• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গুৱাহাটী এপ’ল’ হস্পিতালত ছুপাৰ স্পেচিয়েলটি স্নাতকোত্তৰ চিকিৎসা শিক্ষা পাঠ্যক্ৰম আৰম্ভ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 12, 2018 5:59 pm
Apollo Hospitals Guwahati
139
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী এপ’ল’ হস্পিতালত ‘Nurses a voice to lead- Health is a Human Right’ শীৰ্ষক বাণীৰে আজি আন্তঃৰাষ্ট্রীয় নাৰ্ছ দিৱস উদযাপন কৰা হয়।

এই উপলক্ষে চিকিৎসালয়খনৰ চৌহদত বন্তি প্ৰজ্বলনেৰে এক সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়।

উল্লেখযোগ্য যে গুৱাহাটী এপল’ হাস্পিতালে ‘গেছট্ৰ’এনটেৰ’ল’জি’, ‘জেনেৰেল মেডিচিন’ আৰু ‘পেডিয়াট্ৰিকছ’ত ছুপাৰ স্পেচিয়েলটি স্নাতকোত্তৰ চিকিৎসা শিক্ষা পাঠ্যক্ৰমৰ বাবে অলপতে অনুমোদন লাভ কৰিছে।

নেশ্যনেল ব’ৰ্ড অব এডুকেশ্যন আৰু কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ে উক্ত শিক্ষা পাঠ্যক্ৰমসমূহৰ বাবে অনুমোদন প্ৰদান কৰে।

উপৰোক্ত পাঠক্ৰম কেইটাৰ উপৰি চিকিৎসালয়খনত নেফ্ৰ’ল’জি, ক্ৰিটিকেল কেয়াৰ মেডিচিন আৰু নিউৰ’ছাৰ্জাৰিত ছুপাৰ স্পেচিয়েলটি তথা এনাছথেছিয়াত স্পেচিয়েলটি পাঠ্যক্ৰম সোনকালে আৰম্ভ কৰা হ’ব।

গেছট্ৰ’এনটেৰ’ল’জিত ছুপাৰ স্পেচিয়েলটি পাঠ্যক্ৰম থকা গুৱাহাটী এপল’ হাস্পিতালে হৈছে উত্তৰ-পূবৰ একমাত্ৰ কেন্দ্ৰ।

Recent News

ব্ৰহ্মপুত্ৰ নদীত বান্ধ দি ভাৰতত আঘাত কৰাৰ পৰিকল্পনা চীনৰ! বিস্ফোৰক অভিযোগ অৰুণাচলৰ মুখ্যমন্ত্ৰীৰ

ব্ৰহ্মপুত্ৰ নদীত বান্ধ দি ভাৰতত আঘাত কৰাৰ পৰিকল্পনা চীনৰ! বিস্ফোৰক অভিযোগ অৰুণাচলৰ মুখ্যমন্ত্ৰীৰ

অনিশ্চয়তাৰ মাজত ক্ৰিকেট এছিয়া কাপ-২০২৫! মুখামুখি হ’ব নে ভাৰত আৰু পাকিস্তান?

অনিশ্চয়তাৰ মাজত ক্ৰিকেট এছিয়া কাপ-২০২৫! মুখামুখি হ’ব নে ভাৰত আৰু পাকিস্তান?

বিহাৰৰ নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ গোচৰৰ আজি শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

বিহাৰৰ নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ গোচৰৰ আজি শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

কাৰ বাবে উন্নয়ন? বিকাশৰ সপোন দেখুৱা চৰকাৰৰ দ্বাৰা আজিও অবহেলিত চাহ শ্ৰমিক  

কাৰ বাবে উন্নয়ন? বিকাশৰ সপোন দেখুৱা চৰকাৰৰ দ্বাৰা আজিও অবহেলিত চাহ শ্ৰমিক  

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd