Home › অসম গড়কাপ্তানী মন্ত্ৰী পৰিমল শুক্লবৈদ্যই পৰিদৰ্শন কৰিলে শিলচৰ-গুৱাহাটী আৰু শিলচৰ-মেঘালয় ৰাষ্ট্ৰীয় পথৰ নিৰ্মাণকাৰ্য্য November 29, 2017 3:25 pm · এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী : কালি অসম চৰকাৰৰ গড়কাপ্তানী মন্ত্ৰী পৰিমল শুক্লবৈদ্যই শিলচৰ-গুৱাহাটী আৰু শিলচৰ-মেঘালয় ৰাষ্ট্ৰীয় পথৰ নিৰ্মাণকাৰ্য্য পৰিদৰ্শন কৰে। এই কথা অসম চৰকাৰৰ এটা সূত্ৰত জানিব পৰা গৈছে। মন্ত্ৰীজনে পথটোৰ নিৰ্মাণকাৰ্য্যত জড়িত থকা ঠিকাদাৰকো কাম সময়ত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশনা দিয়ে। ‹ নগাঁৱৰ কঠীয়াতলীত দুটা চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কোকৰাঝাৰত অংকুশিতাক বিপুল আদৰণি : আজি আনুষ্ঠানিকভাৱে… › Related Newsপ্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবীJuly 27, 2026 8:50 pm · এন ই নাও নিউজ, গুৱাহাটীকমনৱেলথ গেমছ ২০২৬: একেৰাহে তৃতীয়বাৰৰ বাবে স্বৰ্ণ পদক জয় মীৰাবাই চানুৰJuly 27, 2026 12:53 pm · এন ই নাও নিউজ, গুৱাহাটীআই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যুJuly 27, 2026 10:16 am · এন ই নাও নিউজ, গুৱাহাটীপ্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰJuly 26, 2026 9:37 pm · এন ই নাও নিউজ, গুৱাহাটীমাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকেJuly 26, 2026 9:13 pm · এন ই নাও নিউজ, গুৱাহাটী