাৰিদিন চলাৰ পিছত বিগত ছয় মাহ ধৰি বিকল হৈ পৰি আছে।

স্থানীয় লোকসকলে জনায় যে খোৱা পানী যোগান আঁচনিটো টংলা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়ৰ অধীনত পৰে আৰু ইয়াৰ চোৱাচিতাৰ ভাৰ এই কাৰ্যালয়টোৰ ওপৰতে আছে।

গাঁৱবাসীয়ে  অভিযোগ কৰে যে কালিখোলা গাওঁৰ ৰাইজে পানেৰী বিধানসভা সমষ্টিৰ বিধায়ক কমলী বসুমতাৰী আৰু নবাই ছাৰফাঙৰ এমচিএমএলএ সুৰেশ তাঁতীৰ উপৰি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়াসকলৰ বাৰে বাৰে আবেদন জনোৱাৰ পিছতো কোনো গুৰুত্ব নিদিলে।

গাঁৱবাসীয়ে অভিযোগ কৰে যে পানী যোগান আঁচনিখন কাৰ্যক্ষম নোহোৱাৰ কাৰণ হৈছে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সংশ্লিষ্ট বিষয়াসকলৰ অৱহেলা। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ৰাজ্যিক মন্ত্ৰী ৰিহন দৈমাৰীৰ গৃহ জিলাত পানী যোগান আঁচনিৰ এনে দুৰাৱস্থাই সচেতন মহলৰ চকু কপালত উঠিছে।

 

 

Recent News

ধুবুৰীত সাম্প্ৰদায়িক উত্তেজনা: শ্বুট এট চাইটৰ নিৰ্দেশ জাৰি মুখ্যমন্ত্ৰী হিমন্ত শৰ্মাৰ

ধুবুৰীত সাম্প্ৰদায়িক উত্তেজনা: শ্বুট এট চাইটৰ নিৰ্দেশ জাৰি মুখ্যমন্ত্ৰী হিমন্ত শৰ্মাৰ

গাজাত যুদ্ধবিৰতিৰ বাবে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ ভোট! ভোটদানৰ পৰা বিৰত থাকিল ভাৰত

গাজাত যুদ্ধবিৰতিৰ বাবে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ ভোট! ভোটদানৰ পৰা বিৰত থাকিল ভাৰত

আমেৰিকাৰ পৰা বিতাড়ন খাবিৰ লাম! ইটালীৰ ইনফ্লুৱেন্সাৰগৰাকীয়ে কিয় আমেৰিকা এৰিবলগীয়া হ’ল?

আমেৰিকাৰ পৰা বিতাড়ন খাবিৰ লাম! ইটালীৰ ইনফ্লুৱেন্সাৰগৰাকীয়ে কিয় আমেৰিকা এৰিবলগীয়া হ’ল?

সোণমক বচাবলৈ আন যুৱতীক হত্যাৰ পৰিকল্পনা; জেৰাত প্ৰেমিক ৰাজৰ চাঞ্চল্যকৰ স্বীকাৰোক্তি   

সোণমক বচাবলৈ আন যুৱতীক হত্যাৰ পৰিকল্পনা; জেৰাত প্ৰেমিক ৰাজৰ চাঞ্চল্যকৰ স্বীকাৰোক্তি   

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd