• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গুৱাহাটী প্ৰে’ছ ক্লাবৰ চিনাকি মুখ বয়োজ্যেষ্ঠ সাংবাদিক দয়া নাথ সিং আৰু নাই

এন ই নাও নিউজ by এন ই নাও নিউজ
January 28, 2018 9:16 pm
Sigh-Da-Press-Club

দয়া নাথ সিং

291
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী প্ৰে’ছ ক্লাবত চিৰ বিদ্যমান, প্ৰে’ছ ক্লাবৰ চিনাকি মুখ, সকলো সাংবাদিকৰ ‘সিং দা’ বয়োজ্যেষ্ঠ সাংবাদিক দয়া নাথ সিং আৰু নাই। আজি আবেলি গুৱাহাটীত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।

সিঙে যোৱা ১৫ বছৰ গুৱাহাটী প্ৰে’ছ ক্লাবৰ কাৰ্য্যালয় সম্পাদক হিচাপে সেৱা আগবঢ়াই আহিছিল।

কিছু দিন অসুস্থ হৈ থকা সিঙৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৮২ বছৰ।

নিউজ স্তাৰ, নিউজ ফ্ৰন্ত, নৰ্থ ইষ্ট দেইলি আদি কাকতৰ লগত এসময়ত জড়িত সিঙে শেহতীয়াকৈ ইস্তাৰ্ন পেন’ৰামা, মেৰি নিউজ, আছাম টাইমছ আদিক বাতৰিনিৰ্ভৰ প্ৰবন্ধ যোগান ধৰি আহিছিল।

বিহাৰত জন্ম গ্ৰহণ কৰা সিঙে মৃত্যুৰ সময়ত তেওঁৰ পত্নী, ৫ গৰাকী ছোৱালীকে ধৰি বহু সংখ্যক আত্মীয় স্বজনক এৰি থৈ গৈছে।

কাইলৈ তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰাৰ পূৰ্বে পুৱা ১০.৩০ বজাত প্ৰে’ছ ক্লাব চৌহদত তেওঁলৈ সাংবাদিকসকলে শ্ৰদ্ধাঞ্জলি জনাব।

সিঙৰ মৃত্যুত গুৱাহাটী প্ৰে’ছ ক্লাবৰ লগতে সদৌ অসম ফট’ সাংবাদিক সংস্থা, সাংবাদিক ফ’ৰাম অসম, ইলে’কট্ৰনিক সাংবাদিক ফ’ৰাম অসম আৰু উত্তৰ-পূৰ্বাঞ্চল কৰ্মৰত সাংবাদিক সংস্থাই গভীৰ শোক প্ৰকাশ কৰিছে।

Recent News

 ‘দেশ প্ৰথম, দল পিছত’: কংগ্ৰেছক বাৰ্তা শশী থাৰুৰৰ

 ‘দেশ প্ৰথম, দল পিছত’: কংগ্ৰেছক বাৰ্তা শশী থাৰুৰৰ

মানাহ নদীৰ পাৰৰ অবৈধ খননে ভাবুকি কঢ়িয়াই আনিছে পৰিৱেশ আৰু জনজীৱনৰ বাবে

মানাহ নদীৰ পাৰৰ অবৈধ খননে ভাবুকি কঢ়িয়াই আনিছে পৰিৱেশ আৰু জনজীৱনৰ বাবে

দুই শিক্ষকৰ বিৰুদ্ধে নয়ডাত ‘মানসিক হাৰাশাস্তি’ৰ অভিযোগ তুলি চৰম সিদ্ধান্ত ল’লে চিকিৎসা বিজ্ঞানৰ ছাত্ৰীয়ে

দুই শিক্ষকৰ বিৰুদ্ধে নয়ডাত ‘মানসিক হাৰাশাস্তি’ৰ অভিযোগ তুলি চৰম সিদ্ধান্ত ল’লে চিকিৎসা বিজ্ঞানৰ ছাত্ৰীয়ে

আইচিচিৰ নতুন উদ্যোগ! ২০২৮ চনত ৩২টা দলৰ টি-২০ বিশ্বকাপৰ পৰিকল্পনা

আইচিচিৰ নতুন উদ্যোগ! ২০২৮ চনত ৩২টা দলৰ টি-২০ বিশ্বকাপৰ পৰিকল্পনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd