• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গঁড়ৰ চোৰাংচিকাৰীৰ শাহুৱেকৰ পৰা বৃহৎ পৰিমাণৰ নগদ ধন উদ্ধাৰ

উত্তম শইকীয়া by উত্তম শইকীয়া
June 30, 2018 5:37 pm
IMG-20180629-WA0009
110
VIEWS
Share on FacebookShare on Twitter

গঁড় হত্যাত জড়িত ইয়াকুব আলী নামৰ দুৰ্ধৰ্ষ চোৰাং চিকাৰী জনৰ শাহুৱেকৰ পৰা যোৱা নিশা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উত্তৰ বনাঞ্চলৰ বনাঞ্চলিক বিষয়া প্ৰঞ্জল বৰুৱা আৰু বিশ্বনাথ আৰক্ষীৰ নেতৃত্বত যোৱা যৌথ অভিযানকাৰীৰ দলে নগদ ১০ লাখ ৫০ হেজাৰ টকা উদ্ধাৰ কৰিছে।

চতিয়াৰ ভোজমাৰী গাওঁত থকা ইয়াকুব আলীৰ শাহুৱেক ফাতেমা খাটুনৰ পৰা এই ধন উদ্ধাৰ কৰিছে অভিযানকাৰী দলটোৱে ৷ ২৯ মে’ত বিশ্বনাথৰ পাণপুৰত সংঘটিত গঁড় হত্যাৰ মূল অভিযুক্ত আছিল ইয়াকুব আলী।

ইয়াৰ পূৰ্বে অভিযানকাৰী দলে ইয়াকুব আলীৰ পৰা এটা ৩০৩ ৰাইফল , এটা চাইলেঞ্চাৰ,এটা লেজাৰ লাইট আৰু ২৪ জাঁই সজীৱ গুলী উদ্ধাৰ কৰিছিল।

ইয়াকুৱ আলীৰ স্বীকাৰোক্তিৰ আধাৰতে বন বিভাগ আৰু আৰক্ষীয়ে চতিয়াৰ ৪নং ভোজমাৰীৰ ইয়াকুৱ আলীৰ বাসগৃহৰ পৰা গঁড় হত্যাত ব্যৱহৃত এই অস্ত্ৰ সমুহ উদ্ধাৰ কৰিছিল।

উল্লেখ্য যে কাজিৰঙাৰ বহু কেইটা গঁড় হত্যাত জড়িত আছিল ধৃত চোৰাং চিকাৰী ইয়াকুব আলী ৷ যোৱা ২৯ মে’ত বিশ্বনাথৰ পাণপুৰত সংঘটিত গঁড় হত্যাৰ মূল অভিযুক্ত আছিল ইয়াকুব আলী।

ইয়াকুব আলী ২০১৪ চনৰ গঁড় হত্যাৰ এক গোচৰতো অভিযুক্ত আছিল। সেই  গোচৰত  চি বি আইয়ে তেওঁৰ ওপৰত চাৰ্জ শ্বীট দাখিল কৰিছিল আৰু চি বি আইৰ গোচৰৰ জামিন ল’বলৈ আদালতলৈ অহা অৱস্থাতে ইয়াকুব আলীক পানবজাৰৰ মেঘদূত ভৱনৰ সমীপত অভিযানকাৰী দলে আটক কৰিছিল।

Recent News

মাজনিশা ঘুমন্ত শ্ৰমিকক গাড়ীৰে মহতিয়াই নিলে মাতাল চালকে; নিমিষতে ৰক্তাক্ত ৰাজধানীৰ ফুটপাথ

মাজনিশা ঘুমন্ত শ্ৰমিকক গাড়ীৰে মহতিয়াই নিলে মাতাল চালকে; নিমিষতে ৰক্তাক্ত ৰাজধানীৰ ফুটপাথ

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ সময়ত বিহাৰৰ ভোটাৰ তালিকাত ধৰা পৰিল বহু বিদেশী নাগৰিকঃ সূত্ৰৰ দাবী

নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ সময়ত বিহাৰৰ ভোটাৰ তালিকাত ধৰা পৰিল বহু বিদেশী নাগৰিকঃ সূত্ৰৰ দাবী

প্ৰসিদ্ধ অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান; দুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

প্ৰসিদ্ধ অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান; দুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd