• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 28, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চৰকাৰী তথ্যত সন্নিৱিষ্ট নোহোৱা গাঁৱক সকলো সুবিধা প্ৰদানৰ আশ্বাস ৰাজ্যপাল পি বি আচাৰ্যৰ  

এন ই নাও নিউজ by এন ই নাও নিউজ
January 25, 2018 12:40 pm
Nagaland-Governor-unrecongnized-villages representstive
103
VIEWS
Share on FacebookShare on Twitter

ভাৰত-ম্যানমাৰ সীমান্তৱৰ্তী অঞ্চলৰ নানা সমস্যাৰে ভাৰাক্ৰান্ত চৰকাৰী তথ্যত সন্নিৱিষ্ট নোহোৱা অসংখ্য গাঁৱৰ লোকসকলক নিৰাপত্তা তথা সকলো সুবিধা প্ৰদান কৰাৰ আশ্বাস দিয়ে নাগালেণ্ডৰ ৰাজ্যপাল পি বি আচাৰ্যই।

চৰকাৰী তথ্যত সন্নিৱিষ্ট নোহোৱা গাঁৱৰ প্ৰতিনিধি আৰু আদিবাসী সংখ্যালঘু ধৰ্মৰ প্ৰতিনিধিৰে ৰাজ্যপালগৰাকীয়ে মিলিত হোৱা বৈঠকত নাগালেণ্ডৰ ভাৰত-ম্যানমাৰ সীমান্তৱৰ্তী মন জিলাৰ গাঁৱৰ লোকসকলক যিকোনো প্ৰকাৰে সুৰক্ষিত কৰিব বুলি আশ্বাস প্ৰদান কৰে।

ড০ এমএম থ্ৰৌমৱা কন্যাকৰ প্ৰতিনিধিত্বত যোৱা সজাতি দলটোৱে ৰাজ্যপালগৰাকীক মঙলবাৰে সাক্ষাত কৰি সীমান্তৱৰ্তী অঞ্চলত বাস কৰা গাঁৱৰ লোকসকলৰ সমস্যাৰ বিষয়ে অৱগত কৰোৱায়।

জন সম্পৰ্কৰক্ষী বিষয়াই এক প্ৰেছ বিবৃতি যোগে জনোৱা অনুসৰি ৰাজ্যপাল আচাৰ্যই গাঁৱবাসীয়ে সন্মুখীন হোৱা সমস্যাৰাজীৰ বিষয়ে গভীৰ উদ্বেগ প্ৰকাশ কৰে আৰু এই সম্পৰ্কত বিহিত ব্যৱস্থা লোৱাৰো প্ৰতিশ্ৰুতি প্ৰদান কৰে।

তাৰোপৰি গভীৰ চিন্তনীয় বিষয়টো সংশ্লিষ্ট কৰ্তৃপক্ষৰ লগত অনতিপলমে আলোচনা কৰি দ্ৰুতগতিত সমস্যাটোৰ সমাধান উলিওৱাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব বুলি প্ৰতিনিধি দলটোক আশ্বাস প্ৰদান কৰে।

আনহাতে সীমান্তৱৰ্তী অঞ্চলত শিশুসকলৰ বাবে বিদ্যালয় স্থাপন কৰি ৰাজ্যৰ উন্নয়নত অংশীদাৰী হ’বলৈ ৰাজ্যপালগৰাকীয়ে বিভিন্ন স্বেচ্ছাসেৱী সংস্থা আৰু দান-বৰঙণি আগবঢ়োৱা সংগঠন সকলক আহ্বান জনায়। লগতে সীমান্তৱৰ্তী অঞ্চলৰ লোকসকলৰ আৰ্থিক দুৰৱস্থা দূৰ কৰিবলৈ ব্যক্তিগত প্ৰতিষ্ঠান সমূহক নিজাববীয়াকৈ কিছু পদক্ষেপ গ্ৰহণৰো অনুৰোধ জনায়।

Recent News

GT আৰু PGT নিযুক্তিক লৈ বৃহৎ ঘোষণা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে

GT আৰু PGT নিযুক্তিক লৈ বৃহৎ ঘোষণা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে

সংবিধানৰ প্ৰস্তাৱনাৰ ৪২ সংখ্যক সংশোধনীৰ পুনৰ মূল্যায়নৰ বিতৰ্ক: সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ শব্দক লৈ RSS আৰু কংগ্ৰেছৰ সংঘাত

সংবিধানৰ প্ৰস্তাৱনাৰ ৪২ সংখ্যক সংশোধনীৰ পুনৰ মূল্যায়নৰ বিতৰ্ক: সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ শব্দক লৈ RSS আৰু কংগ্ৰেছৰ সংঘাত

২৫ বছৰ ধৰি এখন বিদ্যালয়ত হিন্দু আৰু মুছলমান শিক্ষাৰ্থীৰ বাবে পৃথককৈ ৰন্ধা হৈছিল মধ্যাহ্ন ভোজন, তাৰপাছত…

২৫ বছৰ ধৰি এখন বিদ্যালয়ত হিন্দু আৰু মুছলমান শিক্ষাৰ্থীৰ বাবে পৃথককৈ ৰন্ধা হৈছিল মধ্যাহ্ন ভোজন, তাৰপাছত…

১০% বৃদ্ধি পালে ভাৰতৰ বৈদেশিক ঋণ : ৭৩৬.৩ বিলিয়ন মাৰ্কিন ডলাৰ স্পৰ্শ কৰিলে ঋণে

১০% বৃদ্ধি পালে ভাৰতৰ বৈদেশিক ঋণ : ৭৩৬.৩ বিলিয়ন মাৰ্কিন ডলাৰ স্পৰ্শ কৰিলে ঋণে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd