• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গোলাঘাটৰ দেওপাহাৰ সংৰক্ষিত বনাঞ্চলত অবৈধ দখল উচ্ছেদ প্ৰশাসনৰ

উত্তম শইকীয়া by উত্তম শইকীয়া
March 13, 2018 2:44 pm
WhatsApp Image 2018-03-13 at 1.00.53 PM
304
VIEWS
Share on FacebookShare on Twitter

গোলাঘাট জিলাৰ দেওপাহাৰ সংৰক্ষিত বনাঞ্চলত নুমলীগড় শোধনাগাৰে বিগত বহু বছৰৰ পৰা দখল কৰা ১ হেক্টৰ ভূমিত আজি উচ্ছেদ অভিযান চলায় গোলাঘাট জিলা প্ৰশাসনে৷

নুমলীগড় শোধনাগাৰে নগৰাঞ্চল সম্প্ৰসাৰণৰ বাবে দখল কৰা এই ভূমি এলিফেণ্ট ক’ৰিডৰ হিচাপে চিহ্নিত আছিল। আৰু এই হাতী অহা যোৱা পথতে শোধনাগাৰে নিৰ্মান কৰিছিল পকী বেৰা। গোলাঘাট জিলা প্ৰশাসনে আজি এই পকী দেৱাল ভাঙি এই ভূমি অবৈধ দখল মুক্ত কৰে৷

উল্লেখ্য যে ১৯৯৯ চনতে দেওপাহাৰ প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল অবৈধ দখল মুক্ত কৰাৰ বাবে প্ৰশাসনে ঘোষণা কৰিছিল। তাৰোপৰি হাতী অহা যোৱা কৰা বাটটো বন্ধ কৰি বেৰা নিৰ্মাণ কৰা কাৰ্যৰ বিৰুদ্ধে বোকাখাতৰ ৰোহিত চৌধুৰী নামৰ এজন লোকে ৰাষ্ট্ৰীয় সেউজ ন্যায়ালয়ত এক গোচৰ ৰুজু কৰিছিল।

এই গোচৰৰ আধাৰতে  ২০১৪ চনৰ ২৪  আগষ্টত সেউজ ন্যায়ালয়ে এই দেৱালখন অবৈধ ঘোষণা কৰি ভাঙিবলৈ এক  নিৰ্দেশ জাৰি কৰিছিল। কিন্তু অতি ৰহস্য জনকভাৱে শোধনাগাৰ কৰ্তৃপক্ষই এই ক্ষেত্ৰত দীর্ঘদিনে নিমাত হৈ আছিল। আৰু অৱশেষত আজি বন বিভাগ আৰু জিলা প্ৰশাসনে  এই  অবৈধ দেৱালখন ভাঙিবলৈ বাধ্য হ’ল ।

উল্লেখিত যে বিভাগীয় তথ্য মতে দেওপাহাৰ সংৰক্ষিত বনাঞ্চলৰ প্ৰস্তাৱত বনাঞ্চলখনৰ পৰিসৰ আছিল ১৩৪ হেক্টৰ ৷ এই বনাঞ্চলৰে মুঠ ১ হেক্টৰ বনাঞ্চল অবৈধ দখল কৰি নুমলীগড় শোধনাগাৰে নিৰ্মান কৰিছিল পকী বেৰা ৷

আজি গোলাঘাট জিলাৰ অতিৰক্ত উপায়ুক্ত উৎপল দলেৰ নেতৃত্বত বোকাখাত ৰাজহ চক্ৰ বিষয়া খনীন দাস আৰু গোলাঘাটৰ বন সংমণ্ডল প্ৰাধিকাৰী ৰাজীৱ কুমাৰ দাসৰ লগত যোৱা অভিযানকাৰী দলে এই দেৱাল ভাঙি দেওপাহাৰ সংৰক্ষিত বনাঞ্চল অবৈধ দখল মুক্ত কৰাৰ লগতে এলিফেণ্ট ক’ৰিডৰটো পুনৰ মুকলি কৰিবলৈ সক্ষম হয়।

Recent News

বানপানীৰ পিছতে ভয়াৱহ জল সংকটে দেখা দিছে হিমাচল প্ৰদেশত!

বানপানীৰ পিছতে ভয়াৱহ জল সংকটে দেখা দিছে হিমাচল প্ৰদেশত!

জালিয়াতিৰ অভিযোগ; ৰাজামৌলিৰ পৰৱৰ্তী ছবিৰ নায়ক মহেশ বাবুৰ বিৰুদ্ধে আইনী জাননী

জালিয়াতিৰ অভিযোগ; ৰাজামৌলিৰ পৰৱৰ্তী ছবিৰ নায়ক মহেশ বাবুৰ বিৰুদ্ধে আইনী জাননী

অশান্ত বিহাৰ! এইবাৰ ব্যক্তিগত বিদ্যালয়ৰ মালিকক ৰাজহুৱা স্থানত গুলীয়াই হত্যা; স্পষ্ট হোৱা নাই কাৰণ

অশান্ত বিহাৰ! এইবাৰ ব্যক্তিগত বিদ্যালয়ৰ মালিকক ৰাজহুৱা স্থানত গুলীয়াই হত্যা; স্পষ্ট হোৱা নাই কাৰণ

চলচ্চিত্ৰত অভিষেক সুৰেশ ৰাইনাৰ! প্ৰথমখন ছবিতে থাকিব ক্ৰিকেট, লগত গীটাৰ আৰু দোচা

চলচ্চিত্ৰত অভিষেক সুৰেশ ৰাইনাৰ! প্ৰথমখন ছবিতে থাকিব ক্ৰিকেট, লগত গীটাৰ আৰু দোচা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd