• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চাহ বাগিচাৰ পৰিচালকৰ সৈতে বোকাখাতৰ মহকুমাধিপতিৰ গুৰুত্বপূর্ণ বৈঠক

উত্তম শইকীয়া by উত্তম শইকীয়া
April 25, 2018 6:42 pm
221
VIEWS
Share on FacebookShare on Twitter

বোকাখাত মহকুমাত থকা চাহ বাগিচা সমূহৰ বিভিন্ন  জলন্ত সমস্যাৰ ওপৰত আলোচনা কৰাৰ উদ্দেশ্যে মহকুমাৰ সমুহ চাহ বাগিচাৰ পৰিচালক আৰু মহকুমাধিপতি বিবেক শ্যামৰ মাজত আজি বুধবাৰে এক বিশেষ বৈঠক অনুষ্ঠিত হয়।

মহকুমাধিপতিৰ কাৰ্যালয়ৰ সভা কক্ষত অনুষ্ঠিত এই বৈঠকত চাহ বাগিচাসমূহত বৰ্তি থকা অবৈধ মদৰ প্ৰচলন ৰোধ কৰিবৰ বাবে লব পৰা ব্যৱস্থা সমুহৰ ওপৰত আলোচনা কৰি বাগিচাসমূহক সূৰামুক্ত কৰাৰ বাবে যাৱতীয় ব্যবস্থা লোৱা হব বুলি মাহকুমাধিপতি গৰাকীয়ে উল্লেখ কৰে।

ইয়াৰ উপৰি মহিলা  চাহ শ্ৰমিকসকলৰ স্বাস্থ্য ভাাৰু সুৰক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰি বাগিচা সমূহত সঘনে সজাগতা সভা আয়োজন কৰিবলৈও বাগিচা পৰিচালক সকলক মহকুমাধিপতি গৰাকীয়ে আহ্বান জনায় ৷ এই ক্ষেত্ৰত মহকুমা প্রশাসনৰ ফালৰ পৰা যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে।

চাহ বাগিচা সমূহত স্বচ্চ ভাৰত তাভিযানৰ অধীনত বিনামূলীয়া শৌচালয় নিমার্ণৰ অগ্ৰগতিৰ খতিয়ান লোৱাৰ লগতে বাগিচা সমূহৰ অন্তর্গত বিদ্যালয় তথা চিকিৎসালয় সমূহৰ অৱস্থাৰ বুজ লবৰ বাবে প্ৰতিখন চাহ বাগিচা পৰিদৰ্শন কৰাৰ বাবেও তেওঁ সিধান্ত গ্ৰহন কৰে ।

সহকাৰী আয়ুক্ত শান্তনু গগৈ তথা এবিটাৰ বিষয়ববীয়া উপস্থিত থকা আজিৰ উক্ত বৈঠকত অংশগ্ৰহণ কৰি নির্বাচনী বিষয়া জীমলি শইকীয়া কাকতীয়ে চাহ বাগিচাসমূহত নির্বাচন সম্বন্ধীয় সজাগতাৰ বাবে একোখনকৈ কমিতি গঠনৰ বাবেও পৰিচালক সকলক অনুৰোধ জনায় ।

Recent News

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd