• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ছিকিমত পথ সুৰক্ষা সজাগতা সৃষ্টিৰ বাবে মটৰচাইকেল চলাব মুম্বাই থানেৰ বাইকাৰ দলে

এন ই নাও নিউজ by এন ই নাও নিউজ
April 3, 2018 5:27 pm
112
VIEWS
Share on FacebookShare on Twitter

পথ সুৰক্ষাৰ সজাগতা সৃষ্টিক লৈ এই মাহত ছিকিমত মটৰচাইকেল চলাব মুম্বাই থানেৰ ৪ জনীয়া বাইকাৰৰ এটা দলে। এই কামত সহযোগ কৰিব Ride4India নামৰ মুম্বাইৰ এক বাইকচালক সংগঠনে।

থানে ট্ৰেফিক আৰক্ষীৰ সৈতে পূৰ্বে সংগঠনটোৱে বিভিন্ন পথ সুৰক্ষামূলক কাৰ্যকলাপ চলাইছিল।

চালকসকলে ১৫ দিন ধৰি ছিকিম পৰিভ্ৰমণ কৰিব আৰু পথ সুৰক্ষা বিষয়ক সজাগতা সৃষ্টিৰ বাবে বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়লৈ যাব। ছিকিম ইষ্ট জিলাৰ আৰক্ষী অধীক্ষক লদেন লেপচাই পতাকা জোকাৰি ভ্ৰমণসূচীটোৰ শুভাৰম্ভ কৰিব।

এই সন্দৰ্ভত লেপচাই কয়, ‘এনে প্ৰচেষ্টাই যুৱপ্ৰজন্মৰ মাজত সজাগতা সৃষ্টিত নিশ্চিতভাৱে সহায় কৰিব আৰু পথত থকা সকলোৰে বাবে নিৰাপদ বাহন চালনা অভিজ্ঞতাৰ সৃষ্টি কৰিব।’ এই ভ্ৰমণৰ প্ৰতি থানে জিলা পৰিবহণ বিষয়া জিতেন্দ্ৰ পাতিলেও সমৰ্থন আগবঢ়াইছে।

ভ্ৰমণটোত ভাগ লোৱা চাৰিগৰাকী আৰোহী বিজয় যোচেফ, ধৰ্ম কতিয়ান, দীনেশ চেমুয়েল আৰু জন ডি ছুজাই ইয়াৰ পূৰ্বেও ভাৰতৰ বিভিন্ন ঠাইত এনে কাৰ্য্যসূচী গ্ৰহণ কৰিছিল। বিজয়ে ‘বাইক চালনা আমাৰ নিচা আৰু নিৰাপদ চালনাৰ সজাগতা সৃষ্টি আমাৰ কৰ্তব্য। আমাৰ পথসমূহক নিৰাপদ কৰি তোলাৰ বাবে প্ৰতিজন চালকে দায়িত্ব ল’বই লাগিব।’

Recent News

কোহলী বনাম ৰোহিত! এদিনীয়াৰ ৰজা কোন? এবাৰ চকু ফুৰাই চাই লওক

কোহলী বনাম ৰোহিত! এদিনীয়াৰ ৰজা কোন? এবাৰ চকু ফুৰাই চাই লওক

মৰ্মান্তিক! বিয়া ঘৰৰ পৰা উভতি অহাৰ পথত দুৰ্ঘটনাত মৃত্যু একেটা পৰিয়ালৰে ৫ জনৰ

মৰ্মান্তিক! বিয়া ঘৰৰ পৰা উভতি অহাৰ পথত দুৰ্ঘটনাত মৃত্যু একেটা পৰিয়ালৰে ৫ জনৰ

গাজা যুদ্ধলৈ আমেৰিকাৰ সমৰ্থনৰ প্ৰতিবাদ কৰি গ্ৰেপ্তাৰ ‘বেন এণ্ড জেৰী’ৰ সহ-প্ৰতিষ্ঠাতা বেন কোহেন

গাজা যুদ্ধলৈ আমেৰিকাৰ সমৰ্থনৰ প্ৰতিবাদ কৰি গ্ৰেপ্তাৰ ‘বেন এণ্ড জেৰী’ৰ সহ-প্ৰতিষ্ঠাতা বেন কোহেন

টিকটক লাইভৰ মাজতে যুৱতী ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

টিকটক লাইভৰ মাজতে যুৱতী ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd