• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চৰকাৰী বিদ্যালয়ৰ পুতৌলগা ছবি : মেট্ৰিকত এজনো উত্তীৰ্ণ নহ’ল গেন্ধালি আমগুৰি হাইস্কুলৰ পৰা

মিণ্টু দাস by মিণ্টু দাস
May 27, 2018 10:05 am
গেন্ধালি হাইস্কুল
215
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যখনৰ শিক্ষা বিভাগে সততে শিক্ষা বিভাগত উন্নতি সাধন হোৱা বুলি কোৱা কথাষাৰৰ বিপৰীত ছবি দাঙি ধৰিলে সদ্য ঘোষিত চৰকাৰী স্কুলৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলে। উল্লেখযোগ্য যে শিক্ষান্ত পৰীক্ষাত চামগুৰি কেন্দ্ৰটোত গেন্ধালি আমগুৰি  হাইস্কুলৰ অৱতীৰ্ণ হোৱা ২২ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত এগৰাকী পৰীক্ষাৰ্থীও উত্তীৰ্ণ হ’বলৈ সক্ষম নহ’ল।

উল্লেখযোগ্য যে সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহৰ ফলাফলতকৈ চামগুৰিস্থিত ব্যক্তিগত খণ্ডৰ বিদ্যালয় ক্ৰমে শংকৰদেৱ শিশু নিকেতন, সৰস্বতী একাডেমি আৰু জৰ্জিয়ান ইংলিছ স্কুলৰ উত্তীৰ্ণৰ হাৰ এশ শতাংশ।

প্ৰাপ্ত তথ্য মতে চামগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মেট্ৰিক কেন্দ্ৰটোৰ অন্তৰ্ভুক্ত ১২ খন বিদ্যালয়ৰ ভিতৰত ৯ গৰাকী পৰীক্ষাৰ্থীয়ে ডিষ্টিংশ্যন, ৬১ গৰাকীয়ে প্ৰথম বিভাগ, ৫৯ গৰাকীয়ে দ্বিতীয় আৰু ৪৪ গৰাকীয়ে তৃতীয় স্থান লাভ কৰে ৷ শিঙিয়া বিশ্বম্ভৰ দেৱ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী ৰীমা মূদৈয়ে মুঠ ৫৪৮ নম্বৰ প্ৰাপ্তিৰে পৰীক্ষা কেন্দ্ৰটোৰ ভিতৰত প্ৰথম হোৱাৰ বিপৰীতে একেখন বিদ্যালয়ৰ আইজা বৰা, শংকৰদেৱ শিশু নিকেতনৰ ক্ৰমে চিন্ময় দাস, ৰঞ্জন মহন্ত, নম্ৰতা জুম্পা বৰা, অনিমেষ দাস, আকাংক্ষা চৰকাৰ, স্নেহা বিশ্বাস আৰু গোপীনাথ দেৱ গোস্বামী উচ্চ মাধ্যমিক বিদ্যালয়, বৰঙাতলিৰ ছাত্ৰ দিপাংকৰ হীৰাই ডিষ্টিংশ্যন পাবলৈ সক্ষম হয় ৷

চামগুৰি পৰীক্ষা কেন্দ্ৰটোৰ পৰা ষ্টাৰ নম্বৰসহ পৰীক্ষাত উত্তীৰ্ণ মুঠ ১৬ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত ৬ গৰাকীয়ে শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ-ছাত্ৰী বুলি জানিব পৰা গৈছে ৷

Recent News

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd